• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দিল্লীৰ মছনদলৈ আতিশি, কেজৰিৱালৰ আসনত বহাৰ যোগ্যতা আছে আতিশিৰ?

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দিল্লীৰ মছনদলৈ আতিশি, কেজৰিৱালৰ আসনত বহাৰ যোগ্যতা আছে আতিশিৰ?

2 years ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

46 seconds ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

43 minutes ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

1 hour ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

2 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

3 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

4 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

5 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

6 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

6 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

8 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

8 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দিল্লীৰ মছনদলৈ আতিশি, কেজৰিৱালৰ আসনত বহাৰ যোগ্যতা আছে আতিশিৰ?

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দিল্লীৰ মছনদলৈ আতিশি, কেজৰিৱালৰ আসনত বহাৰ যোগ্যতা আছে আতিশিৰ?

editor by editor
September 17, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দিল্লীৰ মছনদলৈ আতিশি, কেজৰিৱালৰ আসনত বহাৰ যোগ্যতা আছে আতিশিৰ?
0
SHARES
248
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেজৰীৱালৰ আসনৰ বহিত আতিশি৷ নতুন মুখ্যমন্ত্ৰী লাভ কৰিব দিল্লীয়ে৷ এই মুহূৰ্তলৈকে শিক্ষা দপ্তৰৰ দায়িত্বত আছিল তেওঁ৷ অৰবিন্দ কেজৰিৱালৰ পদত্যাগ ঘোষণা কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ দৌৰত আগুৱাই আছে আপ নেত্ৰী আতিশি৷

কেজৰিৱালক কিয় গুৰু বুলি কয় অতিশিয়ে?

দিল্লীয়ে তৃতীয়বাৰৰ বাবে মহিলা মুখ্যমন্ত্ৰী হ’ব অতিশি৷ তেওঁক অৰবিন্দ কেজৰিৱালৰ কিচ্চেন কেবিনেটৰ বিশ্বস্ত সৈনিক বুলি কোৱা হয়৷  মঙলবাৰে দায়িত্ব গ্ৰহণ কৰি অৰবিন্দ কেজৰিৱালক নিজৰ গুৰু বুলি উল্লেখ কৰিছে অতিশিয়ে৷ সংবাদমেলত অতিশিয়ে কয়, ‘চৰকাৰ ভাঙিবলৈ চক্ৰান্ত কৰি কেজৰিৱালৰ বিৰুদ্ধে ভুৱা গোচৰ কৰা হৈছিল৷ দিল্লীত কেৱলমাত্ৰ এজনেই শক্তিশালী মুখ্যমন্ত্ৰী আছিল, তেৱেই অৰবিন্দ কেজৰিৱাল৷ তেওঁক দিল্লীৰ আসনত বহুৱাবলৈ আমি কেইবামাহ ধৰি যুঁজ চলাইছো৷ যুঁজ চলাই যাম৷’ দিল্লী কেবিনেটৰ একমাত্ৰ মহিলা মন্ত্ৰী অতিশিৰ কান্ধত এইবাৰ গুৰুদায়িত্ব৷ এই দায়িত্ব তেওঁ নিজৰ গুৰুৰ পৰামৰ্শ আৰু তত্ত্বাবধানত কৰিব বুলি জনাইছে অতিশিয়ে৷ তেওঁ লগতে কয়, ‘মই যদি অন্য কোনো পাৰ্টীত থাকিলোহেতেন তেন্তে মোক হয়তো নিৰ্বাচন খেলিবলৈ টিকটেই দিয়া নহ’লহেতেন৷ কিন্তু কেজৰিৱালে মোৰ ওপৰত ভৰসা কৰিছে৷’

অতিশিৰ ওপৰতেই ভৰসা আপৰ

অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তনী অতিশি কালকাজি সমষ্টিৰ বিধায়ক৷ দিল্লীৰ আৱকাৰী দুৰ্নীতিৰ গোচৰত মনীশ চিছোডিয়াক গ্ৰেপ্তাৰৰ পাছত তেওঁ মন্ত্ৰিত্ব লাভ কৰে৷ কেজৰিৱাল কাৰাবন্দী হৈ থকাৰ সময়ত তেওঁৰ ভূমিকাও গুৰুত্বপূৰ্ণ আছিল৷ বিগত ১৫ আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ বাবে কেজৰিৱালে অতিশিকেই দায়িত্ব দিছিল৷ আপ নেতৃত্বই অতিশিৰ ওপৰত ভৰসা কিমান কৰে সেই কথা তেওঁক এই দায়িত্ব দিয়াতেই বুজিব পাৰি৷ ২০১৯ চনৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত প্ৰথম ভোট যুদ্ধত নামিছিল অতিশি৷ কিন্তু সেইবাৰ বিজেপি প্ৰাৰ্থী গৌতম গম্ভীৰৰ হাতত ৪লাখ ৭৭ হাজাৰ ভোটত পৰাস্ত হয় অতিশি৷ তাৰপাছতেই ২০২০ চনত তেওঁ কালাকাজিত পুনৰ নিৰ্বাচন খেলে৷ ২০২৩ চনত প্ৰথমবাৰ কেজৰিৱালে কেবিনেটৰ সদস্য হিচাপে বাচি লয় অতিশিক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

October 15, 2026
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?
জীৱনশৈলী

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

October 15, 2026
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত
বিনোদন

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

October 15, 2026
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত
বাণিজ্য

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

October 15, 2026
Next Post
শনিৰ তিৰ্যক নজৰে তৈয়াৰ কৰিছে ষড়ষ্টক যোগ, ১মাহ সমস্যাৰ মাজত থাকিব এই ৫ৰাশি

শনিৰ তিৰ্যক নজৰে তৈয়াৰ কৰিছে ষড়ষ্টক যোগ, ১মাহ সমস্যাৰ মাজত থাকিব এই ৫ৰাশি

বিলাসিতা শেষ, চুমি-তাৰ্কিকৰ নতুন ঠিকনা এতিয়া ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ

বিলাসিতা শেষ, চুমি-তাৰ্কিকৰ নতুন ঠিকনা এতিয়া ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.