• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ তিৰ্যক নজৰে তৈয়াৰ কৰিছে ষড়ষ্টক যোগ, ১মাহ সমস্যাৰ মাজত থাকিব এই ৫ৰাশি

শনিৰ তিৰ্যক নজৰে তৈয়াৰ কৰিছে ষড়ষ্টক যোগ, ১মাহ সমস্যাৰ মাজত থাকিব এই ৫ৰাশি

2 years ago
হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

43 minutes ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

1 hour ago
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

2 hours ago
ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

3 hours ago
আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

3 hours ago
ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

4 hours ago
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

4 hours ago
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

5 hours ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

7 hours ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

7 hours ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

7 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ তিৰ্যক নজৰে তৈয়াৰ কৰিছে ষড়ষ্টক যোগ, ১মাহ সমস্যাৰ মাজত থাকিব এই ৫ৰাশি

শনিৰ তিৰ্যক নজৰে তৈয়াৰ কৰিছে ষড়ষ্টক যোগ, ১মাহ সমস্যাৰ মাজত থাকিব এই ৫ৰাশি

editor by editor
September 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শনিৰ তিৰ্যক নজৰে তৈয়াৰ কৰিছে ষড়ষ্টক যোগ, ১মাহ সমস্যাৰ মাজত থাকিব এই ৫ৰাশি
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত ১৬ ছেপ্টেম্বৰৰ সোমবাৰে সন্ধিয়া ৭বাজি ২৯ মিনিটত সূৰ্যই সিংহ ৰাশি এৰি কন্যা ৰাশিত গোচৰ কৰিছে৷ কন্যা ৰাশিতেই সূৰ্যৰ গোচৰৰ ফলত বৰ্তমান সূৰ্য আৰু শনি পৰস্পৰে ষষ্ঠ আৰু অষ্টম ঘৰত অৱস্থান কৰিছে৷ সূৰ্য আৰু শনি হৈছে পৰস্পৰৰ শত্ৰু গ্ৰহ৷ শনিৰ তিৰ্যক দৃষ্টি ইয়াৰ ফলত সূৰ্যৰ ওপৰত পৰিছে৷ শনি আৰু সূৰ্যৰ এই অৱস্থানৰ ফলত ষড়ষ্টক যোগ গঠিত হৈছে৷ জ্যোতিষ মতে এই যোগ অশুভ যোগ৷ আগন্তুক এমাহ কেইটামান ৰাশিৰ জাতকে ষড়ষ্টক যোগৰ প্ৰভাৱত নানান সমস্যাৰ মুখত পৰিব৷ আৰ্থিকভাৱে এওঁলোকৰ ক্ষতি হ’ব৷ কেৰিয়াৰতো নানান বাধা বিপত্তি আহিব৷ জানি থওক সূৰ্য আৰু শনিৰ ষড়ষ্টক যোগত কোন কোন ৰাশিৰ জাতকৰ বিপদ বাঢ়িব?

বৃষ ৰাশি

সূৰ্য আৰু শনিৰ ষড়ষ্টক যোগৰ প্ৰভাৱে বৃষ ৰাশিৰ জাতকৰ জীৱনত অশান্তি বৃদ্ধি কৰিব৷ যদি আপোনাৰ জীৱনত সকলো অনুকূল থাকে তেন্তে কেৰিয়াৰত সমস্যাই দেখা দিব৷ এই সময়ত ব্যৱসায়তো আৰ্থিক ক্ষতিৰ মুখত পৰিব বৃষ ৰাশিৰ জাতক৷ কোনো কামত আগবাঢ়িলে হঠাৎ সেই কাম কেনচেলো হ’ব পাৰে৷ কোনো সিদ্ধান্তক লৈ মানসিক অশান্তিত ভূগিব পাৰে আপুনি৷

মিথুন ৰাশি

সূৰ্য শনিৰ ষড়ষ্টক যোগত নানান সমস্যা তৈয়াৰ হ’ব মিথুন ৰাশিৰ জাতকৰ জীৱনত৷ আপুনি আৰু আপোনাৰ পৰিয়ালৰ কোনো সদস্য গুৰুতৰভাৱে অসুস্থ হৈ পৰিব পাৰে৷ আনকি হাস্পতালত ভৰ্তিও হ’ব পাৰে৷ কাৰ্যালয়ত আপুনি নানান চাপৰ মুখত পৰিব পাৰে৷ সম্পত্তি ক্ৰয় কৰোতেও প্ৰতাৰণাৰ চিকাৰ হ’ব পাৰে আপুনি৷

কন্যা ৰাশি

কন্যা ৰাশিতেই বৰ্তমান অৱস্থান কৰিছে সূৰ্যই৷ সূৰ্য শনিৰ ষড়ষ্টক যোগত নানান প্ৰতিকূল পৰিস্থিতি আহিব কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত পৰিয়ালৰ সদস্য আৰু বন্ধুসকলৰ সৈতে সম্পৰ্ক বেয়া হ’ব পাৰে৷ কৰোবাত ধনৰ লেনদেন কৰাৰ সময়ত সাৱধানে থাকক৷ জ্বৰ, মূৰৰ বিষ, গেছ, বদহজমৰ সমস্যাত ভূগিব পাৰে কন্যা ৰাশিৰ জাতক৷ চকুৰ ৰোগো হ’ব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি৷ সেয়ে সূৰ্য শনিৰ ষড়ষ্টক যোগত এই ৰাশিৰ জাতকৰ জীৱনত নানান সমস্যা আহিব পাৰে৷ এই সময়ত আপোনাৰ দাম্পত্য জীৱনত অশান্তি বাঢ়িব৷ ইয়াৰোপৰি এটাৰপাছত আনটো আৰ্থিক সমস্যাৰ মুখত পৰিব মকৰ ৰাশিৰ জাতক৷ সমাজত সন্মানহানি হ’ব পাৰে আপোনাৰ৷ পেছাগত জীৱনতো সমস্যা আহিব আপোনাৰ৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিত বৰ্তমানো অৱস্থান কৰি আছে শনিয়ে৷ সূৰ্য শনিৰ ষড়ষ্টক যোগে আগন্তুক এমাহ এটাৰ পাছত আনটো বিপদ আনিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনলৈ৷ বিশেষকৈ পেছাগত জীৱনৰ বাবে এই যোগ অত্যন্ত ক্ষতিকৰ৷ কোনো কাজিয়াত সোমাই নপৰিব৷ কুম্ভ ৰাশিৰ জাতকে এই সময়ত নিজকে শান্ত ৰাখক৷ এই সময়ত আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?
জীৱনশৈলী

হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

May 8, 2026
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
জীৱনশৈলী

কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

May 8, 2026
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?
অসম

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

May 8, 2026
ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ
ভাৰত

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

May 8, 2026
Next Post
বিলাসিতা শেষ, চুমি-তাৰ্কিকৰ নতুন ঠিকনা এতিয়া ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ

বিলাসিতা শেষ, চুমি-তাৰ্কিকৰ নতুন ঠিকনা এতিয়া ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ

কন্যা ৰাশিত গোচৰ কৰিছে সূৰ্যই, আগন্তুক এমাহ টকাৰ গাদীত থাকিব এই ৫ৰাশিৰ জাতক

কন্যা ৰাশিত গোচৰ কৰিছে সূৰ্যই, আগন্তুক এমাহ টকাৰ গাদীত থাকিব এই ৫ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.