• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কন্যা ৰাশিত গোচৰ কৰিছে সূৰ্যই, আগন্তুক এমাহ টকাৰ গাদীত থাকিব এই ৫ৰাশিৰ জাতক

কন্যা ৰাশিত গোচৰ কৰিছে সূৰ্যই, আগন্তুক এমাহ টকাৰ গাদীত থাকিব এই ৫ৰাশিৰ জাতক

2 years ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

45 seconds ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

50 minutes ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

1 hour ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

2 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

4 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

5 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

7 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

7 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

9 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

9 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কন্যা ৰাশিত গোচৰ কৰিছে সূৰ্যই, আগন্তুক এমাহ টকাৰ গাদীত থাকিব এই ৫ৰাশিৰ জাতক

কন্যা ৰাশিত গোচৰ কৰিছে সূৰ্যই, আগন্তুক এমাহ টকাৰ গাদীত থাকিব এই ৫ৰাশিৰ জাতক

editor by editor
September 17, 2024
in বিবিধ, ভাৰত, লেখা
0
কন্যা ৰাশিত গোচৰ কৰিছে সূৰ্যই, আগন্তুক এমাহ টকাৰ গাদীত থাকিব এই ৫ৰাশিৰ জাতক
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি সূৰ্যই প্ৰতিটো ৰাশিত প্ৰায় এমাহ ধৰি অৱস্থান কৰে৷ জ্যোতিষ অনুসৰি সূৰ্যই এটা ৰাশি এৰি অন্য ৰাশিত প্ৰৱেশ কৰিলেই নতুন মাহ আৰম্ভ হয়৷ ১৬ ছেপ্টেম্বৰত সূৰ্যই সিংহ ৰাশি এৰি কন্যা ৰাশিত গোচৰ কৰিছে৷ অৰ্থাৎ আৰম্ভ হৈছে ভাদ মাহ৷ কন্যা ৰাশিত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিব৷ কন্যা ৰাশিত সূৰ্য আহি ভাগ্য খুলিছে পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক কন্যা ৰাশিত সূৰ্যৰ গোচৰৰ প্ৰভাৱত কোন কোন ৰাশিৰ ভাগ্য খুলিব?

মেষ ৰাশি

সূৰ্যৰ গোচৰৰ প্ৰভাৱত লাভৱান হ’ব মেষ ৰাশিৰ জাতক৷ সূৰ্যৰ গোচৰৰ প্ৰভাৱত এই সময়ত কোনো সুখবৰ পাব পাৰে আপুনি৷ সন্তান সম্পৰ্কে থকা দুশ্চিন্তা এই সময়ত দূৰ হ’ব৷ ছাত্ৰ-ছাত্ৰীসকলে উচ্চশিক্ষাৰ বাবে বিদেশলৈ যাব পাৰে৷ বিবাহিতসকলৰ সন্তানলাভৰ ইচ্ছা পূৰণ হ’ব৷ প্ৰেম জীৱনো ভাল হ’ব মেষ ৰাশিৰ জাতকৰ৷

মিথুন ৰাশি

সূৰ্যই কন্যা ৰাশিত প্ৰৱেশ কৰিলে তাৰ প্ৰভাৱত আৰ্থিক পৰিস্থিতি উন্নত হ’ব মিথুন ৰাশিৰ জাতকৰ৷ উত্তৰাধিকাৰ সূত্ৰে প্ৰাপ্ত সম্পত্তি হৈ দীৰ্ঘদিন ধৰি কোনো সমস্যা চলি থাকিলে সেই সমস্যা দূৰ হ’ব৷ আদালতত কোনো গোচৰ চলিলে ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷ বিনিয়োগৰ বাবে এই সময় ভাল৷ নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে কৰ্কট ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি

সূৰ্যৰ গোচৰৰ প্ৰভাৱত আগন্তুক এমাহ ভাল সময় কটাব কৰ্কট ৰাশিৰ জাতকে৷ ইয়াৰ ফলত এই সময়ত প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব আপোনাৰ৷ কৰ্কট ৰাশিৰ জাতকৰ নীতি আদৰ্শবোধ উন্নত হ’ব৷ এই সময়ত আপুনি নিজৰ সকলো কাম সফলতাৰে  সম্পন্ন কৰিব৷ নতুন কাম আৰম্ভ কৰিব পাৰে৷ পৰিশ্ৰম কৰিলে তাৰ সম্পূৰ্ণ সুফল পাব কৰ্কট ৰাশিৰ জাতকে৷ পিতৃৰ পৰা আৰ্থিক সুবিধাও পাব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিতেই গোচৰ কৰিছে সূৰ্যই৷ ইয়াৰ প্ৰভাৱত এই ৰাশিৰ জাতকৰ জীৱনত নানা দিশৰ পৰা উন্নতি হ’ব৷ চাকৰিত পদোন্নতি হোৱাৰ যোগ আছে৷ চৰকাৰী প্ৰকল্পৰ পৰাও লাভৱান হ’ব কন্যা ৰাশিৰ জাতক৷ এই সময়ত কোনো বিদেশ যাত্ৰালৈ যাব পাৰে আপুনি৷ বিবাহিতসকলে শহুৰৰ ঘৰৰ পৰা আৰ্থিক লাভ পাব পাৰে৷ ব্যৱসায়ীক কোনো চুক্তি সাক্ষৰ কৰিব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ সৌভাগ্যৰ ঘৰত গোচৰ কৰিব সূৰ্যই৷ ইয়াৰ ফলত এই সময়ত সকলো কামতেই সৌভাগ্যক কাষত পাব আপুনি৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব বৃশ্চিক ৰাশিৰ জাতকৰ৷ তীৰ্থভ্ৰমণ কৰিব পাৰে৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলে কম পৰিশ্ৰম কৰিয়েই ভাল লাভ কৰিব৷ কেৰিয়াৰত উন্নতি কৰাৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ
বিনোদন

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

October 7, 2026
প্ৰযুক্তি

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

October 7, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে
বিনোদন

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

October 7, 2026
Next Post
দীপাৱলীতেই বৃহৎ উপহাৰ দিছে ৰতন টাটাই, ভাগ্য খুলিব ৫০,০০০ মানুহৰ

দীপাৱলীতেই বৃহৎ উপহাৰ দিছে ৰতন টাটাই, ভাগ্য খুলিব ৫০,০০০ মানুহৰ

দুৰ্গাপূজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, সৌভাগ্য চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

দুৰ্গাপূজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, সৌভাগ্য চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.