• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্গাপূজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, সৌভাগ্য চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

দুৰ্গাপূজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, সৌভাগ্য চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

2 years ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

20 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

42 minutes ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

2 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

3 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

4 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

5 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

6 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

6 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

7 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

8 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

8 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুৰ্গাপূজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, সৌভাগ্য চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

দুৰ্গাপূজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, সৌভাগ্য চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
September 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দুৰ্গাপূজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, সৌভাগ্য চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ অনুসৰি বৃহস্পতিবাৰ হৈছে সুখ, সৌভাগ্য, জ্ঞান, খ্যাতি আৰু সমৃদ্ধিৰ কাৰক গ্ৰহ৷ কোষ্ঠীত বৃহস্পতিয়ে ভাল অৱস্থান কৰিলে জাতকে সুখ সমৃদ্ধিৰ শীৰ্ষত অৱস্থান কৰে৷ সেয়ে কাৰোবাৰ যদি ভাল সময় চলে তেন্তে সাধাৰণভাৱেই কোৱা হয় যে তেওঁৰ জীৱনত বৃহস্পতি তুংগত আছে৷ বৰ্তমান বৃষ ৰাশিত অৱস্থান কৰিছে দেৱগুৰু বৃহস্পতিয়ে৷ বৃষ ৰাশিৰ পৰাই আগন্তুক ৯ অক্টোবৰত বৃহস্পতি বক্ৰী চলনত যাব৷ আৰু সেইদিনপ পৰাই আৰম্ভ হৈছে শাৰদীয় দুৰ্গাপূজা৷ ৯ অক্টোবৰত পালিত হ’ব মহাষষ্ঠী৷ ২০২৫ চনৰ ৫ ফেব্ৰুৱাৰী পৰ্যন্ত বৃহস্পতি বক্ৰীদশাত থাকিব৷ জানি থওক পুজাৰ সময়ত দেৱগুৰুৰ বিপৰীতমুখী চলনৰ ফলত লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?

মিথুন ৰাশি

মহাষষ্ঠীৰ পৰা বৃহস্পতিৰ বক্ৰী চলন আৰম্ভ হ’লে ভাগ্যৰ দুৱাৰ খুলিব মিথুন ৰাশিৰ জাতকৰ৷ ইয়াৰ ফলত মিথুনৰ জাতকে নিজৰ সকলো লক্ষ্য অৰ্জন কৰিব পাৰিব৷ এওঁলোকৰ সকলো সপোন সফল হ’ব৷ কোনো নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ পাব৷ আপোনাৰ মনত পজিটিভ চিন্তাভাৱনা বৰ্তি থাকিব৷ এই সময়ত যি কামতেই হাত দিব তাতেই সাফল্য পাব মিথুন ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি

বৃহস্পতিৰ বিপৰীতমুখী চলনৰ প্ৰভাৱত লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক৷ দুৰ্গাপূজাৰ আৰম্ভণিতেই বৃহস্পতিয়ে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব৷ এই সময়ত নানান দিশৰ পৰা অৰ্থ লাভ কৰাৰ সুযোগ পাব কৰ্কট ৰাশিৰ জাতকে৷ ব্যৱসায়ত কেইবাগুণ বেছি আৰ্থিক লাভ কৰিব৷ এই সময়ত বেছ কিছু ধন আপুনি সঞ্চয় কৰিব পাৰিব৷ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷

কন্যা ৰাশি

বক্ৰী বৃহস্পতিৰ প্ৰভাৱত এই বছৰ দুৰ্গাপূজাৰ আৰম্ভণিতে সৌভাগ্যৰ শীৰ্ষত অৱস্তান কৰিব কন্যা ৰাশিৰ জাতকে যি সাফল্য লাভৰ বাবে আপুনি দীৰ্ঘদিন ধৰি চেষ্টা কৰিছিল এই সময়তেই পাব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত কাঙ্খিত সাফল্য লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ পাবলগীয়া ধন লাভ কৰিব৷ কঠিন পৰিশ্ৰম কৰাৰ ফলত পৰিপূৰ্ণ ফল পাব৷ স্বাস্থ্য পূৰ্বতকৈ উন্নত৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতক প্ৰস্তুত হওক৷ দুৰ্গাপূজাৰ পৰাই খুব ভাল সময় আহি আছে আপোনাৰ জীৱনত৷ যিসমূহ সমস্যাত আপুনি পৰিছে সেই সকলো সমস্যা বৃহস্পতি বক্ৰী হ’লেই শেষ হ’ব৷ কেৰিয়াৰৰ গ্ৰাফ ঊৰ্ধ্বমুখী হ’ব৷ এই সময়ত সাফল্য অৰ্জন কৰিব আপুনি৷ ব্যৱসায়ীসকলেও বৃহৎ মুনাফা অৰ্জন কৰিব৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ পাব পাৰে৷

ধনু ৰাশি

আগন্তুক ৯ অক্টোবৰৰ পৰা ৫ ফেব্ৰুৱাৰীলৈকে ভাল সময় চলিব ধনু ৰাশিৰ জাতকৰ৷ এই সময়ৰ মাজত বৃহস্পতিৰ বক্ৰী চলনৰ প্ৰভাৱত উন্নতিৰ পথত আগুৱাই যাবলৈ এটাৰ পাছত আনটো সুযোগ লাভ কৰিব আপুনি৷ সমাজত সন্মান বাঢ়িব৷ কোনো সুখবৰ পাব পাৰে৷ ব্যৱসায়ত লাভ বাঢ়িব৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ বাবে আপুনি প্ৰশংসা লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?
বাণিজ্য

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

July 17, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

July 17, 2026
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

July 17, 2026
Next Post
ঘৰত কিমান টকা নগদ ৰাখিলে সমস্যাত পৰিব আপুনি? কি কৈছে আয়কৰ আইনে?

ঘৰত কিমান টকা নগদ ৰাখিলে সমস্যাত পৰিব আপুনি? কি কৈছে আয়কৰ আইনে?

অসুৰ বধৰ বাবে দেৱী দুৰ্গাক কোন দেৱতাই কি অস্ত্ৰ দিছিল? জানক সেই অস্ত্ৰসমূহে কিহৰ প্ৰতীক বুজায়

অসুৰ বধৰ বাবে দেৱী দুৰ্গাক কোন দেৱতাই কি অস্ত্ৰ দিছিল? জানক সেই অস্ত্ৰসমূহে কিহৰ প্ৰতীক বুজায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.