• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনশনৰ ফলত আপ নেত্ৰী আতিশীৰ স্বাস্থ্যৰ অৱনতি, হাস্পতালত ভৰ্তি

অনশনৰ ফলত আপ নেত্ৰী আতিশীৰ স্বাস্থ্যৰ অৱনতি, হাস্পতালত ভৰ্তি

2 years ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

4 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

4 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

4 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

5 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

5 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

6 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

6 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

8 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

9 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

10 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

12 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অনশনৰ ফলত আপ নেত্ৰী আতিশীৰ স্বাস্থ্যৰ অৱনতি, হাস্পতালত ভৰ্তি

editor by editor
June 25, 2024
in ভাৰত, ৰাজনীতি
0
অনশনৰ ফলত আপ নেত্ৰী আতিশীৰ স্বাস্থ্যৰ অৱনতি, হাস্পতালত ভৰ্তি
0
SHARES
68
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনশনৰ ফলত আপ নেত্ৰী আতিশীৰ স্বাস্থ্যৰ অৱনতি, হাস্পতালত ভৰ্তি

স্বাস্থ্যৰ অৱনতি ঘটাত দিল্লীৰ মন্ত্ৰী আতিশীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মঙলবাৰে পুৱতি নিশা আতিশীক লোক নায়ক জয় প্ৰকাশ নাৰায়ণ (এল এন জে পি) চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আতিশীয়ে দাবী কৰে যে হাৰিয়ানা চৰকাৰে দিল্লীক প্ৰতিদিনে ১০ কোটি গেলন (এমজিডি) পানী যোগান ধৰা নাই, যাৰ বাবে দিল্লীত পানীৰ সংকট হৈছে। এই কাৰণেই আতিশী অনিৰ্দিষ্টকালৰ অনশন কৰি আছিল। মঙলবাৰে পঞ্চম দিনত প্ৰৱেশ কৰে আতিশীৰ অনিৰ্দিষ্টকালীন অনশন।

দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে জনাইছে যে দিল্লীৰ মন্ত্ৰী আতিশীৰ তেজৰ শৰ্কৰাৰ মাত্ৰা ৩৬ লৈ হ্ৰাস পাইছে, যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ কয়, “নিশাৰে পৰা আতিশীৰ তেজৰ শৰ্কৰাৰ মাত্ৰা কমি আহিছিল। আমি যেতিয়া তেওঁৰ তেজৰ নমুনা সংগ্ৰহ কৰিছিলো তেতিয়া শৰ্কৰাৰ মাত্ৰা ৪৬ বুলি ওলাইছিল। আমি যেতিয়া পৰ্টেবল মেচিনেৰে শৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰিছিলো তেতিয়া ৩৬ বুলি ওলাইছিল।”

https://x.com/ANI/status/1805362817195033031

স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে কয় যে হাৰিয়ানাই দিল্লীৰ বাবে প্ৰয়োজনীয় পানী এতিয়াও দিয়া নাই। হাৰিয়ানাই দিল্লীৰ অংশৰ পানী মুকলি নকৰাৰ প্ৰতিবাদত আতিশিয়ে ২২ জুনৰ পৰা অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰিছিল। ইতিমধ্যে চিকিৎসকে চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰামৰ্শ দিছিল আতিশী সন্দৰ্ভত।

ইয়াৰ পূৰ্বে আম আদমী পাৰ্টিয়ে কয় যে আতিশীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত চিকিৎসকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ পৰামৰ্শ দিছে যদিও দিল্লীৰ পানীৰ উচিত অংশৰ বাবে যুঁজি তেওঁ জীৱন বিপন্ন কৰিছে।

আপৰ বিবৃতি অনুসৰি আতিশীৰ স্বাস্থ্য পৰীক্ষাত তেওঁৰ ৰক্তচাপ আৰু শৰ্কৰাৰ মাত্ৰা ভয়ংকৰভাৱে হ্ৰাস পোৱাৰ কথা পোহৰলৈ আহিছে। আতিশীৰ ব্লাড চুগাৰ লেভেল আৰু ব্লাড প্ৰেচাৰ যি বেগেৰে কমিছে, সেই গতিত চিকিৎসকে বিপজ্জনক বুলি অভিহিত কৰিছে বুলি দলটোৱে কয়।

উল্লেখ্য যে, দিল্লীৰ ২৮ লাখ বাসিন্দাৰ বাবে পানীৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ অনিৰ্দিষ্টকালীন অনশনত বহি থকা জলমন্ত্ৰী আতিশিয়ে কৈছে যে যেতিয়ালৈকে হাৰিয়ানা চৰকাৰে দিল্লীবাসীৰ জল অধিকাৰ প্ৰদান নকৰে আৰু হাতীকুণ্ড বেৰেজৰ গেটবোৰো নহয় মুকলি কৰিলে তেওঁলোকৰ অনিৰ্দিষ্টকালীন অনশন অব্যাহত থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asam Live 24 DigitalAsom LiveassamAssam best Web deskassam live 24Assamlive
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

September 26, 2026
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী
অসম

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

September 26, 2026
Next Post
মহাবিপদত সুনিতা, মাথো ২৭ দিনৰ তেল বাকি মহাকাশ যানত, কিন্তু মহাকাশৰ পৰা উভতি অহাৰ নাই কোনো সুবিধা

মহাবিপদত সুনিতা, মাথো ২৭ দিনৰ তেল বাকি মহাকাশ যানত, কিন্তু মহাকাশৰ পৰা উভতি অহাৰ নাই কোনো সুবিধা

ইতিহাস ৰচিলে আফগানিস্তানে, অষ্ট্ৰেলিয়াক ঘৰলৈ বাট দেখুৱাই প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ

ইতিহাস ৰচিলে আফগানিস্তানে, অষ্ট্ৰেলিয়াক ঘৰলৈ বাট দেখুৱাই প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.