• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাবিপদত সুনিতা, মাথো ২৭ দিনৰ তেল বাকি মহাকাশ যানত, কিন্তু মহাকাশৰ পৰা উভতি অহাৰ নাই কোনো সুবিধা

মহাবিপদত সুনিতা, মাথো ২৭ দিনৰ তেল বাকি মহাকাশ যানত, কিন্তু মহাকাশৰ পৰা উভতি অহাৰ নাই কোনো সুবিধা

2 years ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

23 minutes ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

60 minutes ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

1 hour ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

2 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

3 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

4 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

5 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

5 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

5 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

6 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

7 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

মহাবিপদত সুনিতা, মাথো ২৭ দিনৰ তেল বাকি মহাকাশ যানত, কিন্তু মহাকাশৰ পৰা উভতি অহাৰ নাই কোনো সুবিধা

editor by editor
June 25, 2024
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
মহাবিপদত সুনিতা, মাথো ২৭ দিনৰ তেল বাকি মহাকাশ যানত, কিন্তু মহাকাশৰ পৰা উভতি অহাৰ নাই কোনো সুবিধা
0
SHARES
481
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাবিপদত সুনিতা, মাথো ২৭ দিনৰ তেল বাকি মহাকাশ যানত, কিন্তু মহাকাশৰ পৰা উভতি অহাৰ নাই কোনো সুবিধা

মহাকাশত মহাবিপদত মহাকাশচাৰী সুনিতা উইলিয়ামছ। পৃথিৱীলৈ উভতি আহিব পৰা নাই যানখনৰ বিজুতিৰ বাবে। তাৰে মাজতে দেখা দিছে আন এক বিপদে। এতিয়া মাথো ২৭ দিনৰ হে তেল বাকি আছে সুনিতাৰ মহাকাশ যান খনত।

নাছাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যোৱা সুনীতা উইলিয়ামছ তাত আৱদ্ধ হৈ আছে। তেওঁলোকে পৃথিৱীলৈ ঘূৰি আহিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব পাৰে। আমেৰিকাৰ মহাকাশচাৰী বুচ্চ উইলম’ৰৰ সৈতে বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানত উঠি মহাকাশ কেন্দ্ৰলৈ গৈছিল।

৫ জুনত মহাকাশলৈ গৈছিল সুনিতা আৰু বুচ্চ। কাম সমাপন হোৱাৰ পাছত ১৩ জুনত দুয়োগৰাকী মহাকাশচাৰী উভতি অহাৰ পৰিকল্পনাও আছিল। কিন্তু নাছাই তৃতীয়বাৰৰ বাবে তেওঁলোকৰ উভতি অহাৰ পৰিকল্পনা পিছুৱাই দিব লগা হয়। ইয়াৰ ফলত ভাৰতীয় মূলৰ সুনীতা আৰু বুচ্চ আৱদ্ধ হ’ব পাৰে বুলি চিন্তা বাঢ়িছে।

আচলতে এই বয়িং অভিযানটো আৰম্ভণিতে অসুবিধাৰ সন্মুখীন হৈছিল আৰু ইয়াৰ উৰণ কেইবাবাৰো পিছুৱাই দিবলগীয়া হৈছিল। অৱশেষত ২০২৪ চনৰ ৬ জুনত ই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ত উপস্থিত হয়। অৱশ্যে এতিয়া ইয়াৰ যাত্ৰাত আন এক বাধা আহি পৰিছে।

আনহাতে এক বিবৃতিত কয় যে মহাকাশ কেপচুলে থ্ৰাষ্টাৰ বিকল হোৱা আৰু ভালভ লিক হোৱাৰ দৰে কিছুমান কাৰিকৰী সমস্যাৰ সন্মুখিন হৈছে আৰু ইয়াক ঠিক কৰিবলৈ উইলিয়ামছ আৰু বুচ্চৰ উভতি অহাটো পিছুৱাই দিবলগীয়া হৈছে।

সুনীতা উইলিয়ামছৰ মহাকাশ যাত্ৰাৰ বাটত অহা এই বাধাবোৰে এতিয়া চিন্তা বঢ়াইছে মহাকাশ বিজ্ঞানী সকলৰ। বহু লোকে ভাৰতীয় মূলৰ আন এগৰাকী মহাকাশচাৰী কল্পনা চাওলাক সোঁৱৰাই দিছে এই ঘটনাই, যিগৰাকীয়ে একেদৰেই আই এছ এছৰ পৰা উভতি আহোঁতে দুৰ্ঘটনাত মুখামুখি হৈ মৃত্যুমুখত পৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asam Live 24 DigitalAsom LiveassamAssam best Web deskassam live 24AssamliveIndian AstronautNASAspaceSunita Williams
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড
বিশ্ব

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

September 16, 2026
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?
জীৱনশৈলী

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

September 16, 2026
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?
শিক্ষা

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

September 16, 2026
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে
প্ৰযুক্তি

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

September 16, 2026
Next Post
ইতিহাস ৰচিলে আফগানিস্তানে, অষ্ট্ৰেলিয়াক ঘৰলৈ বাট দেখুৱাই প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ

ইতিহাস ৰচিলে আফগানিস্তানে, অষ্ট্ৰেলিয়াক ঘৰলৈ বাট দেখুৱাই প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ

নিশা পুৰুষ হিচাপে শুইছিল, পুৱা সাৰ পাই উঠে দেখে নিজকে মহিলা হিচাপে, মুজাহিদৰ কাহিনী শুনি চকু পানী টুকিব আপুনিও

নিশা পুৰুষ হিচাপে শুইছিল, পুৱা সাৰ পাই উঠে দেখে নিজকে মহিলা হিচাপে, মুজাহিদৰ কাহিনী শুনি চকু পানী টুকিব আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.