• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক বছৰৰ প্ৰথম মাহত বাম্পাৰ লাভ! মকৰ সংক্ৰান্তিৰ পৰাই ৪ৰাশিৰ কঁপাল ফুলিব

আগন্তুক বছৰৰ প্ৰথম মাহত বাম্পাৰ লাভ! মকৰ সংক্ৰান্তিৰ পৰাই ৪ৰাশিৰ কঁপাল ফুলিব

9 months ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

1 hour ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

1 hour ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

2 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

2 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

3 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

3 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

4 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

5 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

7 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক বছৰৰ প্ৰথম মাহত বাম্পাৰ লাভ! মকৰ সংক্ৰান্তিৰ পৰাই ৪ৰাশিৰ কঁপাল ফুলিব

আগন্তুক বছৰৰ প্ৰথম মাহত বাম্পাৰ লাভ! মকৰ সংক্ৰান্তিৰ পৰাই ৪ৰাশিৰ কঁপাল ফুলিব

editor by editor
December 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আগন্তুক বছৰৰ প্ৰথম মাহত বাম্পাৰ লাভ! মকৰ সংক্ৰান্তিৰ পৰাই ৪ৰাশিৰ কঁপাল ফুলিব
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ চন শেষ হ’বলৈ আৰু মাত্ৰ কেইটামান দিন৷ নতুন বছৰ ২০২৬ৰ আৰম্ভণিতে গ্ৰহৰ এক বিশেষ বিন্যাস আৰু শুভ যোগ তৈয়াৰ হব৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ২০২৬ চনৰ জানুৱাৰী মাহটো হ’ব অত্যন্ত গতিশীল৷ এই মাহত সূৰ্যদেৱৰ মকৰ ৰাশিত প্ৰৱেশ বুধ আৰু শুক্ৰৰ যুঁটিত তৈয়াৰ হোৱা লক্ষ্মী নাৰায়ণ যোগ আৰু বৃহস্পতিৰ শুভ দৃষ্টি কেইবাটাও ৰাশিৰ বাবে সৌভাগ্যৰ বতৰা কঢ়িয়াই আনিব৷ ২০২৬ চনৰ জানুৱাৰীত কোন কোন ৰাশিয়ে এই শুভ যোগৰ সুবিধা পাব? জানি থওক সবিশেষ৷

 ২০২৬ চনৰ জানুৱাৰীত গঠিত প্ৰধান শুভ যোগসমূহ

বৈদিক জ্যোতিষমতে জানুৱাৰী মাহে প্ৰধানত তিনিটা শক্তিশালী প্ৰভাৱে কাম কৰিব৷

মকৰ সংক্ৰান্তিঃ সূৰ্যই যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে তেতিয়াই এই শুভ কামৰ সূচনা হয়৷ ই আত্মবিশ্বাস আৰু সামাজিক মৰ্যাদা বৃদ্ধি কৰে৷

লক্ষ্মী নাৰায়ণ যোগঃ বুধ আৰু শুক্ৰৰ মিলনত এই যোগ তৈয়াৰ হয় যিয়ে অৰ্থভাগ্য আৰু সৃজনশীলতাৰ বাবে শ্ৰেষ্ঠ৷

গজকেশৰী যোগঃ চন্দ্ৰ আৰু বৃহস্পতিৰ বিশেষ অৱস্থানত এই যোগ গঠিত হয় যিয়ে জ্ঞান আৰু সমৃদ্ধি দান কৰে৷

সৌভাগ্যৰ তুংগত থাকিব এই ৪ৰাশি

জ্যোতিষ গণনা অনুসৰি এই শুভ যোগসমূহৰ প্ৰভাৱত নিম্নলিখিত ৪টা ৰাশি সকলোতকৈ বেছি লাভৱান হব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে ২০২৬ চনৰ আৰম্ভণি অভাৱনীয় হব৷ বুধ আৰু শুক্ৰৰ প্ৰভাৱত আপোনাৰ যোগাযোগ দক্ষতা বাঢ়িব৷

সুবিধাঃ কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে ডাঙৰ কোনো অৰ্ডাৰ বা চুক্তি পাব পাৰে৷ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ অধিপতি বুধ শুভ অৱস্থানত থকাত আপোনাৰ আববে জানুৱাতীৰ সাফল্যৰ যোগ প্ৰৱল৷

সুবিধাঃ দীৰ্ঘদিন ৰৈ থকা কোনো কাম এই সম্পন্ন হব৷ আপুনি যদি কোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি লয় তেতিয়া জানুৱাৰী মাহত সুখবৰ পাৰে৷ আৰ্থিক শ্ৰীবৃদ্ধি ঘটিব৷

মকৰ ৰাশি

সূৰ্যই আপোনাৰ ৰাশিত প্ৰৱেশ কৰাৰ ফলত আপোনাৰ ব্যক্তিত্বত এক পৃথক চমক দেখা যাব৷ ই আপোনাৰ বাবে এক নতুন অধ্যায়ৰ সূচনা কৰিব৷

সুবিধাঃ সামাজিক সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ চৰকাৰী বা প্ৰশাসনিক কামত জয়ী হোৱাৰ সম্ভাৱনা আছে৷ স্বাস্থ্যৰ উন্নতি ঘটিব৷

মীন ৰাশি

শনি আৰু বৃহস্পতিৰ বিশেষ বিন্যাসৰ ফলত মীন ৰাশিৰ জাতকৰ জীৱনত স্থিতিশীলতা আহিব৷

সুবিধাঃ বিদেশ ভ্ৰমণৰ পৰিকল্পনা থাকিলে সেয়া সফল হব৷ পাৰিবাৰিক শান্তি বজায় ৰাখিব পাৰিব৷ যিসকল সৃজনশীল পেছাৰ সৈতে যুক্ত তেওঁলোকৰ খ্যাতি বিয়পি পৰিব৷

২০২৬ চনত শুভ ফল বজায় ৰখাৰ উপায়

শুভ যোগ থাকিলেও কৰ্মফলেই আচল৷ এই সময়ত আপোনাৰ ভাগ্যক আৰু সহায় কৰিবলৈ তলৰ পৰামৰ্শসমূহ মানিব পাৰে৷

দানঃ মকৰ সংক্ৰান্তিৰ দিনা অভাৱী মানুহক তিল বা কম্বল দান কৰক৷

সূৰ্য প্ৰণামঃ প্ৰতিদিনে পুৱা সূৰ্য দেৱতাক পানী অৰ্পণ কৰক৷

মন্ত্ৰ জপঃ ওম নমো ভগৱতে বাসুদেৱায়৷ এই মন্ত্ৰ জপ কৰিলে মানসিক শক্তি বৃদ্ধি পাব৷

২০২৬ চনৰ জানুৱাৰী মাহ পৰিবৰ্তনৰ মাহ৷ গ্ৰহৰ শুভ যোগসমূহে আপোনাৰ জীৱনত সুযোগ আনি দিলেও সঠিক পৰিশ্ৰম আৰু ইতিবাচক দৃষ্টিভংগীয়ে আপোনাক সাফল্যৰ শিখৰলৈ লৈ যাব৷ জ্যোতিষশাস্ত্ৰৰ এই পূৰ্বাভাসক পাথেয় কৰি আপুনি আপোনাৰ নতুন বছৰৰ পৰিকল্পনা সজাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
আপোনাৰ এই ৩ গুণেই নৰকবাসৰ কাৰণ, জানক গীতাত কোন তিনিগুণ পৰিত্যাগৰ কথা কৈছে শ্ৰীকৃষ্ণই?

আপোনাৰ এই ৩ গুণেই নৰকবাসৰ কাৰণ, জানক গীতাত কোন তিনিগুণ পৰিত্যাগৰ কথা কৈছে শ্ৰীকৃষ্ণই?

দৈনিক ৰাশিফল, আজি পুহৰ অমাবস্যাত ৪ ৰাশিৰ সংঘৰ্ষ, মনত কষ্ট পাব কোনো ৰাশিৰ লোকে

দৈনিক ৰাশিফল, আজি পুহৰ অমাবস্যাত ৪ ৰাশিৰ সংঘৰ্ষ, মনত কষ্ট পাব কোনো ৰাশিৰ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.