• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ এই ৩ গুণেই নৰকবাসৰ কাৰণ, জানক গীতাত কোন তিনিগুণ পৰিত্যাগৰ কথা কৈছে শ্ৰীকৃষ্ণই?

আপোনাৰ এই ৩ গুণেই নৰকবাসৰ কাৰণ, জানক গীতাত কোন তিনিগুণ পৰিত্যাগৰ কথা কৈছে শ্ৰীকৃষ্ণই?

9 months ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

38 minutes ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

1 hour ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

2 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

2 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

20 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

20 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

21 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

21 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

22 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

23 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

23 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ এই ৩ গুণেই নৰকবাসৰ কাৰণ, জানক গীতাত কোন তিনিগুণ পৰিত্যাগৰ কথা কৈছে শ্ৰীকৃষ্ণই?

আপোনাৰ এই ৩ গুণেই নৰকবাসৰ কাৰণ, জানক গীতাত কোন তিনিগুণ পৰিত্যাগৰ কথা কৈছে শ্ৰীকৃষ্ণই?

editor by editor
December 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আপোনাৰ এই ৩ গুণেই নৰকবাসৰ কাৰণ, জানক গীতাত কোন তিনিগুণ পৰিত্যাগৰ কথা কৈছে শ্ৰীকৃষ্ণই?
0
SHARES
839
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুস্থভাৱে জীৱনযাপন কৰাৰ কথা কোনে নাভাৱে৷ কেনে হোৱা উচিত আপোনাৰ জীৱন? কেনেকৈ সাফল্য পাব? সকলোবোৰ লিখা আছে শ্ৰীমদ্ভাগৱত গীতাত৷ কেৱল যুদ্ধ জয়ৰ উপায় নহয়, জীৱনৰ প্ৰতিটো মুহূৰ্তত কেনেকৈ চলা উচিত সেই বাখ্যাও কৰা আছে গীতাত৷ তেনে কোনো কাম কৰিলে নৰকলৈয়ো যাব লগা হব পাৰে বুলি শ্ৰীকৃষ্ণৰ গীতাত উল্লেখ আছে৷ বিশেষকৈ ৩ গুণৰ কথা কৈছে শ্ৰীকৃষ্ণই৷ তেওঁ কৈছে, এই তিনি গুণে মানুহৰ চাপ, অৱসাদ আৰু অশান্তিৰ কাৰণ৷ ৩ গুণে আপোনাক নৰকলৈ লৈ যাব পাৰে৷’

জানক কি ৩টা গুণ সকলো সময়তে পৰিত্যাগ কৰিবলৈ কৈছে শ্ৰীকৃষ্ণই?

সীমাহীন আকাঙ্ক্ষা

শ্ৰীকৃষ্ই কৈছে যে এই পৃথিৱীত জীয়াই থাকিবলৈ সফল হৈয়েই থাকিব লাগিব বুলি আমাৰ আশা থাকে৷ অত্যধিক আশা আকাঙ্ক্ষা থাকিলে সেয়া কিন্তু বিপদৰহে কাৰণ হৈ পৰে৷ আজিকালি এই ভোগবাদী বিশ্বত প্ৰয়োজন কেতিয়াবা লালসালৈ পৰিণত হয়৷ সেয়া আমি বুজিবই নোৱাৰো৷ একোতেই সন্তুষ্টও হব নোৱাৰো৷ যিমানেই দিয়ক আৰু বেছি লাগে এই প্ৰৱণতাই আমাক ঠেলি দিয়ে অধৰ্মৰ দিশে৷ যিয়ে মাতি আনে চৰম দুৰ্ভোগ৷ জীৱনৰ গ্ৰাফ তললৈ নামিবলৈ আৰম্ভ কৰে৷ এদিনতে সকলো হেৰুৱাই নিঃস্ব হব পাৰে৷

ক্ৰোধ

ভগৱদ্ভগীতাৰ অধ্যায় ২, শ্লোক ৬৩ হৈছে ক্ৰোধাদ্ভবতি সন্মোহঃ সন্মোহাৎ স্মৃতিবিহ্ৰমঃ৷ অৰ্থাৎ ক্ৰোধৰ পৰা মোহ উৎপন্ন হয় আৰু মোহৰ পৰা স্মৃতিভ্ৰংশ হয়৷ শ্ৰীকৃষ্ণই কৈছে খং সংবৰণ কৰিব নোৱাৰিলে জীৱনত পতন নিশ্চিত৷ খঙত আমি ৰাস্তাঘাটতো অকাৰণে সমস্যাত সোমাই পৰি নিজৰ বিপদ মাতি আনো৷ নিজৰ প্ৰিয় মানুহকেই বেয়া ব্যৱহাৰ কৰি পেলাও যিয়ে আমাৰ সম্পৰ্ক নষ্ট কৰে৷ শ্ৰীকৃষ্ণই কৈছে খঙে আমাৰ বুদ্ধিক বিনাশ কৰে৷ যাৰ বাবে ভুল সিদ্ধান্ত লবলৈ বাধ্য হও৷ খঙত লোৱা সিদ্ধান্তই সমগ্ৰ জীৱনৰ পৰিশ্ৰমক মুহূৰ্ততে বিফল কৰি দিব পাৰে৷ সেয়ে শান্ত থকাটো প্ৰয়োজন৷ শত্ৰুৱে যিমানই প্ৰৰোচিত নকৰক কিয় শান্ত মনেৰে সেই পৰিস্থিতিৰ মোকাবিলাৰ চেষ্টা কৰা উচিত৷

লোভ

মানুহৰ যিমান বেয়া গুণ আছে তাৰ নেপথ্যত আছে লোভ৷ লালসাই মানুহক দুৰ্নীতিত সোমাই পৰিবলৈ বাধ্য কৰে৷ সম্পৰ্কতো প্ৰতাৰণা কৰিবলৈ শিকায়৷ একোতেই মানুহ সুখী হব নোৱাৰে৷ সকলো সময়তে অন্যৰ সামগ্ৰীৰ ওপৰত নজৰ থাকে৷ শ্ৰীকৃষ্ণই কৈছে যে লোভে মানুহক অন্ধ কৰি দিয়ে৷ শুদ্ধ-ভুলৰ পাৰ্থক্য পাহৰাই দিয়ে৷ এই স্বভাৱে মানুহৰ পতন মাতি আনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক
জীৱনশৈলী

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

September 4, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
ভাৰত

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

September 4, 2026
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!
বিনোদন

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

September 4, 2026
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা
অসম

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

September 4, 2026
Next Post
দৈনিক ৰাশিফল, আজি পুহৰ অমাবস্যাত ৪ ৰাশিৰ সংঘৰ্ষ, মনত কষ্ট পাব কোনো ৰাশিৰ লোকে

দৈনিক ৰাশিফল, আজি পুহৰ অমাবস্যাত ৪ ৰাশিৰ সংঘৰ্ষ, মনত কষ্ট পাব কোনো ৰাশিৰ লোকে

পুনৰ অগ্নিগৰ্ভা বাংলাদেশ,প্ৰতিবাদী যুৱ নেতাৰ নিহতৰ পাছতে ক্ষোভৰ দাৱানল, প্ৰতিবাদকাৰীৰ লক্ষ্য  নেতা-সাংবাদিক

পুনৰ অগ্নিগৰ্ভা বাংলাদেশ,প্ৰতিবাদী যুৱ নেতাৰ নিহতৰ পাছতে ক্ষোভৰ দাৱানল, প্ৰতিবাদকাৰীৰ লক্ষ্য নেতা-সাংবাদিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.