• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ অগ্নিগৰ্ভা বাংলাদেশ,প্ৰতিবাদী যুৱ নেতাৰ নিহতৰ পাছতে ক্ষোভৰ দাৱানল, প্ৰতিবাদকাৰীৰ লক্ষ্য  নেতা-সাংবাদিক

পুনৰ অগ্নিগৰ্ভা বাংলাদেশ,প্ৰতিবাদী যুৱ নেতাৰ নিহতৰ পাছতে ক্ষোভৰ দাৱানল, প্ৰতিবাদকাৰীৰ লক্ষ্য নেতা-সাংবাদিক

4 months ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

33 minutes ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

1 hour ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

2 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

19 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

19 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

20 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

21 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

22 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

22 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

23 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

23 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পুনৰ অগ্নিগৰ্ভা বাংলাদেশ,প্ৰতিবাদী যুৱ নেতাৰ নিহতৰ পাছতে ক্ষোভৰ দাৱানল, প্ৰতিবাদকাৰীৰ লক্ষ্য নেতা-সাংবাদিক

editor by editor
December 19, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
পুনৰ অগ্নিগৰ্ভা বাংলাদেশ,প্ৰতিবাদী যুৱ নেতাৰ নিহতৰ পাছতে ক্ষোভৰ দাৱানল, প্ৰতিবাদকাৰীৰ লক্ষ্য  নেতা-সাংবাদিক
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ অগ্নিগৰ্ভা বাংলাদেশ,প্ৰতিবাদী যুৱ নেতাৰ নিহতৰ পাছতে ক্ষোভৰ দাৱানল, প্ৰতিবাদকাৰীৰ লক্ষ্য নেতা-সাংবাদিক

পুনৰ এবাৰ অগ্নিগৰ্ভা হৈ পৰিছে ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশ। দেশ খনৰ চাৰিওফালে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও এইবাৰৰ কাৰণ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা নহয়, বৰঞ্চ হাছিনাৰ প্ৰতিদ্বন্দ্বী নেতা তথা প্ৰতিবাদী যুৱ নেতা শ্বৰীফ ওছমান হাদী।

বৃহস্পতিবাৰে ছিংগাপুৰত যুৱ নেতা ওছমান হাদীৰ আকস্মিক মৃত্যুৰ পাছতে প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। এইবাৰ এই হিংসাত্মক পৰিস্থিতিৰ বাবে প্ৰতিবাদকাৰীৰ লক্ষ্য হৈ পৰিছে নেতা-সাংবাদিক। যাৰ পৰিণতিত প্ৰতিবাদকাৰীয়ে ঢাকাত বাংলাদেশী বাতৰি কাকত প্ৰথম আলো আৰু ডেইলী ষ্টাৰ থকা অট্টালিকা ভাঙি ভাঙি লণ্ডভণ্ড কৰে। আক্ৰমণৰ সময়ত প্ৰায় ৩০ জন সাংবাদিক অট্টালিকাৰ ভিতৰত আছিল। পাছতে সেনাই কোনোমতে উদ্ধাৰ কৰে লোক কেইগৰাকীক।

উল্লেখ্য যে, ১২ ডিচেম্বৰত নিৰ্বাচনী প্ৰচাৰৰ সময়ত যুৱ নেতা ওছমান হাদীক কোনো মুখা পিন্ধা আততায়ীয়ে হঠাতে আক্ৰমণ কৰি হাদীৰ মূৰত গুলিয়াইছিল। এই আক্ৰমণৰ পিছত হাদীক ঢাকাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু অৱস্থা সংকটজনক হোৱাৰ বাবে হাদীক ছিংগাপুৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

কিন্তু কেইবাদিনো ধৰি মৃত্য়ুৰ সৈতে যুঁজ দি অৱশেষত ওছমান হাদীয়ে চিকিৎসালয়তে মৃত্যুবৰণ কৰে। ছিংগাপুৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তেওঁৰ মৃত্যু নিশ্চিত কৰাৰ লগে লগে বাংলাদেশত ইনকুইলাব মঞ্চৰ প্ৰতিবাদকাৰীসকল উন্মাদ হৈ পৰে।

প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে আৱামী লীগৰ কাৰ্যালয়। লগতে শ্বেখ হাছিনাৰ পিতৃ মুজিবুৰ ৰহমানৰ ঘৰতো জুই লগাই দিয়ে। ইয়াৰ পূৰ্বে প্ৰতিবাদকাৰীয়ে শ্বেখ হাছিনাৰ ঘৰৰ ব্যাপক ক্ষতিসাধন কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

April 29, 2026
Next Post
টকাৰ নাটনি, কিন্তু তথাপি ভাৰতত কিমান নোট ছপা কৰিব লাগে সেয়া কোনে সিদ্ধান্ত লয়?

টকাৰ নাটনি, কিন্তু তথাপি ভাৰতত কিমান নোট ছপা কৰিব লাগে সেয়া কোনে সিদ্ধান্ত লয়?

অতিকে শোকাৱহ, প্ৰাইভেট জেট দুৰ্ঘটনাত ফেমাছ ৰেচাৰসহ সম্পূৰ্ণ পৰিয়াল নিহত

অতিকে শোকাৱহ, প্ৰাইভেট জেট দুৰ্ঘটনাত ফেমাছ ৰেচাৰসহ সম্পূৰ্ণ পৰিয়াল নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.