• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, প্ৰাইভেট জেট দুৰ্ঘটনাত ফেমাছ ৰেচাৰসহ সম্পূৰ্ণ পৰিয়াল নিহত

অতিকে শোকাৱহ, প্ৰাইভেট জেট দুৰ্ঘটনাত ফেমাছ ৰেচাৰসহ সম্পূৰ্ণ পৰিয়াল নিহত

8 months ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

59 minutes ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

1 hour ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

2 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

14 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

15 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

15 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

16 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

16 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

17 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

18 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

18 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অতিকে শোকাৱহ, প্ৰাইভেট জেট দুৰ্ঘটনাত ফেমাছ ৰেচাৰসহ সম্পূৰ্ণ পৰিয়াল নিহত

editor by editor
December 19, 2025
in বিশ্ব
0
অতিকে শোকাৱহ, প্ৰাইভেট জেট দুৰ্ঘটনাত ফেমাছ ৰেচাৰসহ সম্পূৰ্ণ পৰিয়াল নিহত
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, প্ৰাইভেট জেট দুৰ্ঘটনাত ফেমাছ ৰেচাৰসহ সম্পূৰ্ণ পৰিয়াল নিহত

আমেৰিকাৰ উত্তৰ কেৰ’লিনাৰ ষ্টেটছভিল আঞ্চলিক বিমানবন্দৰত সংঘটিত হৈছে এক অতিকে শোকাৱহ বিমান দুৰ্ঘটনা। এক প্ৰাইভেট জেট দুৰ্ঘটনাত দেশখনৰ জনপ্ৰিয় ৰেচাৰ এগৰাকী নিহত হোৱাৰ লগতে ৰেচাৰগৰাকীৰ সম্পূৰ্ণ পৰিয়ালে প্ৰাণ হেৰুৱায়।

জানিব পৰা অনুসৰি এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোক গৰাকী আমেৰিকাৰ এসময়ৰ জনপ্ৰিয় কাৰ ৰেচাৰ গ্ৰেগ বিফেল আৰু তেওঁৰ সম্পূৰ্ণ পৰিয়ালকে ধৰি মুঠ সাতজন লোকে প্ৰাণ হেৰুৱাইছে।

স্থানীয় সময় অনুসৰি আজি পুৱা প্ৰায় ১০:২০ মান বজাত ব্যক্তিগত জেট খন অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হয় আৰু লগে লগে ভয়ংকৰ জুইয়ে বিমানখন আগুৰি ধৰে। যাৰ ফলতেই বিমানখনৰ ভিতৰত থকা গ্ৰেগৰ সম্পূৰ্ণ পৰিয়ালসহ বিমানখনৰ পাইলট নিহত হয়।

আমেৰিকাৰ বিমান সন্থা তথা আৰক্ষী বিষয়াসকলে নিশ্চিত কৰিছে যে চেছনা চি৫৫০ কৰ্পৰেট জেট বিমানখন উৰণৰ কিছু সময়ৰ পিছতে ৰাণৱেৰ পূব প্ৰান্তত খুন্দা মাৰে আৰু বিমানখনে খুন্দা মৰাৰ লগে লগে জুই লাগি যায়।

গ্ৰেগ বিফেলৰ মৃত্যু নিশ্চিত কৰাৰ লগতে তেওঁৰ পত্নী ক্ৰীষ্টিনা, তেওঁলোকৰ কন্যা এমা, পুত্ৰ ৰাইডাৰ আৰু আন তিনিজনৰ মৃত্যু নিশ্চিত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল
বিনোদন

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

August 25, 2026
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’
বিশ্ব

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

August 23, 2026
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী
বিশ্ব

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

August 23, 2026
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস
বিশ্ব

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

August 22, 2026
Next Post
নতুন বছৰৰ আৰম্ভণিতে শুক্ৰ-চন্দ্ৰৰ বিশেষ সংযোগে ৩ ৰাশিৰ বাম্পাৰ লাভ

নতুন বছৰৰ আৰম্ভণিতে শুক্ৰ-চন্দ্ৰৰ বিশেষ সংযোগে ৩ ৰাশিৰ বাম্পাৰ লাভ

কেতিয়া ঘোষণা কৰা হ’ব টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল, কোনে কোনে দলত স্থান পোৱাৰ সম্ভৱনা

কেতিয়া ঘোষণা কৰা হ'ব টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল, কোনে কোনে দলত স্থান পোৱাৰ সম্ভৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.