• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানৰ সমৰ্থক তুৰ্কী বিপদত, ভাৰতে ল’লে বিশেষ পদক্ষেপ

পাকিস্তানৰ সমৰ্থক তুৰ্কী বিপদত, ভাৰতে ল’লে বিশেষ পদক্ষেপ

1 year ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

43 minutes ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

1 hour ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

2 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

3 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

5 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

5 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

6 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

7 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

7 hours ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

8 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাকিস্তানৰ সমৰ্থক তুৰ্কী বিপদত, ভাৰতে ল’লে বিশেষ পদক্ষেপ

editor by editor
May 15, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
পাকিস্তানৰ সমৰ্থক তুৰ্কী বিপদত, ভাৰতে ল’লে বিশেষ পদক্ষেপ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ সমৰ্থক তুৰ্কী বিপদত, ভাৰতে ল’লে বিশেষ পদক্ষেপ

পাকিস্তানক সমৰ্থন কৰি এইবাৰ বিপদত তুৰ্কী। তুৰ্কীৰ বিৰুদ্ধে ভাৰতে ল’লে বিশেষ পদক্ষেপ। তুৰ্কীৰ গ্ৰাউণ্ড হেণ্ডলিং কোম্পানী ‘চেলেবি এয়াৰপৰ্ট চাৰ্ভিচেছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড’ক প্ৰদান কৰা নিৰাপত্তাৰ অনুমতি বাতিল কৰে।

আজি ১৫ মে তাৰিখ বৃহস্পতিবাৰে বিমান পৰিবহণ নিৰাপত্তা চোৱাচিতা সংস্থা ব্যুৰো অৱ চিভিল এভিয়েশন ছিকিউৰিটিয়ে (BCAS) বাতিল কৰে তুৰ্কীৰ ‘চেলেবি এয়াৰপৰ্ট চাৰ্ভিচেছ’ কোম্পানীৰ অনুমতি।

এক নিৰ্দেশত ব্যুৰো অৱ চিভিল এভিয়েশন ছিকিউৰিটিয়ে (বিচিএএছ) কয় যে তুৰস্কৰ চেলেবীৰ অংশ চেলেবি এয়াৰপৰ্ট চাৰ্ভিচেছ ইণ্ডিয়াৰ নিৰাপত্তাৰ অনুমতি বাতিল কৰিছে। চেলেবিৰ ৱেবছাইট অনুসৰি কোম্পানীটোৱে ৯টা বিমানবন্দৰত – মুম্বাই, দিল্লী, কোচিন, কান্নুৰ, বাংগালুৰু, হায়দৰাবাদ, গোৱা, আহমেদাবাদ আৰু চেন্নাইত সেৱা আগবঢ়াই আছিল।

কেৱল সিমানেই নহয় ভাৰতৰ ফলমূল বিক্ৰেতাসকলে তুৰ্কীৰ পৰা আপেল আমদানি কৰা বন্ধ কৰি দিছে। খুচুৰা ব্যৱসায়ীসকলেও ডাঙৰ ব্যৱসায়ীৰ পৰা তুৰ্কী আপেল ক্ৰয় কৰা নাই। ইয়াৰ মূলতে শত্ৰু পাকিস্তানক সমৰ্থন কৰা তুৰস্কৰ অৰ্থনৈতিক ক্ষতি হ’ব লাগে।
ব্যৱসায়ীসকলৰ লগতে সাধাৰণ জনতাইও তুৰস্ক বৰ্জন কৰিবলৈ আৰম্ভ কৰিছে। ব্যৱসায়ীসকলৰ পৰা পোৱা তথ্য অনুসৰি তুৰস্কৰ পৰা ভাৰতলৈ এক লাখ মেট্ৰিক টনৰো অধিক আপেল আমদানি কৰা হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Pakistan WarPakistan SupporterTurkey
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান
বিনোদন

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

June 24, 2026
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ
বিশ্ব

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

June 24, 2026
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!
ভাৰত

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

June 24, 2026
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই
অপৰাধ

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

June 24, 2026
Next Post
কাইলৈ ১৬ মে’ তাৰিখে বিশেষ উপহাৰ পাব ৫ ৰাশিৰ লোকে, জীৱনত সুখ বাঢ়িব

কাইলৈ ১৬ মে’ তাৰিখে বিশেষ উপহাৰ পাব ৫ ৰাশিৰ লোকে, জীৱনত সুখ বাঢ়িব

দৈনিক ৰাশিফল- আজি জেঠ মাহৰ প্ৰথমটো দিনতেই সাধ্য যোগৰ শুভ প্ৰভাৱ, কাৰ ভাগ্যত কি

দৈনিক ৰাশিফল- আজি জেঠ মাহৰ প্ৰথমটো দিনতেই সাধ্য যোগৰ শুভ প্ৰভাৱ, কাৰ ভাগ্যত কি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.