• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ৰ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত, ২০৪৭ত সঁচাই ধ্বংস হ’ব নেকি পৃথিৱী?

২০২৫ৰ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত, ২০৪৭ত সঁচাই ধ্বংস হ’ব নেকি পৃথিৱী?

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ৰ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত, ২০৪৭ত সঁচাই ধ্বংস হ’ব নেকি পৃথিৱী?

editor by editor
January 8, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
২০২৫ৰ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত, ২০৪৭ত সঁচাই ধ্বংস হ’ব নেকি পৃথিৱী?
0
SHARES
811
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ৰ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত, ২০৪৭ত সঁচাই ধ্বংস হ’ব নেকি পৃথিৱী?

বাবা ভাংগা, যাৰ সম্পূৰ্ণ নাম আছিল ভাংগেলিয়া পাণ্ডেভা গুষ্টেৰ’ভা, বিশ্বৰ পৰিঘটনাৰ বিষয়ে উল্লেখযোগ্য ভৱিষ্যদ্বাণীৰ বাবে এগৰাকী উল্লেখযোগ্য বুলগেৰিয়ান ক্লেয়াৰভয়েণ্ট আছিল। ১৯১১ চনৰ ৩১ জানুৱাৰীত তেতিয়াৰ অট্টোমান সাম্ৰাজ্যৰ অংশ ষ্ট্ৰুমিকাত জন্মগ্ৰহণ কৰা বাবা ভাংগাই কম বয়সতে দুৰ্ঘটনাৰ ফলত চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল।

পাছে দৃষ্টি শক্তি হেৰুৱালেও ইন্দ্ৰিয় অধিক সষ্টম হৈ উঠে বাবা ভাংগাৰ। লগতে ভৱিষ্যতৰ বহু কথাও কবলৈ ধৰে। যি বোৰ ভৱিষ্যতবাণীৰ বহুখিনি সঁচা বুলি প্ৰমাণিত হৈছেও।

সেই বাবা ভাংগাৰে ২০২৫ক লৈ কৰা ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত। মহাপ্ৰলয়, প্ৰাকৃতিক দুৰ্যোগক লৈ ভৱিষ্যদ্বাণী আখৰে আখৰে প্ৰমাণ। HMPV মহামাৰীয়ে লৈছে ভয়ংকৰ ৰূপ। তিব্বতৰ ভয়ংকৰ বৰভূঁইকপত প্ৰাণ হেৰুৱালে শতাধিকে।

২০২৫ক লৈ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত। নৱবৰ্ষৰ প্ৰাকক্ষণতে সঁচা প্ৰমাণ হ’ল বাবা ভাংগাৰ ভৱিষ্যদ্বাণী। নতুন বছৰক লৈ বাবা ভাংগাৰ প্ৰথমটো ভৱিষ্যদ্বাণী আছিল মহামাৰীৰ। প্ৰথমটো ভৱিষ্যদ্বাণী আখৰে আখৰে সঁচা প্ৰমাণিত।

চীনত উত্পত্তি HMP ভাইৰাছ বিয়পিছে বিশ্বজুৰি। ইতিমধ্যে এছিয়াৰ সৰ্বাধিক দেশতেই বিয়পিছে HMPV, ভাৰতত এই পৰ্যন্ত ৯ জনৰ দেহত পোৱা গৈছে HMP ভাইৰাছ। দ্ৰুতগতিত মহামাৰীয়ে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা।

বাবা ভাংগাৰ দ্বিতীয়টো ভৱিষ্যদ্বাণী আছিল মহাপ্ৰলয়ৰ। ৭ জানুৱাৰী মঙলবাৰে পুৱা অহা বৰভূইকঁপে সত্য প্ৰমাণিত কৰিলে বাবা ভাংগাৰ বাণী। ৭.১ প্ৰাৱল্যৰ ভূমিকম্পত প্ৰাণহানি হ’ল বৰ্তমানলৈ ১২৬ জন লোকৰ। ২০০ৰো অধিক আহত।

একেটা সময়তে বিশ্বৰ কেইবাখনো দেশ কঁপি উঠিল ভূমিকম্পত। পাকিস্তান, বাংলাদেশ, ভাৰতৰ লগতে উত্তৰ-পূৱতো ভূমিকম্পৰ মৃদু প্ৰভাৱ।

তেন্তে ২০৪৭ত পৃথিৱী ধ্বংস হোৱাৰ ভৱিষ্যদ্বাণীও সঁচা প্ৰমাণিত হ’ব নেকি? বাবা ভাংগাৰ ভৱিষ্যদ্বাণী লৈ শংকিত হৈ পৰিছে এতিয়া বিশ্ব। জ্যোতিষ শাস্ত্ৰয়ো পূৰ্বে মহাপ্ৰলয়, প্ৰাকৃতিক দুৰ্যোগৰ পূৰ্বানুমান কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2025 PredictionBaba Bhangaprediction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
জীৱন্তে উদ্ধাৰ হ’বনে উমৰাংছুৰ আৱদ্ধ শ্ৰমিক, ব্যৱহাৰ হ’ব অত্যাধুনিক পানী নিষ্কাশন পাম্প

জীৱন্তে উদ্ধাৰ হ'বনে উমৰাংছুৰ আৱদ্ধ শ্ৰমিক, ব্যৱহাৰ হ'ব অত্যাধুনিক পানী নিষ্কাশন পাম্প

কাইলৈ ১০ জানুৱাৰীত ৫ ৰাশিৰ লোকৰ খোল খাব ভাগ্যৰ দ্বাৰ, লাভ কৰিব শুভ সংবাদ

কাইলৈ ১০ জানুৱাৰীত ৫ ৰাশিৰ লোকৰ খোল খাব ভাগ্যৰ দ্বাৰ, লাভ কৰিব শুভ সংবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.