• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লী দলে একেলগে উদযাপন কৰিলে বিজয় আৰু ৰাহুলৰ পিতৃত্ব, ভাইৰেল ভিডিঅ’

12 months ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

33 minutes ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 hour ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

2 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

3 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

21 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

22 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

23 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

24 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 day ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

দিল্লী দলে একেলগে উদযাপন কৰিলে বিজয় আৰু ৰাহুলৰ পিতৃত্ব, ভাইৰেল ভিডিঅ’

editor by editor
March 25, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিনোদন, ভাৰত
0
দিল্লী দলে একেলগে উদযাপন কৰিলে বিজয় আৰু ৰাহুলৰ পিতৃত্ব, ভাইৰেল ভিডিঅ’
0
SHARES
550
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লী দলে একেলগে উদযাপন কৰিলে বিজয় আৰু ৰাহুলৰ পিতৃত্ব, ভাইৰেল ভিডিঅ’

ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুলৰ বাবে সোমবাৰটো আছিল অতি বিশেষ দিন, ৰাহুল আৰু পত্নী তথা বলীউডৰ অভিনেত্ৰী আথিয়া শ্বেট্টী এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ লাভ কৰে। দম্পতীহালে এই খবৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে অৱগত কৰে।

ইয়াৰে মাজত ৰাহুলে কেৱল পিতৃ হোৱাৰ আনন্দ পোৱাই নহয়, এতিয়া তেওঁ আই পি এল দল দিল্লী কেপিটেলছৰ বাবেও সুখী, কাৰণ দিল্লী দলে আই পি এল ২০২৫ চিজনৰ প্ৰথমখন খেলত ৰোমাঞ্চিত ভাৱে জয় লাভ কৰে।

দিল্লী দলকো এই বিজনে বহুত সুখি কৰি তোলে। লগতে দলৰ সদস্য ৰাহুলৰ পিতৃ হোৱাৰ আনন্দও উদযাপনৰ বাবে দিল্লীৰ দলটোৱে এটা ভিডিঅ’ মুকলি কৰিছে যিটো বৰ্তমানে ভাইৰেল হৈ পৰিছে।

দৰাচলতে সোমবাৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে এখন ৰোমাঞ্চকৰ খেলত এটা উইকেটত জয়লাভ কৰি দিল্লীৰ দলটোৱে যেতিয়া নিজৰ ড্ৰেছিং ৰুমত উপস্থিত হয়, তেতিয়া ৰাহুলক অভিনন্দন জনোৱাৰ এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হয়।

কোলাত কেঁচুৱা লৈ থকাৰ ভংগিমাৰে নাচি নাচি দিল্লী দলৰ প্ৰতিগৰাকী সদস্য, খেলুৱৈৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষক, আদি সকলোৱে ৰাহুলক অভিবাদন জনায়।

উল্লেখ্য যে, কে এল ৰাহুলক দিল্লী দলে ১৪ কোটি টকাত ক্ৰয় কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Athiya Settybaby GirlDelhi teamK L Rahul
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

Next Post
বিশ্ববাসীত স্তম্ভিত কৰি ভাৰতে শীঘ্ৰেই আৰম্ভ কৰিব অতি শক্তিশালী হাইড্ৰ’জেন ৰে’ল

সূৰ্যগ্ৰহণৰ সময়ত বিপদে লগ দিব এই ৰাশিক, সাৱধানে থকাটো প্ৰয়োজন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন