• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অখিল গগৈলৈ এটা ডাঙৰ উপহাৰ, লুৰীণলৈ মিডিয়াম…

অখিল গগৈলৈ এটা ডাঙৰ উপহাৰ, লুৰীণলৈ মিডিয়াম…

2 years ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

2 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

2 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

3 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

3 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

4 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

5 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

6 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

7 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

8 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

9 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অখিল গগৈলৈ এটা ডাঙৰ উপহাৰ, লুৰীণলৈ মিডিয়াম…

editor by editor
May 23, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ৰাজনীতি
0
অখিল গগৈলৈ এটা ডাঙৰ উপহাৰ, লুৰীণলৈ মিডিয়াম…
0
SHARES
533
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অখিল গগৈলৈ এটা ডাঙৰ উপহাৰ, লুৰীণলৈ মিডিয়াম…

‘মুখ্যমন্ত্ৰী শৰ্মাৰ এজেণ্ট দুই গগৈ অখিল-লুৰীণলৈ ডাঙৰ ডাঙৰ মিঠাইৰ টোপোলা পঠিয়াম।’ অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈলৈ মিঠাইৰ টোপোলা কোনে পঠিয়াব, আজি সাংবাদিকৰ আগত মিঠাইৰ টোপোলাৰ কথা সদৰি কৰে এ আই ইউ ডি এফ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে।

শিৱসাগৰৰ বিধায়ক অখিল গগৈলৈ এটা ডাঙৰ মিঠাইৰ টোপোলা পঠিয়াব বদৰুদ্দিন আজমলে। অকল অখিল গগৈলৈয়ে নহয়, অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈলৈও উপহাৰ টোপোলা পঠিয়াব আজমলে।

অৱশ্যে, অখিল গগৈতকৈ আকাৰত সৰু মিঠাইৰ টোপোলা পঠিয়াব এআইইউডিএফৰ মুৰব্বীগৰাকীয়ে। মিঠাই পঠিওৱা তালিকাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ধুবুৰীৰ আজমলৰ বিৰুদ্ধে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰকিবুলৰ নামো আছে। আজি গুৱাহাটীত সাংবাদিকৰে হোৱা বাৰ্তালাপত বদৰুদ্দিন আজমলে এই কথা ঘোষণা কৰে।

অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈক টাৰ্গেট হিচাপে লৈ আজমলে দুয়ো গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্টৰূপে অভিহিত কৰে। এই দুই গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ধন লৈ বিজেপিৰ হৈ কাম কৰি থকাৰ গুৰুতৰ অভিযোগ আনে আজমলে।

ইফালে, ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফলক লৈ মন্তব্য কৰি নিজৰ জয় নিশ্চিত বুলি আজমলে দাবী কৰে। অৱশ্যে, পূৰ্বতকৈ এইবাৰ ভোটৰ ব্যৱধান হ্ৰাস পাব বুলিও উল্লেখ কৰে। উল্লেখ্য যে একেৰাহে জয়ৰ হেট্ৰিক গঢ়ি চতুৰ্থবাৰৰ বাবে বদৰুদ্দিন আজমল ধুবুৰীত নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

কিন্তু, এইবেলি কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সংখ্যালঘু নেতাগৰাকী। ধুবুৰীত কেইবাজনো প্ৰাৰ্থী আছে যদিও আজমল, ৰকিবুল আৰু অগপ প্ৰাৰ্থী জাবেদ ইছলাম বিশেষ চৰ্চালৈ আহিছিল। শেষ মুহূৰ্তত সমষ্টিটোত আজমল আৰু ৰকিবুলৰ মাজত প্ৰতিদ্বন্দ্বিতা সীমিত থকাৰ সম্ভাৱনাই অধিক।

ধুবুৰীত আজমলৰ বিৰুদ্ধে প্ৰতিষ্ঠান/অধিষ্ঠানবিৰোধী ঢৌক অস্ত্ৰ হিচাপে লৈ মিত্ৰদলৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ সমষ্টিটোৰ চূকে-কোণে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে প্ৰচাৰ চলাইছিল। সংখ্যালঘু এলেকাত অখিলৰ জনপ্ৰিয়তাক কামত লগাইছিল শিৱসাগৰৰ বিধায়কজনে। সেই সময়তেই অখিল হিমন্ত বিশ্ব শৰ্মাৰ ১ নম্বৰ এজেণ্টৰূপে অভিহিত কৰে আজমলে। সেয়ে ৪ জুনৰ পাছত অখিল আৰু লুৰীণলৈ মিঠাইৰ টোপোলা পঠিয়াব বুলি সাংবাদিকৰ সন্মুখত সদৰী কৰি আজমলে তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiAssam. Assam Electionbadaruddin ajmallok sabha electionlurinjyoti gogoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

October 21, 2026
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’
অসম

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

October 19, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
Next Post
জেঠ মাহত হনুমান আৰু শণি দেৱৰ বিশেষ প্ৰভাৱ থাকে, ভুলতো নকৰিব এই কেইটা কাম

জেঠ মাহত হনুমান আৰু শণি দেৱৰ বিশেষ প্ৰভাৱ থাকে, ভুলতো নকৰিব এই কেইটা কাম

ভয়ংকৰ বিস্ফোৰণ, বৰ্তমানলৈ মৃতকৰ সংখ্যা ৭ লৈ বৃদ্ধি, ৩০ৰো অধিক আহত, ৩ কিলোমিটাৰ পৰ্যন্ত শুনা গৈছিল প্ৰচণ্ড শব্দ

ভয়ংকৰ বিস্ফোৰণ, বৰ্তমানলৈ মৃতকৰ সংখ্যা ৭ লৈ বৃদ্ধি, ৩০ৰো অধিক আহত, ৩ কিলোমিটাৰ পৰ্যন্ত শুনা গৈছিল প্ৰচণ্ড শব্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.