• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জেঠ মাহত হনুমান আৰু শণি দেৱৰ বিশেষ প্ৰভাৱ থাকে, ভুলতো নকৰিব এই কেইটা কাম

2 years ago
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

1 hour ago
নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?

2 hours ago
মোহিনীৰূপে আবিৰ্ভূত হৈছিল শ্ৰীবিষ্ণু, সেই নিশা সূৰ্যৰ নক্ষত্ৰৰ ঘৰত চন্দ্ৰ যোৱাৰ ফলত উপকৃত হ’ব কোন কোন ৰাশি?

3 hours ago
শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?

প্ৰষ্টেট কৰ্কটৰ লক্ষণ কি কি? প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱাৰ লক্ষণেই প্ৰষ্টেট কেন্সাৰৰ প্ৰাথমিক লক্ষণ? কেনেকৈ সময়মতে এই ৰোগ সম্পৰ্কে জানিব পাৰিব?

4 hours ago
কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে

5 hours ago
দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

অংক কৰিলেই BJP লৈ ৰাঘৱ চাড্ডা, কিয় বাতিল নহয় সাংসদ পদ? দলত্যাগ আইনত কি আছে?

6 hours ago
মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি

কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জেঠ মাহত হনুমান আৰু শণি দেৱৰ বিশেষ প্ৰভাৱ থাকে, ভুলতো নকৰিব এই কেইটা কাম

editor by editor
May 23, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
জেঠ মাহত হনুমান আৰু শণি দেৱৰ বিশেষ প্ৰভাৱ থাকে, ভুলতো নকৰিব এই কেইটা কাম
0
SHARES
467
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জেঠ মাহত হনুমান আৰু শণি দেৱৰ বিশেষ প্ৰভাৱ থাকে, ভুলতো নকৰিব এই কেইটা কাম

জেঠ মাহত সূৰ্য্য আটাইতকৈ শক্তিশালী, সেয়েহে গৰমৰ প্ৰভাৱ অধিক থাকে। পৃথিৱীত পৰি থকা সূৰ্য্যৰ কঠোৰ ৰশ্মিৰ বাবে জেঠ মাহটো সকলো জীৱ, মানুহ আৰু প্ৰকৃতিৰ বাবে অতি কষ্টদায়ক।

শাস্ত্ৰত জেঠ মাহত পূজা, দান আৰু তীৰ্থযাত্ৰাৰ বিশেষ গুৰুত্বৰ কথা উল্লেখ কৰা হৈছে। জ্যেষ্ঠ মাহত নিয়ম আৰু সংযম পালন কৰিলে আয়ুস বাঢ়ে আৰু ৰোগো নাশ হয়। গতিকে জেঠৰ সময়ত কিছুমান বিশেষ কথা মনত ৰাখিব, কি কৰিব আৰু কি নকৰিব –

১- ৬ দেৱতাৰ পূজা

সূৰ্য্য দেৱ – জেঠ মাহত সূৰ্য্য উদয়ৰ পূৰ্বে উঠি সূৰ্য্যক অৰ্ঘ্য তথা পানী আগবঢ়াব লাগে, ইয়াৰ ফলত দীৰ্ঘায়ু হয়। ৰোগবোৰ নাশ হয়।
শনি দেৱ- এই মাহত শনি দেৱক পূজা কৰিলে অশুভ প্ৰভাৱ নাইকিয়া হয়।
ভগৱান ত্ৰিবিক্ৰম – শাস্ত্ৰ অনুযায়ী জেঠ মাহত ভগৱান ত্ৰিবিক্ৰম (ভগৱান বিষ্ণুৰ ৰূপ)ক পূজা কৰিব লাগে, ইয়াৰ দ্বাৰা গোমেধ যজ্ঞৰ ফল পোৱা যায়।
হনুমান পূজা – হনুমানে জেঠ মাহতে প্ৰথমবাৰৰ বাবে শ্ৰীৰামক লগ পাইছিল, সেয়েহে এই মাহৰ প্ৰতি মঙলবাৰে হনুমানৰ পূজা কৰিলে বিশেষ ফল পায়।
কৃষ্ণ – এই মাহত গংগা আৰু যমুনা নদীত স্নান কৰি ভগৱান কৃষ্ণক পূজা কৰি তিল দান কৰিলে অশ্বমেধ যজ্ঞৰ সম্পূৰ্ণ ফল পোৱা যায়। এ
বৰুণ দেৱ – এই মাহত চাৰিওফালে পানী কমি যায়, সেয়ে পানী সংৰক্ষণ কৰক। পানী দান কৰক, বিশেষকৈ গংগা দশেৰা আৰু নিৰ্জলা একাদশীত জল দেৱতা বৰুণ দেৱক পূজা কৰক।

২- কি খাব, কি নাখাব – জেঠ মাহত শৰীৰৰ পানীৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত সুস্বাস্থ্য বজাই ৰাখিবলৈ অধিক সেউজীয়া শাক-পাচলি আৰু পানী সমৃদ্ধ ফল-মূল খাব লাগে।

৩- এইবোৰ বস্তুৰ দান – তিল, পানী, মাটিৰ পাত্ৰ, জোতা, ফেন, খাদ্য, ছাতি দান কৰিব লাগে ।

৪- ভুলতো এই কাম নকৰিব – জেঠ মাহত পৰিয়ালৰ ডাঙৰ পুত্ৰ বা কন্যাক বিয়া দিয়া বা বিয়া কৰাব নালাগে, ইয়াক শুভ বুলি গণ্য কৰা নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Hot MonthJeth MonthSani Dev Surya Dev
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?
জীৱনশৈলী

April 25, 2026
নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে
জীৱনশৈলী

নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

April 25, 2026
মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?
জীৱনশৈলী

মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?

April 25, 2026
মোহিনীৰূপে আবিৰ্ভূত হৈছিল শ্ৰীবিষ্ণু, সেই নিশা সূৰ্যৰ নক্ষত্ৰৰ ঘৰত চন্দ্ৰ যোৱাৰ ফলত উপকৃত হ’ব কোন কোন ৰাশি?
জীৱনশৈলী

মোহিনীৰূপে আবিৰ্ভূত হৈছিল শ্ৰীবিষ্ণু, সেই নিশা সূৰ্যৰ নক্ষত্ৰৰ ঘৰত চন্দ্ৰ যোৱাৰ ফলত উপকৃত হ’ব কোন কোন ৰাশি?

April 25, 2026
Next Post
ভয়ংকৰ বিস্ফোৰণ, বৰ্তমানলৈ মৃতকৰ সংখ্যা ৭ লৈ বৃদ্ধি, ৩০ৰো অধিক আহত, ৩ কিলোমিটাৰ পৰ্যন্ত শুনা গৈছিল প্ৰচণ্ড শব্দ

বিবাহিত জীৱনত কাজিয়া! আৰক্ষীক মতাৰ পূৰ্বে জানি লওক উচ্চতম ন্যায়ালয়ৰ ই নিৰ্দেশনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন