• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহিত জীৱনত কাজিয়া! আৰক্ষীক মতাৰ পূৰ্বে জানি লওক উচ্চতম ন্যায়ালয়ৰ ই নিৰ্দেশনা

2 years ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

2 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

4 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

5 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

6 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

7 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

8 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিবাহিত জীৱনত কাজিয়া! আৰক্ষীক মতাৰ পূৰ্বে জানি লওক উচ্চতম ন্যায়ালয়ৰ ই নিৰ্দেশনা

editor by editor
May 23, 2024
in অসম, উত্তৰ-পূব, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
বিবাহিত জীৱনত কাজিয়া! আৰক্ষীক মতাৰ পূৰ্বে জানি লওক উচ্চতম ন্যায়ালয়ৰ ই নিৰ্দেশনা
0
SHARES
500
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহিত জীৱনত কাজিয়া! আৰক্ষীক মতাৰ পূৰ্বে জানি লওক উচ্চতম ন্যায়ালয়ৰ ই নিৰ্দেশনা

যদি কোনো বিবাহিত দম্পতীয়ে আপোনাৰ ওচৰত বা আপোনাৰ পৰিয়ালত কাজিয়া কৰে, তেন্তে আৰক্ষীক ফোন কৰি ইয়াৰ সমাধান কৰাৰ পূৰ্বে অলপ সময় ৰৈ উচ্চতম ন্যায়ালয়ৰ এই পৰামৰ্শ জানি লওক।

শেহতীয়াকৈ দেশৰ উচ্চতম ন্যায়ালয়ে বিবাহিত দম্পতীৰ মাজত হোৱা কাজিয়াত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত কঠোৰ মন্তব্য কৰিছে। আদালতে কয় যে প্ৰতিটো বিবাহৰ ভেটি সহনশীলতা, সন্মান আৰু সমন্বয়ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে।

স্বামী আৰু পত্নীৰ মাজত তৰ্ক হোৱাটো স্বাভাৱিক৷ এনে অৱস্থাত যদি কোনো পৰিয়ালে আৰক্ষীক ফোন কৰে বা আৰক্ষীৰ কাষ চাৰে, তাৰ অৰ্থ সেই দম্পতীহালে তেওঁলোকে বিবাহৰ অন্ত পেলাব বিচাৰে।

এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কয় যে হিংসাত্মক ঘটনাৰ সময়তহে আৰক্ষীক মাতিব লাগে। আৰক্ষীক সমস্যা সমাধানৰ বাবে মাতি অনাটো সম্পৰ্কৰ শেষ তথা ত্যাগ কৰাৰ দৰেই।

উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত দিয়া পৰামৰ্শ –

১/ বিয়াৰ পিছত যদি স্বামী – স্ত্ৰীৰ মাজত কাজিয়া হয়, তেন্তে তৎক্ষণাত পুলিচ মাতিব নালাগে । কাজিয়াৰ সময়ত যেতিয়া প্ৰকৃত হিংসাত্মক কাণ্ড সংঘটিত হৈছে তেতিয়া শেষত আৰক্ষীৰ পৰা সহায় লওক ।

২/ স্বামী -স্ত্ৰীৰ বিবাদত আত্মীয়ই সংযম ৰাখিব লাগে। বহু সময়ত সৰু সৰু বিবাদ দুয়োপক্ষই বহুত ডাঙৰ কৰি তোলে, তাৰ পিছত সম্পৰ্ক উন্নত কৰাৰ পৰিসৰ হেৰাই যায় ৷

৩/ বিবাহিত দম্পতীয়ে কাজিয়া কৰি থাকোতে চিন্তা নকৰে, ইয়াৰ দ্বাৰা কি লাভ হ’ব? অপৰাধমূলক কাৰ্য্যবিধি আৰম্ভ হোৱাৰ প্ৰত্যক্ষ প্ৰভাৱ শিশুৰ ওপৰত পৰে। এই বিষয়ে চিন্তা কৰাটো অতি প্ৰয়োজনীয়।

৪/ আৰক্ষীৰ ওচৰলৈ যোৱাটো সকলো সমস্যাৰে সমাধান নহয়, কিন্তু স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হ’লে , মহিলাসকলে প্ৰায়ে লগে লগে আৰক্ষীক ফোন কৰে। আৰক্ষীক ফোন কৰা মানে সম্পৰ্ক সম্পূৰ্ণৰূপে শেষ কৰা৷

৫/ ভাল বিবাহৰ ভেটি সহনশীলতা, সামঞ্জস্য আৰু ইজনে সিজনক সন্মান কৰাত নিহিত হৈ থাকে। দুয়োপক্ষৰ ভুলবোৰ এক নিৰ্দিষ্ট পৰিমাণে সহ্য কৰিব পৰা ক্ষমতা থাকিব লাগে, তেতিয়াহে বিবাহ সফল হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indiaIndian PoliceMarried Couplesupreme courtSupreme Court new Advice
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে
খাদ্য

Next Post
আজিৰ ৰাশিফল- বৃষ, কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ মানুহে ভুলতো এই কাম কৰিব নালাগে

বিহাৰৰ পাটলিপুত্ৰৰ নিৰ্বাচনৰ প্ৰাৰ্থী কোন সেৱা পাছত সমুখসমৰত মোদী বনাম কেজৰিৱাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন