• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিহাৰৰ পাটলিপুত্ৰৰ নিৰ্বাচনৰ প্ৰাৰ্থী কোন সেৱা পাছত সমুখসমৰত মোদী বনাম কেজৰিৱাল

বিহাৰৰ পাটলিপুত্ৰৰ নিৰ্বাচনৰ প্ৰাৰ্থী কোন সেৱা পাছত সমুখসমৰত মোদী বনাম কেজৰিৱাল

2 years ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

1 hour ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

2 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

4 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

4 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

5 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

14 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

14 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

15 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

15 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

16 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

17 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিহাৰৰ পাটলিপুত্ৰৰ নিৰ্বাচনৰ প্ৰাৰ্থী কোন সেৱা পাছত সমুখসমৰত মোদী বনাম কেজৰিৱাল

editor by editor
May 24, 2024
in ভাৰত, ৰাজনীতি
0
বিহাৰৰ পাটলিপুত্ৰৰ নিৰ্বাচনৰ প্ৰাৰ্থী কোন সেৱা পাছত সমুখসমৰত মোদী বনাম কেজৰিৱাল
0
SHARES
150
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰৰ পাটলিপুত্ৰৰ নিৰ্বাচনৰ প্ৰাৰ্থী কোন সেৱা পাছত সমুখসমৰত মোদী বনাম কেজৰিৱাল

বিহাৰৰ পাটলিপুত্ৰৰ নিৰ্বাচনক লৈ গৰম হৈ পৰিছে দেশৰ লোকসভা নিৰ্বাচন। প্ৰাৰ্থী কোন সেয়া এতিয়া পাছৰ কথা, নিজ নিজ সমৰ্থীত প্ৰাৰ্থীক জয় কৰাবলৈ এতিয়া সমুখসমৰত নামি পৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু অৰবিন্দ কেজৰিৱাল। সমষ্টিটোত যেন এতিয়া মোদী আৰু কেজৰিৱালৰ হে যুঁজ। দুয়ো গৰাকী নেতাই নামি পৰিছে জয় হোৱাৰ বাবে।

সমষ্টিটোত প্ৰধানতঃ সংসদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰামকৃপাল যাদৱ আৰু আৰজেডি প্ৰাৰ্থী মিছা ভাৰতীৰ মাজত তীব্ৰ যুঁজ। যোৱা দুবাৰকৈ মিছা ভাৰতীক পৰাস্ত কৰি আহিছে ৰামকৃপাল যাদৱে। কিন্তু এইবাৰ হেট্ৰিক বন্ধ কৰিবলৈ লালু যাদৱে অৰবিন্দ কেজৰিৱালক পাটলীপুত্ৰলৈ মাতিবলৈ সিদ্ধান্ত লৈছে। আনহাতে ২৫ মে’ত ৰামকৃপালৰ হৈ প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

পাটলীপুত্ৰ অঞ্চলৰ আৰজেডি নেতাসকলৰ মাজত বিৰাট অসন্তুষ্টিৰ সৃষ্টি হৈছে কাৰণ ইয়াৰ পৰা আঞ্চলিক নেতাক সুযোগ দিয়া হোৱা নাই। এই অসন্তুষ্টিৰ বাবেই বিজেপিয়ে আগভাগ লোৱা প্ৰত্যক্ষ।

২৫ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি প্ৰাৰ্থী ৰামকৃপাল যাদৱৰ বিজয় নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচনী সভাত ভাষণ দিব। আনহাতে লালু প্ৰসাদ যাদৱে কন্যা মিছা ভাৰতীক লোকসভালৈ পঠিয়াবলৈ অশেষ চেষ্টা কৰিছে। যাৰ বাবে মিত্ৰদল তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পাটলিপুত্ৰত প্ৰচাৰ চলাবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, ২০১৪ আৰু ২০১৯ৰ নিৰ্বাচনত ৰামকৃপাল যাদৱৰ হাতত পৰাস্ত হৈছিল মিছা ভাৰতীয়ে। ২০১৯ চনত ৰাহুল গান্ধীয়ে তেওঁৰ হৈ প্ৰচাৰ চলাইছিল। অৱশ্যে দুয়োবাৰেই একেবাৰে কম ব্যৱধানত হে পৰাজয় হৈছিল।

দুটা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱা মিছা ভাৰতীয়ে এইবাৰ জয়ৰ বাবে আত্মবিশ্বাসী। একে সময়তে ৰাজনৈতিক বিশেষজ্ঞসকলেও বিশ্বাস কৰে যে এইবাৰ প্ৰতিদ্বন্দ্বিতা কঠিন হব। যোৱা নিৰ্বাচনতো শেষৰ ৰাউণ্ডতহে মিছা ভাৰতী পিছ পৰি ৰয় যদিও এইবাৰ মিত্ৰতাৰ বাবে ভোট সিঁচৰতি নোহোৱাৰ আশা। এনে পৰিস্থিতিত মিছা ভাৰতীয়ে ৰামকৃপাল যাদৱক প্ৰত্যাহ্বান জনাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: biharBihar PataliputraLok SabhaLok Sabha Election Lok Sabha Election 2024Modi Vs KejriwalPataliputra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো
বাণিজ্য

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

September 26, 2026
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?
অপৰাধ

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

September 25, 2026
Next Post
অতিকে শোকাৱহ, তীৰ্থযাত্ৰালৈ বুলি ওলোৱা একেটা পৰিয়ালৰে ৭গৰাকী নিহত ২৫ আহত, মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা

অতিকে শোকাৱহ, তীৰ্থযাত্ৰালৈ বুলি ওলোৱা একেটা পৰিয়ালৰে ৭গৰাকী নিহত ২৫ আহত, মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা

ঘূৰ্ণীবতাহ ৰেমালৰ আতংক, সাৱধান হোৱাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ, ইতিমধ্যেই খুন্দিয়াইছে অসমৰ চুবুৰীয়া ৰাজ্যত

ঘূৰ্ণীবতাহ ৰেমালৰ আতংক, সাৱধান হোৱাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ, ইতিমধ্যেই খুন্দিয়াইছে অসমৰ চুবুৰীয়া ৰাজ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.