• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, তীৰ্থযাত্ৰালৈ বুলি ওলোৱা একেটা পৰিয়ালৰে ৭গৰাকী নিহত ২৫ আহত, মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা

অতিকে শোকাৱহ, তীৰ্থযাত্ৰালৈ বুলি ওলোৱা একেটা পৰিয়ালৰে ৭গৰাকী নিহত ২৫ আহত, মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা

2 years ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

1 hour ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

1 hour ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

2 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

2 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

3 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

4 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

5 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

6 hours ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

7 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে শোকাৱহ, তীৰ্থযাত্ৰালৈ বুলি ওলোৱা একেটা পৰিয়ালৰে ৭গৰাকী নিহত ২৫ আহত, মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা

editor by editor
May 24, 2024
in বিবিধ, ভাৰত
0
অতিকে শোকাৱহ, তীৰ্থযাত্ৰালৈ বুলি ওলোৱা একেটা পৰিয়ালৰে ৭গৰাকী নিহত ২৫ আহত, মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা
0
SHARES
887
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, তীৰ্থযাত্ৰালৈ বুলি ওলোৱা একেটা পৰিয়ালৰে ৭গৰাকী নিহত ২৫ আহত, মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা

পুৱাই আহিছে এক এতিকে শোকাৱহ দুৰ্ঘটনাৰ খবৰ। মাজনিশা সংঘটিত হোৱা দুৰ্ঘটনাতটোত একেলগে প্ৰাণ হেৰুৱালে ৭ গৰাকী লোকে। ইয়াৰ উপৰিও অন্য ২৫ গৰাকী লোক আহত হয়। আম্বালা-দিল্লী-জম্মু ৰাষ্ট্ৰীয় ঘাইপথত বৈষ্ণো দেৱীলৈ বুলি তীৰ্থযাত্ৰা কৰা বাছ দুৰ্ঘটনাত পতিত।

এই দুৰ্ঘটনাত একেটা পৰিয়ালৰ সাতজন সদস্যৰ মৃত্যু হয়, আৰু ২৫ জনতকৈ অধিক লোক আহত হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি এই দুৰ্ঘটনাটো সংঘটিত হৈছে হাৰিয়ানাৰ অম্বালাত। পুৱতি নিশা এখন যাত্ৰীবাহী ট্ৰেভেলাৰ বাছ দুৰ্ঘটনাত পতিত। তীব্ৰ বেগে থকা বাছখনে এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো হয়।

যাৰ ফলতে ট্ৰেভেলাৰখন সম্পূৰ্ণৰূপে থেতেলাখাই পৰে, লগতে বাছখনত থকা কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় ২৫ গৰাকী লোক। আহত সকলৰো কেইবাগৰাকীৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত সকলক ততাতৈয়াকৈ নিশাই স্থানীয় লোকৰ সহযোগত অম্বালা আৰক্ষীয়ে নিকট হাস্পতালত ভৰ্তি কৰায়।

চিকিৎসকে জানিব দিয়া মতে আহত সকলৰ দুজনমানৰ অৱস্থা সংকটজনক। যাৰ বাবে এতিয়া মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে। পাছে বৰ্তমানলৈ মৃত্যু হোৱা লোকসকলৰ কোনো এজনৰে পৰিচয় উদ্ধাৰ হোৱা নাই।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে লোক কেইগৰাকীৰ পৰিচয় উদ্ধাৰৰ বাবে। দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পোৱা এজন ব্যক্তিয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত চালকজনে মদ্যপান কৰি পলায়ন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentAmbalaharyanaHaryana Accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

August 29, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

August 29, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

August 29, 2026
Next Post
ঘূৰ্ণীবতাহ ৰেমালৰ আতংক, সাৱধান হোৱাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ, ইতিমধ্যেই খুন্দিয়াইছে অসমৰ চুবুৰীয়া ৰাজ্যত

ঘূৰ্ণীবতাহ ৰেমালৰ আতংক, সাৱধান হোৱাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ, ইতিমধ্যেই খুন্দিয়াইছে অসমৰ চুবুৰীয়া ৰাজ্যত

ৰুষ্ট প্ৰকৃতি, ভয়ংকৰ ভূমিস্খলনৰ ফলত কমেও ১০০ জন লোকৰ মৃত্যু, বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান

ৰুষ্ট প্ৰকৃতি, ভয়ংকৰ ভূমিস্খলনৰ ফলত কমেও ১০০ জন লোকৰ মৃত্যু, বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.