• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্ধানহীন লোক কেইজনৰ মৃত্যুৰ আশংকা, এই পৰ্যন্ত নাই কোনো খবৰ

সন্ধানহীন লোক কেইজনৰ মৃত্যুৰ আশংকা, এই পৰ্যন্ত নাই কোনো খবৰ

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

7 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

8 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

8 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

9 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

9 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

10 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

12 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

12 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

13 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সন্ধানহীন লোক কেইজনৰ মৃত্যুৰ আশংকা, এই পৰ্যন্ত নাই কোনো খবৰ

editor by editor
March 27, 2024
in বিশ্ব
0
সন্ধানহীন লোক কেইজনৰ মৃত্যুৰ আশংকা, এই পৰ্যন্ত নাই কোনো খবৰ
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্ধানহীন লোক কেইজনৰ মৃত্যুৰ আশংকা, এই পৰ্যন্ত নাই কোনো খবৰ

কালি ২৬ মাৰ্চ তাৰিখৰ আমেৰিকাৰ বাল্টিমোৰ দলং ভাঙি পৰাৰ ঘটনাই বৰ্তমানেও পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে। তাচপাতৰ দৰে চকুৰ সমুখতে মুহুৰ্ততে খহি পৰা দলং খনৰ লগতে পানীত পৰি যায় কেইবাগৰাকী শ্ৰমিক।

এখন জাহাজে খুন্দা মৰাৰ ফলতে ভাঙি গৈছিল দলংখন । দুৰ্ঘটনাটোৰ সময়ত দলং খনৰ ওপৰত সৌভাগ্যক্ৰমে নাছিল কোনো বাহন ।

১৯৭৭ চনতে নিৰ্মাণ হোৱা এই দলংখন আছিল আমেৰিকাৰ বহু স্মৃতিৰ থলী। এতিয়া ৰাষ্ট্ৰপতি জো বাইডেনে যিমান পাৰি সোনাকালে দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ছিংগাপুৰৰ পৰা শ্ৰীলংকা অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল জাহাজ খনে। কিন্তু বাল্টিমোৰ দলং পোৱাৰ আগে আগে কোনো বিজুতিয়ে দেখা দিয়ে জাহাজখনত। লগে লগে খবৰ কৰা হয় বাল্টিমোৰ দলং কৰ্তৃপক্ষক।

যাৰ বাবে সুৰক্ষাকৰ্মীয়ে লগে লগে যাতায়ত বন্ধ কৰি দিয়ে দলংখনৰ পৰা। আৰু শেষত দলং খনৰ এটা খুন্দাত প্ৰচন্দ জোৰে খুন্দা মাৰে জাহাজখনে।

যি দুৰ্ঘটনাৰ ফলতে কেইবাগৰাকী শ্ৰমিক পানীত পৰি যায়। ঘটনাৰ ১৮ ঘণ্টাৰ পাছতো বহু উদ্ধাৰ কাৰ্য কৰিয়ো কতো কোনো ধৰণৰ খা-খবৰ লাভ কৰা নাই তাৰেই ভিতৰৰ ৬ জনকৈ শ্ৰমিকৰ । অতিমাত্ৰা শীতল পানীৰ মাজত ছয়োজনে প্ৰাণ হেৰুৱা বুলি সন্দেহ উদ্ধাৰকাৰী দলৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentBaltimore BridgeBridge Collapse
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 9, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি
জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

February 3, 2026
Next Post
বোৰ্খা এৰি মিছ ইউনিভাৰ্ছত খোজ পেলালে আৰৱৰ প্ৰথমগৰাকী সুন্দৰীয়ে

বোৰ্খা এৰি মিছ ইউনিভাৰ্ছত খোজ পেলালে আৰৱৰ প্ৰথমগৰাকী সুন্দৰীয়ে

বিয়াৰ পাছত অন্য পুৰুষৰ সৈতে সম্পৰ্ক ৰখাটো আইনী অপৰাধ নহয়- উচ্চ ন্যায়ালয়

বিয়াৰ পাছত অন্য পুৰুষৰ সৈতে সম্পৰ্ক ৰখাটো আইনী অপৰাধ নহয়- উচ্চ ন্যায়ালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.