• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ পাছত অন্য পুৰুষৰ সৈতে সম্পৰ্ক ৰখাটো আইনী অপৰাধ নহয়- উচ্চ ন্যায়ালয়

বিয়াৰ পাছত অন্য পুৰুষৰ সৈতে সম্পৰ্ক ৰখাটো আইনী অপৰাধ নহয়- উচ্চ ন্যায়ালয়

2 years ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

15 minutes ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

40 minutes ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

1 hour ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

2 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

2 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

3 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

3 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

5 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

5 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

6 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

6 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিয়াৰ পাছত অন্য পুৰুষৰ সৈতে সম্পৰ্ক ৰখাটো আইনী অপৰাধ নহয়- উচ্চ ন্যায়ালয়

editor by editor
March 27, 2024
in ভাৰত
0
বিয়াৰ পাছত অন্য পুৰুষৰ সৈতে সম্পৰ্ক ৰখাটো আইনী অপৰাধ নহয়- উচ্চ ন্যায়ালয়
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়াৰ পাছত অন্য পুৰুষৰ সৈতে সম্পৰ্ক ৰখাটো আইনী অপৰাধ নহয়- উচ্চ ন্যায়ালয়

বিয়াৰ পাছত মহিলাই পৰ-পুৰুষৰ সৈতে সম্পৰ্ক ৰখাটো কোনো আইনী অপৰাধ নহয় বুলি ৰায় ৰাজস্থান উচ্চ ন্যায়ালয়ৰ। যি ৰায়ৰ পাছতো সকলোফালে বিয়পি পৰিছে এই ৰায়দানৰ খবৰ।

ঘটনাসন্দৰ্ভত জানিব পৰা অনুসৰি, ৰাজস্থানৰ এজন স্বামীয়ে পত্নীক অপহৰণ কৰাৰ গোচৰ ৰুজু কৰিছিল। পাছে বিষয়টো আদালতত উত্থাপন হোৱাৰ লগে লগে পত্নীয়ে কয় যে তেওঁক কোনেও অপহৰণ কৰা নাই, বৰঞ্চ তেওঁ এজন বেলেগ ব্যক্তিৰ সৈতে নিজ ইচ্ছা অনুসৰিহে লিভ-ইন সম্পৰ্কত বাস কৰি আছে।

পত্নীৰ এই মন্তব্যৰ পাছতে ন্যায়ালয়ে ৰায় দিয়ে যে, মহিলাগৰাকীৰ এই কাম কোনো আইনী অপৰাধ নহয়। কিয়নো মহিলাগৰাকী প্ৰাপ্ত বয়ষ্ক। অৱশ্যে আইনী অপৰাধ নহলেও এয়া অনৈতিক কাৰ্য।

ন্যায়ালয়ে স্বামীৰ ফালৰ পৰা কৰা এই গোচৰ কাৰিজ কৰি পত্নীগৰাকীক ৰেহাই দি কয় যে, এয়া আই পি চি ধাৰা ৪৯৭ ৰ অধীনত ভ্যভিচাৰ অপবাদ আছিল।

ন্যায়াধীশ বীৰেন্দ্ৰ কুমাৰে কয় যে, আই পি চি ধাৰা ৪৯৪(দ্বিতীয় বিবাহ)ৰ অধীনত কোনো গোচৰ নহয়। কিয়নো বৰ্তমানলৈ পত্নীগৰাকীয়ে অন্য পুৰুষৰ সৈতে একেলগে বাস কৰিলেও এতিয়ালৈকে বিবাহ কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: high courtMarital AffairRajasthan High Court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
Next Post
পিতৃ-মাতৃৰ এই ৫ভুলেই শিশুক জেদী কৰি তোলে! আপুনিও এইকেইটা ভুল কৰি আছে নেকি?

পিতৃ-মাতৃৰ এই ৫ভুলেই শিশুক জেদী কৰি তোলে! আপুনিও এইকেইটা ভুল কৰি আছে নেকি?

বিহু চলিব, ১৭ এপ্ৰিলৰ পৰা ৰঙাপানীহে নচলিব! ৪৭ দিনীয়া ভোটযুদ্ধ, ১৫ দিন দেশত ৰঙাপানী একেবাৰেই নিষিদ্ধ, অসমত কোন কোন তাৰিখে থাকিব ড্ৰাই ডে? সবিশেষ

বিহু চলিব, ১৭ এপ্ৰিলৰ পৰা ৰঙাপানীহে নচলিব! ৪৭ দিনীয়া ভোটযুদ্ধ, ১৫ দিন দেশত ৰঙাপানী একেবাৰেই নিষিদ্ধ, অসমত কোন কোন তাৰিখে থাকিব ড্ৰাই ডে? সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.