• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

3 weeks ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

4 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

5 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

6 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

7 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

7 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

8 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

8 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

9 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

10 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

11 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

12 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

যুৱকক বিচাৰি ভাৰত পালেহি থাই যুৱতী

editor by editor
October 6, 2026
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
0
SHARES
745
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ কানপুৰত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। ইনষ্টাগ্ৰামৰ জৰিয়তে থাইলেণ্ডৰ এগৰাকী যুৱতীৰ সৈতে চিনাকি হৈছিল কানপুৰৰ এজন যুৱকৰ। পৰৱৰ্তী সময়ত দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পায় আৰু যুৱকজনে থাইলেণ্ডলৈ গৈ যুৱতীগৰাকীৰ সৈতে বিৱাহপাশত আবদ্ধ হয়। অভিযুক্ত যুৱকজনৰ নাম ইৰফান খান বুলি জানিব পৰা গৈছে

ভুক্তভোগী যুৱতীগৰাকীৰ অভিযোগ অনুসৰি, অভিযুক্ত যুৱকজনে নিজকে অবিৱাহিত বুলি কৈছিল। আনহাতে, বিয়াৰ পূৰ্বে তেওঁ নিজৰ পত্নীক বিৱাহ বিচ্ছেদ কৰা বুলি মহিলাগৰাকীক জনাইছিল। কিন্তু কানপুৰলৈ আহি যুৱতীগৰাকীয়ে জানিব পাৰে যে অভিযুক্তজন ইতিমধ্যে ১৪ বছৰ পূৰ্বেই বিৱাহপাশত আবদ্ধ হৈছে আৰু তেওঁৰ তিনিটা সন্তানো আছে।

যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি, যোৱা দুবছৰত অভিযুক্তই তেওঁৰ পৰা প্ৰায় ৬০ লাখ টকা লৈছিল। ধনখিনি ঘূৰাই বিচৰাৰ পিছতেই পৰিস্থিতি অধিক জটিল হৈ পৰে। অভিযোগ অনুসৰি, অভিযুক্তই যুৱতীগৰাকীক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা দিবলৈ আৰম্ভ কৰে। কিন্তু ধৰ্ম সলনি কৰিবলৈ তেওঁ কোনো কাৰণতে সন্মত নহয় বুলি যুৱতীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

ভুক্তভোগী যুৱতীগৰাকীয়ে কানপুৰত উপস্থিত হৈ অভিযুক্তক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। সেই সময়তে তেওঁৰ স্বামীৰ পূৰ্বৰ বিৱাহৰ কথা পোহৰলৈ আহে বুলি অভিযোগ কৰে। যুৱতীগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি নিজৰ ধন ঘূৰাই দিয়াৰ লগতে ন্যায় বিচাৰে।

তেওঁ কানপুৰৰ ADCP শিৱ সিঙক সাক্ষাৎ কৰি নিজৰ অভিযোগ জনায়। যুৱতীগৰাকীৰ দাবী অনুসৰি, অভিযুক্তই ধন লৈ পুনৰ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিগত দুবছৰ ধৰি তেওঁক প্ৰতাৰণা কৰি আহিছে। আৰক্ষীৰ মতে, ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। তদন্তৰ সময়ত লাভ কৰা তথ্য আৰু প্ৰমাণৰ ভিত্তিত পৰৱৰ্তী সময়ত আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24love jihad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ
অসম

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

October 30, 2026
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!
অসম

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

October 30, 2026
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা
বাণিজ্য

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

October 30, 2026
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

October 30, 2026
Next Post
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.