• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

1 month ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

5 minutes ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

36 minutes ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

2 hours ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

2 hours ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

4 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

4 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

6 hours ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

7 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

8 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

8 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

9 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এৰিলে ১৩ বছৰীয়া সংসাৰ আৰু ১২ বছৰীয়া সন্তানৰ মায়া

editor by editor
June 10, 2026
in অপৰাধ, অসম, উত্তৰ-পূব, বিবিধ, লেখা
0
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!
0
SHARES
643
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমত ঘূৰিছে ভূ-মণ্ডল, প্ৰেমত ফুলিছে শতদল। প্ৰেমে নামানে বয়সৰ বাধা, প্ৰেমে নিচিনে সংসাৰৰো মায়া। এতিয়া ঠিক এনেকুৱাই হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কলবাৰী পঞ্চায়তৰ এগৰাকী সদস্যাৰ ক্ষেত্ৰত। মাত্ৰ এমাহ আগতে লগ পোৱা স্বামীৰ এজন বন্ধুৰ সৈতে মন মিলিল এইগৰাকী জনপ্ৰতিনিধিগৰাকীৰ। তাৰ পিছত আৰু কি? য’ত যেনেকৈ পাৰি সামৰি সুতৰি ১৩ বছৰীয়া সংসাৰ আৰু ১২ বছৰীয়া সন্তানৰ মায়া এৰি পলায়ন কৰিলে স্বামী বন্ধুৰ সৈতে। এমহীয়া প্ৰেমৰ আগত যেন সকলো নিমিত্তহে মাত্ৰ। জনপ্ৰতিনিধিৰ স্বামীবন্ধুৱে কি যাদু কৰিলে সেয়া যেন একমাত্ৰ তেওঁহে জানিব। এয়া যেন বৰদৈচিলাৰহে কাহিনী। বৰদৈচিলাই যেনেকৈ গছ-বন, ঘৰ-দুৱাৰ বিধ্বস্ত কৰি থৈ গুছি যায়, আমাৰ জনপ্ৰতিনিধিয়েও তেনেকৈ প্ৰেমিকৰ সৈতে যোৱাৰ সময়ত বিধ্বস্ত কৰি থৈ গল সকলোকে। এয়াই অভিযোগ উঠিছে প্ৰেমত হাবুডুবু খোৱা আমাৰ জনপ্ৰতিধিনিধিগৰাকীৰ বিৰুদ্ধে। স্বামীবন্ধুৰ প্ৰেমত মতলীয়া প্ৰেমিকাই এটা আত্মসহায়ক গোটৰ নামত প্ৰৱঞ্চনাৰে ৫ লাখ টকা সৰকোৱাৰ উঠিছে গুৰুতৰ অভিযোগ। কেৱল এয়াই নহয় স্বামীৰ ভগ্নীৰ পৰা ২.৬ লাখ টকা লুটি নিয়াৰো আন এটা অভিযোগ জনপ্ৰতিনিধিৰ বিৰুদ্ধে। পিছে এতিয়া বিপাঙত পৰিছে ‘প্ৰতিবাদ’ নামৰ আত্মসহায়ক গোটৰ ১০গৰাকীকৈ সদস্যা। কেৱল এয়াই নহয় প্ৰেমত হাবুডুবু খোৱা জনপ্ৰতিনিধিগৰাকীৰ বিৰুদ্ধে উঠিছে অভয়াপুৰী SBI শাখাৰ পৰা চহী জালিয়াতি কৰি টকা উলিওৱাৰো অভিযোগ। এই ঘটনাত বেংকটোৰ কৰ্মচাৰীও জড়িতৰ অভিযোগ উত্থাপন কৰিছে আত্মসহায়ক গোটটোৰ সদস্যাসকলে. ইপিনে ‘প্ৰতিবাদ’ নামৰ আত্মসহায়ক গোটৰ মহিলাসকলে বেংক কৰ্তৃপক্ষক তদন্তৰ বাবে আবেদন কৰিছে যদিও অভয়াপুৰী SBI শাখাই এই সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। আনহাতে ভুক্তভোগী পৰিয়ালৰ লোকে অভয়াপুৰী আৰক্ষী থানাত ন‍্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত অভয়াপুৰী আৰক্ষীয়ে প্ৰেমত হাবুডুবু খোৱা জনপ্ৰতিনিধিগৰাকীৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24lovestory
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে
বাণিজ্য

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

July 24, 2026
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ
জীৱনশৈলী

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

July 24, 2026
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
জীৱনশৈলী

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

July 24, 2026
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?
অসম

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

July 24, 2026
Next Post
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ 'বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.