• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিহৰণকাৰী, গুজৰাটৰ মেডিকেল কলেজৰ পাছত এইবাৰ বাংলাদেশৰ কলেজ বিল্ডিঙত বিমান দুৰ্ঘটনা

শিহৰণকাৰী, গুজৰাটৰ মেডিকেল কলেজৰ পাছত এইবাৰ বাংলাদেশৰ কলেজ বিল্ডিঙত বিমান দুৰ্ঘটনা

9 months ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

1 hour ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

2 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

2 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

3 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

3 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

4 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

4 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

5 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

6 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

6 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শিহৰণকাৰী, গুজৰাটৰ মেডিকেল কলেজৰ পাছত এইবাৰ বাংলাদেশৰ কলেজ বিল্ডিঙত বিমান দুৰ্ঘটনা

editor by editor
July 21, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
শিহৰণকাৰী, গুজৰাটৰ মেডিকেল কলেজৰ পাছত এইবাৰ বাংলাদেশৰ কলেজ বিল্ডিঙত বিমান দুৰ্ঘটনা
0
SHARES
448
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিহৰণকাৰী, গুজৰাটৰ মেডিকেল কলেজৰ পাছত এইবাৰ বাংলাদেশৰ কলেজ বিল্ডিঙত বিমান দুৰ্ঘটনা

গুজৰাটৰ ১২ জুন তাৰিখে সংঘটিত হোৱা বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্বকে কম্পিত কৰি তুলিছিল। এখন এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্থ হৈ কেইবাটাও বিল্ডিঙৰ লগতে শেষত মেডিকেল কলেজ কেম্পাছৰ এটা বিল্ডিঙত বজি ধৰে। যাৰ ফলত প্ৰাণ হেৰুৱাই ২৩০ গৰাকী যাত্ৰী, ১২ ক্ৰিউ মেম্বাৰ লগতে ১৯ মেডিকেল কলেজৰ অন্যান্য লোক।

সেই ঘটনাৰ পাছত আজি ২১ জুলাই তাৰিখে সংঘটিত হৈছে তেনেই এক সাদৃশ্য থকা দুৰ্ঘটনা। এইবাৰ স্থান বাংলাদেশৰ ঢাকা। দিনৰ প্ৰায় ১.৩০ বজাত বাংলাদেশ বায়ুসেনাৰ এখন প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। ঢাকাৰ উত্তৰ অঞ্চলৰ এখন বিদ্যালয়- কলেজ চৌহদত দুৰ্ঘটনাগ্ৰস্ত হয় এফ ৭ বিমানখন।

প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি এই দুৰ্ঘটনাত বৰ্তমানলৈ ১ জন লোকৰ মৃত্যু হোৱাৰ খবৰ সদৰি হৈছে লগতে আন ১০০ৰো অধিক লোক আহত হৈছে। আহত সকলোলোককে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

বিয়লি ঢাকাৰ উত্তৰা অঞ্চলৰ মাইলষ্টোন স্কুল এণ্ড কলেজৰ চৌহদত এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ সময়ত শিক্ষনুষ্ঠানখনত বহু ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল। দুৰ্ঘটনাৰ বহু ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

বাংলাদেশ সেনাৰ জনসংযোগ কাৰ্যালয়ে এক চমু বিবৃতিত নিশ্চিত কৰিছে যে দুৰ্ঘটনাগ্ৰস্ত এফ ৭ বি জি আই বিমানখন বাংলাদেশ বায়ুসেনাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bangladesh Flight crashFlight Crash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
মানচেষ্টাৰ টেষ্টৰ দুদিন পূৰ্বে ভাৰতীয় দলত দুটাকৈ আঘাত, দলৰ বাহিৰ নীতিশ-অৰ্শদীপ

মানচেষ্টাৰ টেষ্টৰ দুদিন পূৰ্বে ভাৰতীয় দলত দুটাকৈ আঘাত, দলৰ বাহিৰ নীতিশ-অৰ্শদীপ

এই ৫ ৰাশিত সদায়ে বিৰাজমান মহাদেৱৰ কৃপা, শাওণমাহ অতিকে বিশেষ এই ৰাশিৰ

এই ৫ ৰাশিত সদায়ে বিৰাজমান মহাদেৱৰ কৃপা, শাওণমাহ অতিকে বিশেষ এই ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.