• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষীশূন্য ঢাকা, আতংকত বাংলাদেশৰ বহু থানা, দেশৰ সংকটৰ সময়ত কিয় কৰ্মবিৰতি ঘোষণা বাংলাদেশৰ আৰক্ষীৰ?

আৰক্ষীশূন্য ঢাকা, আতংকত বাংলাদেশৰ বহু থানা, দেশৰ সংকটৰ সময়ত কিয় কৰ্মবিৰতি ঘোষণা বাংলাদেশৰ আৰক্ষীৰ?

2 years ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

15 minutes ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

42 minutes ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

2 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

3 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

3 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

4 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

4 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

5 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

5 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

7 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

7 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰক্ষীশূন্য ঢাকা, আতংকত বাংলাদেশৰ বহু থানা, দেশৰ সংকটৰ সময়ত কিয় কৰ্মবিৰতি ঘোষণা বাংলাদেশৰ আৰক্ষীৰ?

আৰক্ষীশূন্য ঢাকা, আতংকত বাংলাদেশৰ বহু থানা, দেশৰ সংকটৰ সময়ত কিয় কৰ্মবিৰতি ঘোষণা বাংলাদেশৰ আৰক্ষীৰ?

editor by editor
August 6, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
আৰক্ষীশূন্য ঢাকা, আতংকত বাংলাদেশৰ বহু থানা, দেশৰ সংকটৰ সময়ত কিয় কৰ্মবিৰতি ঘোষণা বাংলাদেশৰ আৰক্ষীৰ?
0
SHARES
292
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰৰ পৰা সোমবাৰলৈ শতাধিক লোকে প্ৰাণ হেৰুৱালে বাংলাদেশত৷ দেওবাৰেই বাংলাদেশত মৃত্যুক সাবটি লৈছে ১১৪ গৰাকী প্ৰতিবাদকাৰীয়ে৷ তাৰপাছতেই সোমবাৰে প্ৰায় ১০৯গৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷ এই বিচ্ছৃংখল আৰু উত্তাল পৰিস্থিতিৰ মাজত মঙলবাৰৰ পৰা সম্পূৰ্ণ শিথিল হৈ গৈছিল কাৰ্ফিউ৷ অথচ বাংলাদেশৰ সংবাদমাধ্যম ‘প্ৰথম আলোত’ প্ৰকাশ পোৱা অনুসৰি ঢাকাৰ ৰাস্তাত মঙলবাৰে পুৱা দেখা গৈছে আৰক্ষীৰ নিৰ্লিপ্ততা৷ কাৰ্ফিউ শিথিল হোৱাৰ পাছতেই ৰাস্তাত দেখা গৈছে সাধাৰণ মানুহৰ ভিৰ৷

আৰক্ষীৰ উপস্থিতিৰ সলনি ঢাকা চহৰত এতিয়া ছাত্ৰ আৰু যুৱকসকলে ৰাস্তাত নামি ট্ৰেফিক কণ্ট্ৰল কৰা দেখা গৈছে৷ ঢাকা ট্ৰিবিউনে প্ৰকাশিত তথ্য অনুসৰি নিজৰ নিৰাপত্তাৰ দাবীত কৰ্মবিৰতি ঘোষণা কৰিছে সেই দেশৰ আৰক্ষী সংগঠনে৷ মঙলবাৰে বিয়লী অৰ্থাৎ কিছু সময় পূৰ্বে নিজৰ দাবীসমূহৰ এখন প্ৰেছ বিজ্ঞাপ্তি প্ৰকাশ কৰিছে সেই সংগঠনে৷ সূত্ৰৰ খবৰ অনুসৰি সাম্প্ৰতিক অশান্তিতেই আৰক্ষী কৰ্মীসকলৰ প্ৰাণ হেৰুওৱা, ক্ষতিপূৰণ ইত্যাদিৰ মুঠ ৯দফীয়া দাবীৰে কৰ্মবিৰতি ঘোষণা কৰিছে৷ শ্বেখ হাছিনাই বাংলাদেশৰ পৰা পলায়ন কৰাৰ পাছতেই একপ্ৰকাৰ বিচ্ছৃংখল পৰিবেশ তৈয়াৰ হৈছে বাংলাদেশত৷ ঢাকাসহ বাংলাদেশৰ বিভিন্ন স্থানত থানাসমূহতো আক্ৰমণ চলিছে৷ অগ্নিসংযোগো কৰা হৈছে৷

মিৰপুৰ মডেল থানা, বাড্ডা থানা, মহম্মদপুৰ, যাত্ৰাবাড়ী, ভাটাৰাসহ ঢাকা চহৰৰ একাধিক থানাত সোমবাৰে নিশা আক্ৰমণ চলিছে৷ মঙলবাৰে পুৱাৰ পৰাই ঢাকা চহৰৰ কিছু থানাৰ ভৱন কাৰ্যত জনমানৱশূন্য হৈ পৰিছে৷ সোমবাৰ পৰ্যন্ত য’ত আৰক্ষীয়ে গিজগিজাই আছিল সেই থানা এতিয়া পুৰি যোৱা ভৱনহে একোটা৷ কেৱল ঢাকাতেই নহয় আৰু বাংলাদেশৰ আৰু একাধিক জিলাত থানা ভাঙিচিঙি পেলোৱা হৈছে৷ অগ্নিসংযোগৰ ঘটনাও সেই স্থানত ঘটিছে৷

ঢাকা ট্ৰিবিউনত প্ৰকাশিত প্ৰতিবেদন অনুযায়ী আৰক্ষীকৰ্মী সংগঠনে জনোৱা অনুসৰি অন্তত ৪৫০ থানাত আক্ৰমণ চলিছে৷ এই অৱস্থাত নিজৰ নিৰাপত্তাৰ দাবীত মঙলবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে কৰ্মবিৰতি আৰম্ভ কৰিছে আৰক্ষীকৰ্মী আৰু সংগঠনসমূহে৷ এই বিষয়ে কেইবাগৰাকীও আৰক্ষী কৰ্মীৰ সৈতে ঢাকা ট্ৰিবিউনে যোগাযোগ কৰিলেও তেওঁলোকে অন্যান্য কোনো মন্তব্য নকৰিলে৷ আৰক্ষীয়ে লিষ্ট আকাৰে দাঙি ধৰা দাবীকেইটাই তেওঁলোকৰ প্ৰধান বিষয় বুলি জনাই আৰক্ষী অধিকাৰীসকলে৷

আৰক্ষীৰ ৯ দাবী

১. আৰক্ষীকৰ্মীক হত্যা কৰাসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তি

২. নিহতৰ পৰিয়ালক ক্ষতিপূৰণ আৰু পৰিয়ালৰ এজনক সমপৰ্যায়ত নিয়োগ

৩. আহত পুলিছকৰ্মীৰ চিকিৎসা আৰু ক্ষতিপুৰণ

৪. ৮ ঘণ্টাৰ বেছি কাম হ’লে অভাৰ ডিউটিৰ সুবিধা

৫. শুক্ৰ, শনি আৰু চৰকাৰী ছুটীৰ সুবিধা কিংবা অতিৰিক্ত আৰ্থিক সুবিধা

৬. ঊৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশৰ ক্ষেত্ৰত সংবিধান আৰু জনগণৰ ইচ্ছাক প্ৰাধান্য দিয়া

৭. আৰক্ষীৰ সদৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰত্যেক থানা ঘৰত নিৰাপত্তা

৮. বৈষম্যহীন পদোন্নতি আৰু বদলিত নিকটবৰ্তী জিলাক গুৰুত্ব দিয়া৷

৯. আৰক্ষীয়ে যাতে দ্ৰুত সিদ্ধান্ত ল’ব পাৰে তাৰবাবে আৰক্ষী সংস্কাৰ আইন প্ৰণয়ন

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

March 30, 2026
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য
জীৱনশৈলী

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

March 30, 2026
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল
বিনোদন

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

March 30, 2026
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!
প্ৰযুক্তি

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

March 30, 2026
Next Post
কি পদ্ধতি মানি গ’লে ব্ৰিটেইনত আশ্ৰয় পাব হাছিনাই? ব্ৰিটেইন মন্ত্ৰণালয়ে নিয়ম জনালে ভাৰতক

কি পদ্ধতি মানি গ’লে ব্ৰিটেইনত আশ্ৰয় পাব হাছিনাই? ব্ৰিটেইন মন্ত্ৰণালয়ে নিয়ম জনালে ভাৰতক

শিৱলিংগত ঢলা পানী পান কৰাটো শুভ নে অশুভ? জানক কোন সময়ত শিৱলিংগত পানী নিদিব?

শিৱলিংগত ঢলা পানী পান কৰাটো শুভ নে অশুভ? জানক কোন সময়ত শিৱলিংগত পানী নিদিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.