• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱলিংগত ঢলা পানী পান কৰাটো শুভ নে অশুভ? জানক কোন সময়ত শিৱলিংগত পানী নিদিব?

শিৱলিংগত ঢলা পানী পান কৰাটো শুভ নে অশুভ? জানক কোন সময়ত শিৱলিংগত পানী নিদিব?

2 years ago
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

14 minutes ago
টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

29 minutes ago
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

48 minutes ago
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

1 hour ago
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

3 hours ago
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

4 hours ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

5 hours ago
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

6 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

6 hours ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

17 hours ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

18 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শিৱলিংগত ঢলা পানী পান কৰাটো শুভ নে অশুভ? জানক কোন সময়ত শিৱলিংগত পানী নিদিব?

শিৱলিংগত ঢলা পানী পান কৰাটো শুভ নে অশুভ? জানক কোন সময়ত শিৱলিংগত পানী নিদিব?

editor by editor
August 6, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
শিৱলিংগত ঢলা পানী পান কৰাটো শুভ নে অশুভ? জানক কোন সময়ত শিৱলিংগত পানী নিদিব?
0
SHARES
573
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্মত প্ৰধান তিনি দেৱতাৰ মাজত অন্যতম হৈছে দেৱাদিদেৱ মহাদেৱ৷ শাওন মাহত মহাদেৱৰ বিশেষ আৰাধনা কৰা হয়৷ সৰ্বশক্তিমান মহাদেৱক সহজেই তুষ্ট কৰা হৈ থাকে৷ সেয়ে শিৱৰ আৰু এক নাম আশুতোষ৷ মহাদেৱৰ যেনেকৈ মূৰ্তি পুজা কৰা হয় তেনেকৈ তেওঁৰ শিৱলিংগৰো আৰাধনা কৰা হয়৷ জানি থওক শিৱলিংগত কেতিয়া পানী ঢালিব আৰু কেতিয়া ঢালিলে বিপৰীত ফল লাভ কৰিব?

শিৱলিংগত কেতিয়া পানী নাঢালিব?

অমাবস্যা তিথি

প্ৰতি মাহৰ অমাবস্যা তিথিত শিৱলিংগত ভুলতো পানী ঢালিব নালাগে৷ অমাবস্যা তিথিত শিৱলিংগত পানী ঢালিলে আপোনাৰ প্ৰাৰ্থনা মহাদেৱে গ্ৰহণ নকৰে৷ শিৱৰ মূৰত থাকে চন্দ্ৰ৷ সেয়ে চন্দ্ৰ আকাশত নাথাকিলে সেইদিনা শিৱলিংগত পানী ঢলা উচিত নহয় বুলি শাস্ত্ৰত বৰ্ণিত আছে৷

সন্ধিয়াবেলা

সন্ধিয়াবেলা শিৱলিংগত পানী ঢলা উচিত নহয়, এই কথা বহু শাস্ত্ৰত উল্লেখ আছে৷ বহুতেই কয় যে, সূৰ্য দেৱতাৰ উপস্থিতিত শিৱলিংগত পানী ঢলা উচিত৷ সূৰ্য অস্ত গ’লে শিৱলিংগত পানী ঢলা অশুভ বুলি বহুতেই ধাৰণা কৰে৷

শিৱৰাত্ৰিৰ পিছদিনা

প্ৰতি মাহত এটাকৈ শিৱৰাত্ৰি তিথি থাকে৷ এবছৰত মুঠ ১১টা মাহেকীয়া শিৱৰাত্ৰি আৰু এটা মহাশিৱৰাত্ৰী পালিত হয়৷ শিৱৰাত্ৰীৰ পাছৰ দিনা শিৱলিংগত পানী নিবেদন কৰাটো অনুচিত৷ এই সময়ত মহাদেৱে বিশ্ৰাম কৰে৷ সেয়ে শিৱৰাত্ৰিৰ পুৰা ২৪ ঘণ্টা পাছত শিৱলিংগত পানী ঢালিব৷

শ্ৰাদ্ধ তৰ্পণ

শ্ৰাদ্ধ তৰ্পণ কামৰ সময়ত প্ৰয়াত পূৰ্বপুৰুষৰ উদ্দেশ্যে যেতিয়া পানী নিবেদন কৰিব সেই সময়ত শিৱলিংগত পানী নিদিব৷ পূৰ্বপুৰুষক পানী দিয়াৰ সময়ত দেৱতাক পানী নিদিব৷

শিৱলিংগত ঢলা পানী পান কৰাটো শুভ নে অশুভ?

শিৱলিংগত পানী পান কৰাটো উচিত নে অনুচিত সেই বিষয়টোক লৈ শিৱভক্তৰ মাজত সংশয়ে দেখা দিয়ে৷ শাস্ত্ৰমতে  শিৱলিংগত নিবেদন কৰা পানী ঔষধৰ সমান৷ এই পানী পান কৰিলে অসুখ আৰু দুঃখৰ অৱসান হয়৷ শিৱ পুৰাণৰ ২২তম অধ্যায়ৰ ১৮তম শ্লোকত উল্লেখ আছে যে শিৱলিংগত নিবেদন কৰা পানী চৰণামৃতৰ সমান উপকাৰী৷ এই পানী প্ৰসাদ হিচাপেও বিতৰণ কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?
জীৱনশৈলী

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

April 21, 2026
টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

April 21, 2026
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ
জীৱনশৈলী

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

April 21, 2026
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক
ভাৰত

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

April 21, 2026
Next Post
যাত্ৰীবাহী বিমানৰ ৰং বগা কিয় হয়? কি কি কাৰণ, জানিলে অবাক হ’ব আপুনিও

যাত্ৰীবাহী বিমানৰ ৰং বগা কিয় হয়? কি কি কাৰণ, জানিলে অবাক হ’ব আপুনিও

শাওনৰ শুক্লা তৃতীয়াত শিৱ যোগ, কাইলৈৰ দিনটো এই ৫ৰাশিৰ বাবে বিশেষ হ’ব

শাওনৰ শুক্লা তৃতীয়াত শিৱ যোগ, কাইলৈৰ দিনটো এই ৫ৰাশিৰ বাবে বিশেষ হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.