• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যাত্ৰীবাহী বিমানৰ ৰং বগা কিয় হয়? কি কি কাৰণ, জানিলে অবাক হ’ব আপুনিও

যাত্ৰীবাহী বিমানৰ ৰং বগা কিয় হয়? কি কি কাৰণ, জানিলে অবাক হ’ব আপুনিও

2 years ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

4 minutes ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

35 minutes ago
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

1 hour ago
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

1 hour ago
টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

2 hours ago
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

2 hours ago
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

3 hours ago
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

4 hours ago
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

5 hours ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

6 hours ago
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

7 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

যাত্ৰীবাহী বিমানৰ ৰং বগা কিয় হয়? কি কি কাৰণ, জানিলে অবাক হ’ব আপুনিও

যাত্ৰীবাহী বিমানৰ ৰং বগা কিয় হয়? কি কি কাৰণ, জানিলে অবাক হ’ব আপুনিও

editor by editor
August 6, 2024
in প্ৰযুক্তি, বিবিধ, বিশ্ব
0
যাত্ৰীবাহী বিমানৰ ৰং বগা কিয় হয়? কি কি কাৰণ, জানিলে অবাক হ’ব আপুনিও
0
SHARES
999
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰঙীন যাত্ৰীবাহী বিমান কেতিয়াবা দেখিছেনে? যাত্ৰীবাহী বিমানৰ ৰং সকলোসময়তে বগা হয়৷ কেৱল বিমানৰ গাত কোম্পানীৰ লগ’ আৰু নেজৰ ফালেহে কিছু ৰং থাকে৷ বাকী সমগ্ৰ বিমানৰ গাৰ ৰং বগা হয়৷ এতিয়া প্ৰশ্ন হয় যাত্ৰীবাহী বিমানৰ ৰং বগা কিয়? যিমান বিমান সংস্থা আছে সকলোবোৰৰ ৰঙেই কিয় বগা? পাখিৰ ৰং ৰঙীন হ’লেও গাৰ ৰঙত সদায়ে বগা ৰং ব্যৱহাৰ কৰাৰ কাৰণ জানিব বিচাৰে বহুসংখ্যক লোকেই৷ যাত্ৰীবাহী বিমানৰ ৰং বগা হোৱাৰ কাৰণ

১. তাপমাত্ৰাৰ ভাৰসাম্য

প্ৰথম কাৰণ হ’ল বিমানৰ ভিতৰত তাপমাত্ৰাৰ ভাৰসাম্য বজায় ৰখা৷ সূৰ্যৰ পোহৰ চিধাকৈ বিমানৰ গাত পৰে৷ সেয়ে বিমানৰ যন্ত্ৰপাতি, কেবিন যাতে গৰম নহয় তাৰবাবে সদায়েই বগা ৰং ব্যৱহাৰ কৰা হয় যাত্ৰীবাহী বিমানত৷ ইয়াৰ বিজ্ঞানসন্মত কাৰণো আছে৷ বগা ৰঙে সূৰ্যৰ ৰশ্মি শোষণ নকৰে, বৰং প্ৰতিফলিত কৰে৷ সেয়ে গৰমত বগা বা পাতল ৰঙৰ পোছাক পৰিধান কৰিব লাগে৷ কাৰণ বগা ৰঙে তাপ কমকৈ শোষণ কৰে৷ বহু বেছি সহনশীল হয়৷ সেয়ে বিমান যিমান সময়েই ৰ’দত নাথাকক কিয়, তাৰ ভিতৰ ভাগ কেতিয়াও গৰম নহয়৷

২. সূৰ্যৰ ৰশ্মি প্ৰতিফলিত কৰে

বিমানৰ গাত পোনপটীয়াকৈ সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মি পৰে৷ যিমান বেছি উচ্চতাত উৰে সিমানেই বেছি অতিবেঙুনীয়া ৰশ্মি পৰে৷ বগা ৰঙে যিহেতু সূৰ্যৰ ৰশ্মি প্ৰতিফলিত কৰে সেয়ে সূৰ্যৰ ক্ষতিকৰ ৰশ্মিসমূহে বিমানক প্ৰভাৱ পেলাব নোৱাৰে৷ বগা ৰঙে সূৰ্যৰশ্মিৰ ৯৯শতাংশ প্ৰতিফলিত কৰি দিয়ে৷

৩. ক্ষতি চিহ্নিত কৰা যায়

যাত্ৰীবাহী বিমানৰ গাত বা পাখি কেনেবাকৈ ফাটিলে বিমানৰ গাত আঁচোৰৰ দাগ পৰিলে সহজে চিহ্নিত কৰাৰ বাবে বগা ৰং ব্যৱহাৰ কৰা হয়৷ গাঢ় ৰং হ’লে আঁচোৰৰ দাগ পৰিলে বুজা যায়৷ বগা ৰং হ’লে সহজেই বুজা যায় যে ক’ত কি হৈছে৷

৪. বগা ৰং বহুদিনলৈ পুৰণি নহয়

বৰষুণ, ৰ’দ যিয়েই নপৰক বগা ৰং সোনকালে পুৰণি নহয়৷ বিমান বহু প্ৰতিকূল পৰিস্থিতিৰ মাজতো উৰে৷ যদি অন্য গাঢ় ৰং হয় তেন্তে কম সময়তেই বিৱৰ্ণ হৈ পৰে৷ কিন্তু বগা ৰং সহজে বিৱৰ্ণ নহয়৷ বেছি দিন স্থায়ীও হয়৷ বিমান যিমানেই প্ৰাকৃতিক বিপৰ্যয়ৰ মাজেৰে নাযাওক কিয় ৰং যাতে নষ্ট নহয় তাৰবাবে বগা ৰং ব্যৱহাৰ হয়৷

৫. বিপদসংকেত হিচাপেও কাম কৰে 

আকাশত উৰাৰ সময়ত পাখিৰ সৈতে ধাক্কা লগাৰ ঘটনা নতুন নহয়৷ সেয়ে ডাঙৰ বিপদৰ মুখতো পৰে বহু বিমান৷ বিমানত বগা ৰং ব্যৱহাৰ কৰিলে পাখিৰ পৰা দূৰেৰে অইন বিমানে যাত্ৰা কৰে৷ চাৰিওপাশৰ প্ৰকৃতি আৰু বিমানক পৃথককৈ চিহ্নিত কৰাত সহায় কৰে পাখিয়ে৷ ফলত দুৰ্ঘটনাৰ আশংকা কমে৷ বগা ৰং বিপদ এৰোৱাৰ সংকেত হিচাপেও ব্যৱহাৰ কৰা হয়৷

৬. খৰচ কম

বিমানত ৰং কৰাতো ধন খৰচ হয়৷ সেয়ে খৰচ বচাবলৈকো বগা ৰং ব্যৱহাৰ কৰে বিমান সংস্থাসমূহে৷ এখন বোয়িং ৭৩৭ বিমান ৰং কৰোতে কমকৈ হ’লেও ২৪০ লিটাৰ ৰং লাগিব৷ য’ত এখন এয়াৰবাছ ৩৮০ ৰং কৰোতে লাগে ৩৬০০ লিটাৰৰ দৰে ৰং৷ যি ৰং কৰা হওক বা নহওক, লিটাৰ প্ৰতি হিচাপত খৰচ হয় বহু বেছি ধন৷ বগা ৰং আটাইতকৈ কম দাম৷ সেয়ে এই ৰঙেই বাচি লোৱা হয়৷

৭.ওজন কমে

বগা ৰং কৰিলে বিমানৰ ওজন নাবাঢ়ে৷ অন্য গাঢ় ৰঙৰ ক্ষেত্ৰত কেইবাটাও প্ৰলেপ দিব লগা হয় ফলত ওজন বাঢ়ি যায়৷ আৰু বিমানৰ ওজন বাঢ়িলে তেলৰ খৰচো বাঢ়ে৷ বগা ৰং সেয়ে বিমানত ব্যৱহাৰ কৰাটো উত্তম বুলি মানে প্ৰায়সমূহ বিমানসংস্থাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ
জীৱনশৈলী

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

April 21, 2026
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?
বাণিজ্য

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

April 21, 2026
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক
জীৱনশৈলী

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

April 21, 2026
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?
জীৱনশৈলী

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

April 21, 2026
Next Post
শাওনৰ শুক্লা তৃতীয়াত শিৱ যোগ, কাইলৈৰ দিনটো এই ৫ৰাশিৰ বাবে বিশেষ হ’ব

শাওনৰ শুক্লা তৃতীয়াত শিৱ যোগ, কাইলৈৰ দিনটো এই ৫ৰাশিৰ বাবে বিশেষ হ’ব

‘তুমিয়েই দেশলৈ সোণ আনা, চিষ্টেম তোমাৰ ওচৰত হাৰি যাব…’ মল্লযুঁজাৰু বিনেশক শুভেচ্ছা দিবলৈ গৈ কি ক’লে বজৰং পুনিয়াই?

‘তুমিয়েই দেশলৈ সোণ আনা, চিষ্টেম তোমাৰ ওচৰত হাৰি যাব...’ মল্লযুঁজাৰু বিনেশক শুভেচ্ছা দিবলৈ গৈ কি ক’লে বজৰং পুনিয়াই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.