• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনৰ শুক্লা তৃতীয়াত শিৱ যোগ, কাইলৈৰ দিনটো এই ৫ৰাশিৰ বাবে বিশেষ হ’ব

শাওনৰ শুক্লা তৃতীয়াত শিৱ যোগ, কাইলৈৰ দিনটো এই ৫ৰাশিৰ বাবে বিশেষ হ’ব

2 years ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

15 minutes ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

46 minutes ago
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

1 hour ago
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

2 hours ago
টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

2 hours ago
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

2 hours ago
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

3 hours ago
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

4 hours ago
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

5 hours ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

6 hours ago
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

7 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওনৰ শুক্লা তৃতীয়াত শিৱ যোগ, কাইলৈৰ দিনটো এই ৫ৰাশিৰ বাবে বিশেষ হ’ব

শাওনৰ শুক্লা তৃতীয়াত শিৱ যোগ, কাইলৈৰ দিনটো এই ৫ৰাশিৰ বাবে বিশেষ হ’ব

editor by editor
August 6, 2024
in জীৱনশৈলী, ভাৰত
0
শাওনৰ শুক্লা তৃতীয়াত শিৱ যোগ, কাইলৈৰ দিনটো এই ৫ৰাশিৰ বাবে বিশেষ হ’ব
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭আগষ্ট বুধবাৰে চন্দ্ৰই সিংহ ৰাশি ত্যাগ কৰি কন্যা ৰাশিত গোচৰ কৰিব৷ সূৰ্যই এই সময়ত অৱস্থান কৰিছে কৰ্কট ৰাশিত৷ কাইলৈ শাওন মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথি৷ শাওন মাহৰ বুধবাৰে পালিত হ’ব তীজ৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মমতে বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব জানি থওক সবিশেষ৷

বৃষ ৰাশি

৭আগষ্টত গণেশৰ আশীৰ্বাদত ভাল খল লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ মনত প্ৰচুৰ সাহস আৰু আত্মবিশ্বাস থাকিব৷ নিজৰ সাহসেৰে কাইলৈ আপুনি সকলো কামতে সফলতা লাভ কৰিব৷ বুধবাৰে দিনটো আপুনি আনন্দেৰে কটাব৷ পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈকো যাব পাৰে আপুনি৷ ব্যৱসায়ীসকলে কাইলৈ ভাল লাভ কৰাৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

পৰিঘ যোগৰ প্ৰভাৱত সিংহ ৰাশিৰ জাতকে কাইলৈ সকলো কামতেই কোনো ভাল খবৰ পাব পাৰে৷ কাইলৈ দিনটো আপুনি পৰিয়ালৰ সকলোৰে সৈতে ভাল সময় কটাব৷ পেছাগত জীৱনত কাইলৈ আপোনাৰ আত্মবিশ্বাস আৰু এনাৰ্জি বহু বেছি থাকিব৷ কাইলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ নিজৰ কেৰিয়াৰত কাইলৈ উন্নতি কৰাৰ বৃহৎ সুযোগ পাব পাৰে সিংহ ৰাশিৰ জাতকে৷

ধনু ৰাশি

কাইলৈ শিৱ যোগৰ শুভ ফল লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ কাইলৈ পৰিয়ালৰ লোকসকলৰ সৈতে বেছ আনন্দৰ দিন কটাব৷ ৰেস্তোৰাত বন্ধুসকলৰ সৈতে পাৰ্টী কৰিব পাৰে৷ কাইলৈৰ দিনটো আপোনাৰ পেছাগত জীৱনত বেছ ফলদায়ী হ’ব৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে কাইলৈ আপোনাৰ আলাপ হ’ব পাৰে৷ বিনিয়োগৰ পৰাও কাইলৈ লাভৱান হ’ব পাৰে আপুনি৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব পাৰে৷ কোনো আইনী জটিলতাৰ পৰা কাইলৈ মুক্তি পাব পাৰে৷ পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱত শত্ৰুসকল আপোনাৰ হাতত পৰাস্ত হ’ব পাৰে৷ অৰ্থ সংক্ৰান্তিয় কোনো বৃহৎ সিদ্ধান্ত কাইলৈ ল’ব পাৰে৷ শুভ যোগৰ শুভ প্ৰভাৱত কাইলৈ নিজৰ সকলো সমস্যাৰ পৰা মুক্ত হ’ব পাৰে কুম্ভ ৰাশিৰ জাতক৷ ব্যৱসায়ত কাইলৈ বৃহৎ সাফল্য পাব পাৰে৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷

মীন ৰাশি

৭আগষ্ট লাভজনক দিন হ’ব মীন ৰাশিৰ জাতকৰ বাবে৷ স্বাস্থ্য কাইলৈ বেছ ভাল থাকিব আপোনাৰ৷ বুধবাৰে ঘৰত শিশুসকলৰ সৈতে হৈ হাল্লা কৰি দিনটো কটাব৷ যি সাফল্য আপুনি বহু দিন ধৰি পাবলৈ চেষ্টা কৰি আছে সেয়া কাইলৈ লাভ কৰিব৷ সংগীক সৈতে কাইলৈ ভাল বুজাপৰা থাকিব৷ দুজনে একেলগে কৰোবালৈ ফুৰিবলৈকো যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ
জীৱনশৈলী

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

April 21, 2026
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক
জীৱনশৈলী

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

April 21, 2026
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?
জীৱনশৈলী

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

April 21, 2026
টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

April 21, 2026
Next Post
‘তুমিয়েই দেশলৈ সোণ আনা, চিষ্টেম তোমাৰ ওচৰত হাৰি যাব…’ মল্লযুঁজাৰু বিনেশক শুভেচ্ছা দিবলৈ গৈ কি ক’লে বজৰং পুনিয়াই?

‘তুমিয়েই দেশলৈ সোণ আনা, চিষ্টেম তোমাৰ ওচৰত হাৰি যাব...’ মল্লযুঁজাৰু বিনেশক শুভেচ্ছা দিবলৈ গৈ কি ক’লে বজৰং পুনিয়াই?

গৃহযুদ্ধত হেৰাইছিল পিতৃ-মাতৃ! ১০ বছৰ অনাথ আশ্ৰমত থাকি অলিম্পিকৰ মঞ্চত উজলিছে ‘ৰিফিউজি’ লোবালু

গৃহযুদ্ধত হেৰাইছিল পিতৃ-মাতৃ! ১০ বছৰ অনাথ আশ্ৰমত থাকি অলিম্পিকৰ মঞ্চত উজলিছে ‘ৰিফিউজি’ লোবালু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.