• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৃহযুদ্ধত হেৰাইছিল পিতৃ-মাতৃ! ১০ বছৰ অনাথ আশ্ৰমত থাকি অলিম্পিকৰ মঞ্চত উজলিছে ‘ৰিফিউজি’ লোবালু

গৃহযুদ্ধত হেৰাইছিল পিতৃ-মাতৃ! ১০ বছৰ অনাথ আশ্ৰমত থাকি অলিম্পিকৰ মঞ্চত উজলিছে ‘ৰিফিউজি’ লোবালু

2 years ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

9 minutes ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

13 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

14 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

15 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

15 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

16 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

17 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

19 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

19 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

20 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

20 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

গৃহযুদ্ধত হেৰাইছিল পিতৃ-মাতৃ! ১০ বছৰ অনাথ আশ্ৰমত থাকি অলিম্পিকৰ মঞ্চত উজলিছে ‘ৰিফিউজি’ লোবালু

গৃহযুদ্ধত হেৰাইছিল পিতৃ-মাতৃ! ১০ বছৰ অনাথ আশ্ৰমত থাকি অলিম্পিকৰ মঞ্চত উজলিছে ‘ৰিফিউজি’ লোবালু

editor by editor
August 6, 2024
in ক্ৰীড়া, বিশ্ব
0
গৃহযুদ্ধত হেৰাইছিল পিতৃ-মাতৃ! ১০ বছৰ অনাথ আশ্ৰমত থাকি অলিম্পিকৰ মঞ্চত উজলিছে ‘ৰিফিউজি’ লোবালু
0
SHARES
754
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ একাধিক দেশৰ এথলিটসকলক লৈ তৈয়াৰ হৈছে অলিম্পিকৰ ৰিফিউজি দল৷ প্ৰাণ ভীক্ষাৰ বাবে যিসকলে দেশ এৰি বিদেশত আশ্ৰয় লৈছে তেওঁলোকক লৈয়েই তৈয়াৰ হৈছে ৰিফিউজি দল৷ সেই ৰিফিউজি দলৰেই এগৰাকী অন্যতম সদস্য হৈছে ডোমিনিক লোবালু৷ শৈশৱৰ পৰাই ডোমিনিক লোবালুৰ ইচ্ছা আছিল, এগৰাকী ফুটবলাৰ হোৱা৷ বিপক্ষৰ ডিফেন্স ভাঙি গ’ল কৰাৰ সপোন আছিল এইগৰাকী খেলুৱৈৰ৷ কিন্তু দক্ষিণ ছুডানৰ গৃহযুদ্ধৰ বাবে তেওঁৰ সেই ইচ্ছা বাস্তৱায়ন নহ’ল৷

তেওঁৰ বয়স তেতিয়া মাত্ৰ ৯বছৰ হৈছিল৷ সেই সময়তেই তেওঁ পিতৃ-মাতৃক হেৰুৱাই৷ গৃহযুদ্ধৰ বাবে অনাথ হোৱা লোবালুৰ ঠাই হয় অনাথ আশ্ৰম৷ এক দশক তেওঁ থাকে অনাথ আশ্ৰমত৷ ইয়াৰপাছতেই তেওঁ কেনিয়ালৈ যায়৷ এই সন্দৰ্ভত লোবালুৱে কয়, ‘মই ২০০৭ চনৰ পৰা ঘৰলৈ যোৱা নাই৷ কিন্তু মোৰ ভাইটী-ভন্টীৰ সৈতে কথা হয়৷ তেওঁলোকো কেনিয়াতেই আছে৷ তাতেই ৰিফিউজি কেম্পতেই আছে৷ স্বাভাৱিক জীৱন এতিয়াও অহা নাই৷’

লোবালুৱে জীৱনত কাহানিও দৌৰবিদ হোৱাৰ কথা ভৱা নাছিল৷ কিন্তু দৌৰবিদ হোৱাৰ সিদ্ধান্ত তেওঁ হঠাৎ লবলগীয়া হয়৷ এই সন্দৰ্বত লোবালুৱে কয়, ‘মই এথলেটিক্স বুজিব পাৰিলো যেতিয়া মই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ আছিলো৷ মই ফুটবল খেলাৰ চেষ্টা কৰিছিলো৷ কিন্তু ফুটবলত ভাল নাছিলো৷ যেতিয়া দৌৰিলো তেতিয়া দেখিলো মই ভাল দৌৰবিদ হ’ব পাৰিম৷ মই তেতিয়াই মানসিকভাৱে সিদ্ধান্ত ল’লো যে, ফুটবলক লৈ বেছিদূৰ আগুৱাব নোৱাৰিম৷ মই দৌৰত নজৰ দিয়াই ভাল৷ মো ফাৰাহক দেখি মই অলিম্পিকৰ সপোন দেখিবলৈ আৰম্ভ কৰে৷ দৌৰ ভালপোৱাৰ পাছতেই পেছা হিচাপে বাছি লোৱাত ফাৰাহেই অনুপ্ৰেৰণা৷ তেওঁ কয়, ‘২০১২ চনত লণ্ডন অলিম্পিক্সত মই যেতিয়া মো ফাৰাহক ১০ হাজাৰ মিটাৰ জিকা দেখিলে তেতিয়া মোৰ চকুলৈ পানী আহি গৈছিল৷ মোৰ মনক প্ৰশ্ন জাগিছিল, কেনেকৈ তেওঁ ধীৰ গতিত আৰম্ভ কৰি শেষত জয়ী হয়গৈ?’

ফাৰাহৰ জীৱনৰ সৈতে মিল

মো ফাৰাহে ছোমালিয়া এৰি ব্ৰিটেইনত আশ্ৰয় লৈছিল৷ আৰু লোবলুৱে দক্ষিণ ছুডান এৰিছে ৷ তেওঁ বৰ্তমান ছুইজাৰলেণ্ডৰ বাসিন্দা৷ দুজনেই জীৱনত ভৱিষ্যতৰ সপোন দেখি দেশ এৰি ৰিফিউজিৰ পৰিচয় লৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান
বিনোদন

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

June 24, 2026
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ
বিশ্ব

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

June 24, 2026
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!
ভাৰত

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

June 24, 2026
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী
অপৰাধ

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

June 24, 2026
Next Post
মহিলাৰ চুলিত অজস্ৰ ওকনি! ওকনিৰ বাবেই এখন ফ্লাইটৰ জৰুৰী অৱতৰণ, ক’ত এই ঘটনা?

মহিলাৰ চুলিত অজস্ৰ ওকনি! ওকনিৰ বাবেই এখন ফ্লাইটৰ জৰুৰী অৱতৰণ, ক’ত এই ঘটনা?

‘সোণ জয় কৰি দেশলৈ উভতিম…’ ফাইনেলত প্ৰৱেশ কৰিলেই মাতৃক ক’লে বিনাশে, কান্দি  উঠিল বিনেশৰ কোচ

‘সোণ জয় কৰি দেশলৈ উভতিম...’ ফাইনেলত প্ৰৱেশ কৰিলেই মাতৃক ক’লে বিনাশে, কান্দি উঠিল বিনেশৰ কোচ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.