• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশত এতিয়া সংকটত হিন্দু, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হিন্দুৰ ওপৰত কৰা শিহৰণকাৰী দৃশ্য

বাংলাদেশত এতিয়া সংকটত হিন্দু, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হিন্দুৰ ওপৰত কৰা শিহৰণকাৰী দৃশ্য

2 years ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

2 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

2 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

3 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

3 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

3 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

4 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

5 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

5 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

6 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

6 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

8 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বাংলাদেশত এতিয়া সংকটত হিন্দু, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হিন্দুৰ ওপৰত কৰা শিহৰণকাৰী দৃশ্য

editor by editor
August 6, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বাংলাদেশত এতিয়া সংকটত হিন্দু, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হিন্দুৰ ওপৰত কৰা শিহৰণকাৰী দৃশ্য
0
SHARES
940
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশত এতিয়া সংকটত হিন্দু, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হিন্দুৰ ওপৰত কৰা শিহৰণকাৰী দৃশ্য

৪ আগষ্ট দেওবাৰে সমগ্ৰ বাংলাদেশত প্ৰতিবাদৰ সময়ত হিংসাত্মক পৰিস্থিতি বৃদ্ধি পোৱাত ইস্ককন আৰু কালি মন্দিৰকে ধৰি হিন্দু ঘৰ-মন্দিৰক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছে। যাৰ ফলত ৰংপুৰৰ হিন্দু কাউন্সিলাৰ কাজল ৰয়কে ধৰি প্ৰায় ১০০ জন লোকৰ মৃত্যু হয়। বাংলাদেশৰ তীব্ৰ অশান্তিৰ মাজতে সোমবাৰে পদত্যাগ কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ।

বিষয়াসকলৰ মতে, তীব্ৰ প্ৰতিবাদৰ বাবে হাছিনাই ভগ্নীৰ সৈতে ঢাকা এৰি “নিৰাপদ স্থান”লৈ পলায়ন কৰে। বিতৰ্কিত চৰকাৰী চাকৰি কোটা ব্যৱস্থাৰ ফলত হাছিনাৰ পদত্যাগৰ দাবীত ব্যাপক বিক্ষোভৰ পিছতে এই পদত্যাগ। প্ৰতিবাদ আৰু হতাহতি প্ৰথম অৱস্থাত চাকৰি কোটা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই প্ৰতিবাদত প্ৰায় ৩০০ লোকৰ মৃত্যু হৈছে।

https://x.com/gbensouss/status/1820559268653019417

বিক্ষোভকাৰীসকলে হাছিনাৰ পদত্যাগৰ আহ্বান জনাই আহিছে আৰু অশান্তিৰ বাবে হিংসাত্মক সংঘৰ্ষ আৰু উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। বাতৰি অনুসৰি হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাজপ্ৰসাদত আক্ৰমণ কৰি সংকট আৰু অধিক তীব্ৰতৰ কৰি তুলিছে।

এই অশান্তিৰ পাছতে দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰিছিল আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো প্ৰতিষ্ঠান বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। বিক্ষোভ আৰম্ভ হোৱাৰ পিছত এই সংঘৰ্ষৰ অন্যতম মাৰাত্মক দিন। শৃংখলা ঘূৰাই আনিবলৈ সৈন্য নিয়োগ কৰা হৈছিল আৰু সজীৱ গোলাবাৰুদ ব্যৱহাৰ নকৰাৰ প্ৰতিশ্ৰুতি মানি চলি ভিৰক ছত্ৰভংগ দিবলৈ শূণ্যলৈ কেইবাজাই গুলী চলোৱা দেখা গৈছিল।

https://x.com/nabilajamal_/status/1820425551674478875

এই সকলোবোৰৰ মাজতে এতিয়া দুস্কৃতিকাৰীয়ে হিংসাক সাম্প্ৰদায়িক কৰি তুলিছে। ফেচবুক, টুইটাৰ, ইউটিউবৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্লক কৰা হৈছে। তাৰ মাজতে এক্স হেণ্ডেলত ভাইৰেল হৈ পৰিছে কিছুমান শিহৰণকাৰী দৃশ্য। হিন্দু লোকৰ বাসগৃহত প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ লগতে সামাজিক স্থলতো হিন্দু লোকক আটক কৰি গণপ্ৰহাৰ। বৰ্তমানে সুৰক্ষিত নহয় বাংলাদেশত থকা হিন্দু লোক।

https://x.com/RealBababanaras/status/1820477514609033351

ইতিমধ্যে বহু হিন্দু লোক পয়ালন কৰিছে উত্তপ্ত বাংলাদেশৰ পৰা। বহু ছাত্ৰ-ছাত্ৰী উত্তৰ-পূৱৰ সীমান্তইদি ভাৰতত প্ৰৱেশ কৰিছে। ভাৰত চৰকাৰেও বাংলাদেশত আৱদ্ধ ভাৰতীয় লোকৰ বাবে জৰুৰীসেৱা মুকলি কৰিছে। ভাৰতৰ ফালৰ পৰা বাংলাদেশত বসবাস কৰা নাগৰিকসকলক যোগাযোগত থাকিবলৈ আৰু সজাগ হৈ থাকিবলৈ কোৱা হৈছে। ছাত্ৰ-ছাত্ৰীকে ধৰি ভাৰতীয়সকলক জৰুৰীকালীন অৱস্থাত +৮৮-০১৩১৩০৭৬৪০২ হেল্পলাইন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় প্ৰশাসনৰ ফালৰ পৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshBangladesh ProtestHindu In BangladeshHindu People
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম
ভাৰত

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

August 24, 2026
Next Post
জনতাৰ প্ৰতিবাদৰ পাছত শ্বেখ হাছিনাৰ পলায়ন, হিংসাজৰ্জৰ বাংলাদেশৰ এতিয়া কোন লৈছে দায়িত্ব

জনতাৰ প্ৰতিবাদৰ পাছত শ্বেখ হাছিনাৰ পলায়ন, হিংসাজৰ্জৰ বাংলাদেশৰ এতিয়া কোন লৈছে দায়িত্ব

হাৰিও জয় কৰিলে দেশবাসীৰ মন, গভীৰ আঘাতে শেষৰ ৩৩ ছেকেণ্ডত লগাই দিলে খেলিমেলি

হাৰিও জয় কৰিলে দেশবাসীৰ মন, গভীৰ আঘাতে শেষৰ ৩৩ ছেকেণ্ডত লগাই দিলে খেলিমেলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.