• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

3 weeks ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

17 minutes ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

26 minutes ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

58 minutes ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

2 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

15 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

15 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

16 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

16 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

17 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

18 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

19 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

ATM, ONLINE সেৱাতো পৰিব নেকি প্ৰভাৱ?

editor by editor
September 11, 2026
in প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা
0
SHARES
837
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি দেশৰ ৰাজহুৱা খণ্ডৰ লগতে ব্যক্তিগত খণ্ডৰো সকলো বেংক বন্ধ থাকিব। বেংক কৰ্মচাৰী সংগঠনসমূহে কেইবাটাও দাবীৰ সমৰ্থনত ধৰ্মঘটৰ আহ্বান জনাইছে। ইয়াৰ ভিতৰত অন্যতম হৈছে সপ্তাহত ৬ দিনৰ পৰিৱৰ্তে পাঁচ দিনহে বেংক খোলা ৰখাৰ দাবী, লগতে Performance Linked Incentive (PLI) আৰু আন কৰ্মচাৰী-সম্পৰ্কীয় বিষয়ৰ দাবীত বেংক কৰ্মচাৰী সন্থাই এই ধৰ্মঘট পালন কৰিছে। সেয়ে আজি বহু বেংকৰ শাখাত কৰ্মচাৰী উপস্থিত নথকাৰ বাবে কাউণ্টাৰ সেৱা আৰু শাখাভিত্তিক কাম-কাজ বন্ধ বা যথেষ্ট ধীৰগতিৰ হ’ব পাৰে।

কোন কোন বেংকত প্ৰভাৱ পৰিব?

এই ধৰ্মঘট কেৱল এটা বা দুটা বেংকৰ বাবে নহয়। ৰাজহুৱা খণ্ডৰ বেংকৰ লগতে বহু ব্যক্তিগত বেংকৰ কাম-কাজতো প্ৰভাৱ পৰাৰ আশংকা আছে, কাৰণ বিভিন্ন বেংক কৰ্মচাৰী সংগঠন UFBUৰ ধৰ্মঘটৰ সৈতে জড়িত। বিশেষকৈ SBI, PNB, UCO Bank, Indian Bank, Bank of Maharashtra আদি বেংকে গ্ৰাহকসকলক সম্ভাব্য অসুবিধাৰ বিষয়ে সতৰ্ক কৰিছে।

ATM বন্ধ হ’ব নেকি?

ATM সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ আশংকা কম। ধৰ্মঘটৰ মাজতো সকলো বেংকৰ ATM সেৱা সাধাৰণভাৱে চলি থাকিব। কিন্তু এটা কথা মনত ৰখা ভাল—ATM মেচিনত নগদ ধন ভৰোৱা আৰু কাৰিকৰী সমস্যাৰ সমাধানৰ দৰে কামত শাখা বা কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰতা থাকে। সেয়ে দীৰ্ঘসময়ৰ বাবে একেৰাহে বেংক বন্ধ থাকিলে কোনো কোনো ATMত নগদ ধনৰ সমস্যা হ’ব পাৰে।

UPI, Google Pay, PhonePe বন্ধ হ’ব নেকি?

সাধাৰণভাৱে UPI, মোবাইল বেংকিং আৰু ইণ্টাৰনেট বেংকিং চলি থকিব। অৰ্থাৎ Google Pay, PhonePe, Paytm বা বেংকৰ নিজা UPI/মোবাইল বেংকিং সেৱাৰে ধন লেনদেন কৰিব পৰা যাব। একেদৰে NEFT আৰু RTGSৰ দৰে ডিজিটেল ফাণ্ড ট্ৰেন্সফাৰ সেৱাও উপলব্ধ থকিব। অৱশ্যে কোনো বেংকৰ নিজা app, server বা payment systemত কাৰিকৰী সমস্যা থাকিলে সাময়িক অসুবিধা হ’ব পাৰে। ধৰ্মঘটৰ বাবে সমগ্ৰ দেশৰ অনলাইন বেংকিং বন্ধ হোৱা বুলি ধৰা উচিত নহয়।

কোনবোৰ কামত বেছি সমস্যা হ’ব?

আজি বিশেষকৈ বেংক শাখাত নগদ জমা/উলিওৱা, চেক জমা আৰু ক্লিয়াৰেন্স, নতুন একাউণ্ট খোলা, KYC বা নথি জমা, Passbook update, বেংকৰ কাউণ্টাৰত কৰা অন্যান্য কাম, ঋণ, ড্ৰাফ্ট বা আন শাখাভিত্তিক সেৱা, ধৰ্মঘটৰ বাবে শাখাভিত্তিক কামত পলম হোৱাৰ আশংকা আছে লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে—আগন্তুক কেইদিনো বেংকৰ কামত প্ৰভাৱ থাকিব

আজিৰ উপৰিও কাইলৈ অৰ্থাৎ ১২ ছেপ্টেম্বৰ শনিবাৰে মাহটোৰ দ্বিতীয় শনিবাৰ আৰু ১৩ ছেপ্টেম্বৰ দেওবাৰ। ফলত এই দুদিনো সাধাৰণ বেংক শাখা বন্ধ থাকিব। ইয়াৰ পিছত ১৪ ছেপ্টেম্বৰত গণেশ চতুৰ্থীৰ বাবে কেইবাখনো ৰাজ্য/চহৰত বেংক বন্ধ থাকিব। অৰ্থাৎ কিছুমান অঞ্চলত ১১ৰ পৰা ১৪ ছেপ্টেম্বৰলৈ একেৰাহে চাৰিদিন শাখাভিত্তিক বেংকিং সেৱাত বাধা পৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bank Closed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

October 2, 2026
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?
ভাৰত

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

October 2, 2026
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
Next Post
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.