• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেংকৰ SMS এলাৰ্ট এক্টিভেট আছে? এতিয়াৰে পৰা মেছেজ সোমালেই দিব লাগিব ধন, জানক কেনেকৈ ডি-এক্টিভ কৰিব এই এলাৰ্ট?

1 year ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

2 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

3 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

4 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

5 hours ago
গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

6 hours ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

7 hours ago
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বেংকৰ SMS এলাৰ্ট এক্টিভেট আছে? এতিয়াৰে পৰা মেছেজ সোমালেই দিব লাগিব ধন, জানক কেনেকৈ ডি-এক্টিভ কৰিব এই এলাৰ্ট?

বেংকৰ SMS এলাৰ্ট এক্টিভেট আছে? এতিয়াৰে পৰা মেছেজ সোমালেই দিব লাগিব ধন, জানক কেনেকৈ ডি-এক্টিভ কৰিব এই এলাৰ্ট?

editor by editor
December 23, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
বেংকৰ SMS এলাৰ্ট এক্টিভেট আছে? এতিয়াৰে পৰা মেছেজ সোমালেই দিব লাগিব ধন, জানক কেনেকৈ ডি-এক্টিভ কৰিব এই এলাৰ্ট?
0
SHARES
252
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেংকৰ পৰা টকা উলিওৱা বা ধন জমা দিয়াৰ লগে লগে এছ এম এছ আহে৷ চেক ক্লিয়াৰেন্স বা অন্যান্য কামৰ ক্ষেত্ৰতে একেই৷ SMS এলাৰ্টৰ পৰা গ্ৰাহকৰ সুবিধাও হয়৷ একাউণ্টৰ যাৱতীয় খুঁটিনাটি হাতৰ মুঠিতেই থাকে৷ কিন্তু বহুতেই ভাৱে যে বেংকে বোধহয় এই ছাৰ্ভিচ ফ্ৰিতেই দিয়ে৷ এয়া মুঠেও নহয়৷ ইয়াৰবাবে চাৰ্জ দিব লাগে৷

এছ এম এছ এলাৰ্ট এক পৰিসেৱা৷ ইয়াৰবাবে গ্ৰাহকৰ পৰা চাৰ্জ কটা হয়৷ সম্প্ৰতি এছ এম এছ পৰিসেৱাৰ ক্ষেত্ৰত নতুন চাৰ্জ লাঘু কৰিলে এক্সিছ বেংকে৷ বেংকৰ তৰফৰ পৰা জনোৱা হৈছে যে এতিয়াচে পৰা এটা SMSৰ বিপৰীতে ২৫ পইছাকৈ চাৰ্জ ধৰা হ’ব৷ অথৱা তিনিমাহত একেলগে সৰ্বাধিক ১৫টকা কটা হ’ব৷

কৈ থোৱা ভাল যে, তিনিবছৰ পূৰ্বে অৰ্থাৎ ২০২১ চনত ট্ৰাইৰ নিয়ম অনুসৰি SMS পৰিসেৱাৰ নিয়ম পৰিবৰ্তন কৰিছিল AXIS বেংকে৷ তাৰপাছৰে পৰা AXIS বেংক একাউণ্ট হল্ডাৰসকলৰ পৰা SMS পৰিসেৱাৰ বাবদ তিনিমাহত ২৫ টকা চাৰ্জ কটা হ’ব৷ ২০২১ চনৰ ১ জুলাইৰ পৰা লাঘু হৈছিল এই নিয়ম৷

কৈ থোৱা ভাল যে তিনি বছৰ পূৰ্বে অৰ্থাৎ ২০২১ চনত ট্ৰাইৰ নিয়ম অনুসৰি SMS পৰিসেৱাৰ নিয়ম পৰিবৰ্তন কৰিছিল এক্সিছ বেংকে৷ তাৰপাছৰে পৰা এক্সিছ বেংক একাউণ্ট হোল্ডাপসকলৰ পৰা এছ এম এছৰ বাবদ ২৫ পইছাকৈ একেলগে তিনিমাহৰ বাবদ কাটি লোৱা হ’ব৷

২০২৪ চনৰ ১৫ ডিচেম্বৰৰ পৰা SMSৰ বিপৰীতে ২৫ পইছাকৈ তিনি মাহত সৰ্বাধিক ১৫টকা চাৰ্জ দিব লাগিব গ্ৰাহকে৷ এক্সিছ বেংকৰ প্ৰিমিয়াম একাউণ্ট হোল্ডাৰ, বেংক ষ্টাফ, চেলাৰী একাউণ্ট হোল্ডাৰ, পেনছন একাউণ্ট হোল্ডাৰ, স্মল এণ্ড বেছিক একাউণ্ট হোল্ডাৰসকলক এই নিয়মৰ বাহিৰত ৰখা হৈছে৷ এই পৰিসেৱাৰ বাবে তেওঁলোকৰ বাবে কোনো চাৰ্জ টকা নহয়৷ একেধৰণে বেংকৰ পক্ষৰ পৰা কোনো বিজ্ঞাপ্তি বা অটিপি মেছেজ গ’লেও চাৰ্জ লোৱা নহ’ব বুলি জনাইছে এক্সিছ বেংকে৷

গ্ৰাহকে বিচাৰিলে বেংকৰ এছ এং এছ চাৰ্ভিছ বন্ধ কৰি দিব পাৰে৷ ইয়াৰবাবে এক্সিছ বেংকৰ কাষ্টমাৰ কেয়াৰ নম্বৰত (১৮৬০-৪১৯-৫৫৫৫ / ১৮৬০-৫০০-৫৫৫৫) ফোন কৰি SMS এলাৰ্ট ছাৰ্ভিছ বন্ধ কৰাৰ আবেদন কৰিব পাৰে৷ গ্ৰাহকৰ নথি পৰীক্ষাৰ পাছত বেংকে এই চাৰ্ভিছ বন্ধ কৰি দিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?
জীৱনশৈলী

March 25, 2026
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত
জীৱনশৈলী

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

March 25, 2026
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো
চিনেমা

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

March 25, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
Next Post
ক্ষমতা হাতত নাই, ৰসাতলে সংসাৰো! পত্নীয়েও লগ এৰিলে ছিৰিয়াৰ পলাতক প্ৰেছিডেণ্টৰ, কিয় মুক্তি বিচাৰিছে পত্নী আছামাই?

পঞ্চম আৰু অষ্টম শ্ৰেণীত আকৌ পাছ-ফেইল নীতি আৰম্ভ! শিক্ষাৰ অধিকাৰ আইনৰ সলনি কৰিছে মোদী চৰকাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন