• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা

জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা

11 months ago
সিজাই থাকোতেই কণী ফাটি যায়? কণী সিজোৱা পানীত মিহলাই দিয়ক মাত্ৰ এচামুছ এইবিধ সামগ্ৰী, নাফাটে কণী, বাকলি এৰুওৱাও সহজ হৈ পৰে

সিজাই থাকোতেই কণী ফাটি যায়? কণী সিজোৱা পানীত মিহলাই দিয়ক মাত্ৰ এচামুছ এইবিধ সামগ্ৰী, নাফাটে কণী, বাকলি এৰুওৱাও সহজ হৈ পৰে

6 minutes ago
অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

1 hour ago
এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

2 hours ago
ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

3 hours ago
ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

3 hours ago
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

3 hours ago
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

4 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

5 hours ago
আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

5 hours ago
Image Credit- AI

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

5 hours ago
জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

6 hours ago
মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা

জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা

editor by editor
June 22, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা
0
SHARES
814
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক জুলাইত কেইবাদিনো বন্ধ থাকিব বেংক সেৱা৷ জুন মাহৰ দৰেই জুলাই মাহতো কেইবাটাও দিনত বন্ধ আছে বেংক পৰিসেৱা৷ জুলাই মাহত মুঠ ১০ দিনতকৈয়ো বেছু ছুটীৰ দিন আছে৷ প্ৰকৃততে আগন্তুক মাহত কেইবাটাও উৎসৱ আছে সেই কাৰণেই চৰকাৰী ছুটি থাকিব৷ এই ছুটিৰ দিনসমূহ ৰাজ্য অনুসৰি বেলেগ বেলেগ হয়৷

জুলাই মাহত মুঠ ৩ দিন বেংক বন্ধ থাকিব

জাতীয় আৰু আঞ্চলিক ছুটীৰ কাৰণে আগন্তুক মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে দিয়া বন্ধৰ তালিকা অনুসৰি প্ৰতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বেংক বন্ধ থাকে, ইয়াৰোপৰি প্ৰতি দেওবাৰে সাপ্তাহিক ছুটি থাকে৷ ইয়াৰোপৰি উৎসৱ উপলক্ষে বেংকসমূহ আৰু কেইবাদিনো বন্ধ থাকিব৷

 ছুটিৰ সম্পূৰ্ণ তালিকা

  • ৩ জুলাইঃ খাৰচি পূজা উপলক্ষে আগৰতলাত বেংক বন্ধ থাকিব৷
  • ৫ জুলাইঃ গুৰু হৰগোবিন্দ জি’ৰ  জন্মদিন উপলক্ষে বেংক বন্ধ থাকিব৷
  • ৬ জুলাইঃ দেওবাৰ সাপ্তাহিক ছুটি৷
  • ১২ জুলাইঃ মাহৰ দ্বিতীয় শনিবাৰ৷
  • ১৩ জুলাইঃ দেওবাৰ সাপ্তাহিক ছুটি৷
  • ১৪ জুলাইঃ বেহ দেনখলাম উপলক্ষে সমস্ত বেংক বন্ধ থাকিব৷
  • ১৬ জুলাইঃ হৰেলা উৎসৱ উপলক্ষ্যে বেংক বন্ধ থাকিব৷
  • ১৭ জুলাইঃ ইউ তিৰট সিংৰ মৃত্যুবাৰ্ষিকীত মেঘালয়ৰ সমস্ত বেংক বন্ধ থাকিব৷
  • ১৯ জুলাইঃ কেৰ পূজাৰ বাবে আগৰতলা বা ত্ৰিপুৰাত বেংক বন্ধ৷
  • ২০ জুলাইঃ দেওবাৰ সাপ্তাহিক ছুটি৷
  • ২৬ জুলাইঃ মাহৰ চতুৰ্থ শনিবাৰ৷
  • ২৭ জুলাইঃ দেওবাৰ সাপ্তাহিক ছুটি৷
  • ২৮ জুলাইঃ গেংটকত দ্ৰুকপা তেশে জি উপলক্ষে বেংক ছুটি৷

বেংক বন্ধ থাকিলেও মোবাইল বেংকিং, এটিএম বা ইণ্টাৰনেট বেংকিং সুবিধাৰ মাধ্যমেৰে আৰ্থিক বা অ আৰ্থিক লেনদেন কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিজাই থাকোতেই কণী ফাটি যায়? কণী সিজোৱা পানীত মিহলাই দিয়ক মাত্ৰ এচামুছ এইবিধ সামগ্ৰী, নাফাটে কণী, বাকলি এৰুওৱাও সহজ হৈ পৰে
খাদ্য

সিজাই থাকোতেই কণী ফাটি যায়? কণী সিজোৱা পানীত মিহলাই দিয়ক মাত্ৰ এচামুছ এইবিধ সামগ্ৰী, নাফাটে কণী, বাকলি এৰুওৱাও সহজ হৈ পৰে

May 18, 2026
অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ
জীৱনশৈলী

অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

May 18, 2026
এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?
জীৱনশৈলী

এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

May 18, 2026
ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

May 18, 2026
Next Post
জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.