• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

1 year ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

10 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

11 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

11 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

12 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

12 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

12 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

13 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

14 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

15 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

16 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

17 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

editor by editor
June 23, 2025 - Updated on June 27, 2025
in জীৱনশৈলী, বিবিধ
0
জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৭ জুনত পালিত হৈছে জগন্নথৰ ৰথযাত্ৰা৷ জগন্নাথ, বলৰাম আৰু সুভদ্ৰাই এই দিনটোত মাহিয়েকৰ ঘৰলৈ যাত্ৰা কৰে৷ ওড়িশাৰ শ্ৰেষ্ঠ উৎসৱ ৰথযাত্ৰাক লৈ আনন্দিত এতিয়া সকলো৷ আমাৰ ৰাজ্যো ৰথযাত্ৰা কিছু কিছু লোকে পালন কৰে৷ শাস্ত্ৰ অনুসৰি জগন্নাথ হৈছে জগতৰ নাথ৷ অৰ্থাৎ তেওঁ এই পৃথিৱীক পালনকৰ্তা৷ শ্ৰীকৃষ্ণৰ আৰু এক ৰূপ হৈছে জগন্নাথ৷ ৰথযাত্ৰাৰ সময়তেই জানি থওক কোন কোন ৰাশিৰ জাতক জগন্নাথৰ সকলোতকৈ প্ৰিয় হয়৷ জ্যোতিষ গণনা অনুসৰি চাৰি ৰাশিৰ জাতকৰ ওপৰত তেওঁৰ বিশেষ কৃপাদৃষ্টি থাকে৷ এই ৰাশিৰ জাতকক সকলো বিপদৰ পৰাই তেওঁ ৰক্ষা কৰে৷ এই তালিকাত কোন কোন ৰাশিৰ জাতক আছে? জানি থওক৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতক প্ৰভু জগন্নাথৰ অত্যন্ত প্ৰিয়৷ এওঁলোকৰ ওপৰত জগন্নাথৰ আশীৰ্বাদ বৰ্ষিত হয়৷ ফলত পৰিশ্ৰমী আৰু আত্মবিশ্বাসী হয় বৃষ ৰাশিৰ জাতক৷ এওঁলোকে যি কামেই কৰিম বুলি ঠিক কৰে সেই লক্ষ্যতেই তেওঁলোক অটল থাকে৷ জগন্নাথৰ আশীৰ্বাদচ এওঁলোকে সকলো কামতেই সাফল্য লাভ কৰে৷ পেছাগত জীৱনত উন্নতিৰ শীৰ্ষত উপনীত হয় এওঁলোক৷

কৰ্কট ৰাশি

জগন্নাথৰ আৰু এটা প্ৰিয় ৰাশি হৈছ কৰ্কট৷ কৰ্কট ৰাশিৰ জাতক আৱেগপ্ৰৱণ৷ এওঁলোকে সকলো সময়তে অন্যৰ দিশত সহায়ৰ হাত আগবঢ়াই দিয়ে৷ জগন্নাথৰ আশীৰ্বাদত জীৱনত লাভ অৰ্জন কৰে কৰ্কট ৰাশিৰ জাতকে৷ ইয়াৰ ফলত এওঁলোকে কেৰিয়াৰত প্ৰচুৰ উন্নতি কৰিব পাৰে৷ চাকৰিত উচ্চপদ লাভ কৰে৷ সুখ আৰু শান্তিত জীৱন কটায় কৰ্কট ৰাশিৰ জাতকে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য৷ জগন্নাথৰ প্ৰিয় ৰাশিৰ তালিকাত আছে সিংহ ৰাশিৰ জাতকো৷ সকলো বিপদ আপদৰ পৰা এওঁলোকৰ জীৱন ৰক্ষা কৰে স্বয়ং জগন্নাথে৷ এওঁলোক যেনেকৈ পৰিশ্ৰমী হয় তেনেকৈ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফলো পায়৷ জগন্নাথৰ কৃপাত জীৱনত প্ৰচুৰ উন্নতি কৰাৰ সুযোগ পায় সিংহ ৰাশিৰ জাতকে৷

তুলা ৰাশি

তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ এই ৰাশিৰ জাতকৰ ওপৰত থাকে জগন্নাথৰ আশীৰ্বাদ৷ তুলা ৰাশিৰ জাতক হৈছে জগন্নাথৰ প্ৰিয়৷ এওঁলোকৰ জীৱনৰ সকলো সমস্যা তেওঁ দূৰ কৰে৷ এওঁলোক সমাজত প্ৰচুৰ সন্মান আৰু প্ৰতিপত্তি লাভ কৰে৷ জগন্নাথৰ কৃপাত তুলা ৰাশিৰ জাতকে সম্পদ, প্ৰাচুৰ্য আৰু প্ৰেম লাভ কৰে৷ এওঁলোক যলৈকে যায় তাতেই সকলোৰে মন জয় কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
Next Post
মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

সূৰ্য শনিৰ সংযোগত ৩ ৰাশিৰ অৰ্থসম্পদ বাঢ়িব, বাঢ়িব সন্মান আৰু প্ৰতিপত্তিও

সূৰ্য শনিৰ সংযোগত ৩ ৰাশিৰ অৰ্থসম্পদ বাঢ়িব, বাঢ়িব সন্মান আৰু প্ৰতিপত্তিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.