• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

11 months ago
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

1 hour ago
ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

2 hours ago
হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

3 hours ago
জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

4 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি কোন ৰাশিৰ উদয় হ’ব ভাগ্য, জানক দৈনিক ৰাশিফল

4 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

17 hours ago
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

17 hours ago
কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

18 hours ago
২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

19 hours ago
প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

20 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

20 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

editor by editor
June 23, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক
0
SHARES
284
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছিৰিয়াৰ মাৰ এলিয়াছ চাৰ্চত ভয়াৱহ আত্মঘাচী বিস্ফোৰণ৷ মৃত্যু কমেও ২০ গৰাকী লোক আৰু আহত হৈছে ৫২জন৷ এই বিস্ফোৰণত ISISৰ হাত থকাৰ আশংকা৷ ছিৰিয়াৰ ৰাজধানী দমাস্কাছৰ এটা চাৰ্চত দেওবাৰে প্ৰাৰ্থনা চলি থকাৰ সময়তে ভয়াৱহ আত্মঘাতী আক্ৰমণ ঘটে৷ ঘটনাৰ সময়ত চাৰ্চৰ ভিতৰত বহু মানুহ প্ৰাৰ্থনাত উপস্থিত আছিল৷

ব্ৰিটেইনৰ মানৱাধিকাৰ সংস্থা Syrian Observatory for Human Rightsয়ে জনাইছে যে হতাহতৰ প্ৰকৃত সংখ্যা আৰু বাঢ়িব পাৰে৷ স্থানীয় কিছু ৰিপৰ্টে দাবী কৰিছে যে শিশুসকলো এই নৃশংস আক্ৰমণৰ চিকাৰ হৈছে৷ প্ৰত্যক্ষদৰ্শীয়ে জনাইছে যে প্ৰথমে গুলি আৰু তাৰপিছতেই ভয়াৱহ বিস্ফোৰণৰ ঘটনা ঘটে৷ মুহূৰ্ততে মাটিত বাগৰি পৰে বহুসংখ্যক লোক৷

ছিৰিয়াৰ গৃহবিভাগে জনাইছে যে আক্ৰমণ চলাইছে ISIS সংগঠনৰ সৈতে যুক্তসকলেই৷ প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে আক্ৰমণকাৰীৰ সৈতে আৰু দুজন ব্যক্তি আছিল, এই দুজন ব্যক্তি পলাই গৈছে৷ ছিৰিয়াত দীৰ্ঘদিন ধৰি এই ধৰণৰ আত্মঘাতী আক্ৰমণৰ ঘটনা ঘটি আছে৷ বিশেষজ্ঞসকলৰ মতে এই আক্ৰমণ এনে এক সময়ত ঘটিছে যি সময়ত চৰকাৰে সাম্প্ৰদায়িক ঐক্য নিৰ্মাণৰ বাবে কাম কৰি আছে৷ ছিৰিয়াৰ তথ্য মন্ত্ৰী হামজা মুস্তাফাই এক্স হেণ্ডেলত এই আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছে৷ এই আক্ৰমণক কাপুৰুষোচিত সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলিও উল্লেখ কৰিছে৷ তেওঁ লিখিছে, ‘এই আক্ৰমণ আমাৰ সাম্প্ৰদায়িক সহাবস্থানৰ আদৰ্শৰ বিৰোধী৷ চৰকাৰে চৰমপন্থীসকলৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই যাব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!
জীৱনশৈলী

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

May 18, 2026
ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…
জীৱনশৈলী

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

May 18, 2026
জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!
জীৱনশৈলী

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

May 18, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কোন ৰাশিৰ উদয় হ’ব ভাগ্য, জানক দৈনিক ৰাশিফল

May 18, 2026
Next Post
সূৰ্য শনিৰ সংযোগত ৩ ৰাশিৰ অৰ্থসম্পদ বাঢ়িব, বাঢ়িব সন্মান আৰু প্ৰতিপত্তিও

সূৰ্য শনিৰ সংযোগত ৩ ৰাশিৰ অৰ্থসম্পদ বাঢ়িব, বাঢ়িব সন্মান আৰু প্ৰতিপত্তিও

১৭০০০ টকা মাহিলী ভাড়া দি ফ্লেট বুক, প্ৰেমিকৰ সৈতে মিলি নতুন সংসাৰৰ প্লেন কৰিছিল সোনমে, গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

১৭০০০ টকা মাহিলী ভাড়া দি ফ্লেট বুক, প্ৰেমিকৰ সৈতে মিলি নতুন সংসাৰৰ প্লেন কৰিছিল সোনমে, গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.