বৰপেটাৰ ৮টা বিধানসভা সমষ্টিৰ বাবে বিভিন্ন দলৰ প্ৰার্থিত্ব প্ৰত্যাশীৰ দীঘলীয়া তালিকা। বৰপেটাৰ কোনটো সমষ্টিত কোন দলৰ পৰা কোনে কোনে বিচাৰিছে টিকট? কাৰ টিকট লাভৰ সম্ভাৱনা উজ্জ্বল?