• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰস্বতী পূজালৈ মাজত কেইটামানহে দিন, সৰস্বতীৰ দেৱীৰ জন্ম ক’ত হৈছিল জানেনে?

সৰস্বতী পূজালৈ মাজত কেইটামানহে দিন, সৰস্বতীৰ দেৱীৰ জন্ম ক’ত হৈছিল জানেনে?

3 years ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

17 minutes ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

50 minutes ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

2 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

3 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

3 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

4 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

5 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

5 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

6 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সৰস্বতী পূজালৈ মাজত কেইটামানহে দিন, সৰস্বতীৰ দেৱীৰ জন্ম ক’ত হৈছিল জানেনে?

editor by editor
January 21, 2023
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
সৰস্বতী পূজালৈ মাজত কেইটামানহে দিন, সৰস্বতীৰ দেৱীৰ জন্ম ক’ত হৈছিল জানেনে?
0
SHARES
39.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সৰস্বতী পূজা সমাগত৷ সৰস্বতী পুজাৰ আয়োজন আৰম্ভ হৈছে দেশৰ প্ৰায় প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়কে ধৰি শিক্ষা প্ৰতিষ্ঠানসমূহত৷ কিন্তু সৰস্বতীৰ জন্ম ক’ত হৈছিল?

যোশীমঠৰ পৰা প্ৰায় ৫০ কিঃমিঃ দূৰত্বত আছে এখন বিশেষ গাওঁ৷ মানা গাওঁ৷ এইখন ভাৰতবৰ্ষৰ শেষ গাওঁ৷ মহাভাৰত অনুসৰি এই গাঁৱৰ মাজেৰেই মহাপ্ৰস্থানৰ দিশেৰে আহবাঢ়িছিল দ্ৰৌপদীসহ পঞ্চপাণ্ডৱে৷ মানা গাওঁৰ মাজেৰেই বৈ গৈছে সৰস্বতী নদীও৷ এই সৰস্বতী নদীৰ ওপৰতেই ভীমে দ্ৰৌপদীৰ বাবে এটি সেঁতুও নিৰ্মাণ কৰিছিল ভীমে৷
এই মানা গাঁৱতেই ব্ৰহ্মাৰ মুখগহ্বৰৰ পৰা সৰস্বতীৰ জন্ম বুলি এক লোকবিশ্বাস যুগে যুগে চলি আহিছে৷ মানা গাওঁতেই সৰস্বতী নদীত স্নান কৰি ব্যাসদেৱে পুৰাণ ৰচনা কৰিছিল৷ মহাভাৰতৰ নিদৰ্শন আজিও মানা গাঁৱলৈ গ’লে দেখা যায়৷ সমুদ্ৰতলৰ পৰা ৩১১৫মিটাৰ উচ্চতাত অৱস্থিত এই গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্যও লেখত ল’বলগীয়া৷ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈকে বছৰি বহু পৰ্যটক মানা গাঁৱলৈ আহে৷

মানা গাঁৱত সৰস্বতীৰ জন্ম বুলি বহুকেইখন শাস্ত্ৰতেই উল্লেখ আছে৷ বদ্ৰীনাথ ধামৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰত্বত অৱস্থিত এই গাঁৱৰ আৰম্ভণিতেই লিখা আছে বিশেষ ফলক, ‘The Last Indian Village’ প্ৰচলিত বিশ্বাস অনুসৰি স্বৰ্গযাত্ৰাৰ সময়ত ভীমে দ্ৰৌপদীৰ বাবে এটা সেঁতুও নিৰ্মাণ কৰিছিল৷ দ্ৰৌপদীৰ নদী পাৰ হওঁতে অসুবিধা নহ’বৰ বাবেই ভীমে এই সেঁতু নিৰ্মাণ কৰিছিল৷ ভীম সেঁতু আজিও এই স্থানলৈ গ’লে দেখা যায়৷ নদীৰ পাৰতেই ২০ ফুট দীঘল ভৰিৰ চাপ দেখা যায়৷ মানা গাঁৱতেই আছে গণেশ গুহাও৷ এই গুহাতেই বহি ব্যাসদেৱে মহাভাৰত ৰচনা কৰিছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?
জীৱনশৈলী

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

April 13, 2026
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?
জীৱনশৈলী

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

April 13, 2026
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা
নিয়োগ

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

April 13, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
Next Post
হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰুখ খানৰ ‘পাঠান’ নাচায়, কিন্তু চোৱাসকলৰ সুৰক্ষা কোনে দিব ক’লে মুখ্যমন্ত্ৰীয়ে…

হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰুখ খানৰ ‘পাঠান’ নাচায়, কিন্তু চোৱাসকলৰ সুৰক্ষা কোনে দিব ক’লে মুখ্যমন্ত্ৰীয়ে...

সৰস্বতী পূজাৰ প্ৰতিমা স্থাপন কৰোতে এইকেইটা দিশত নজৰ নিদিলে অমঙ্গল হয়…

সৰস্বতী পূজাৰ প্ৰতিমা স্থাপন কৰোতে এইকেইটা দিশত নজৰ নিদিলে অমঙ্গল হয়...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.