• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰস্বতী পূজাৰ প্ৰতিমা স্থাপন কৰোতে এইকেইটা দিশত নজৰ নিদিলে অমঙ্গল হয়…

সৰস্বতী পূজাৰ প্ৰতিমা স্থাপন কৰোতে এইকেইটা দিশত নজৰ নিদিলে অমঙ্গল হয়…

4 years ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

29 minutes ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

1 hour ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

2 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

3 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

3 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

4 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

4 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

22 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

22 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

23 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

23 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সৰস্বতী পূজাৰ প্ৰতিমা স্থাপন কৰোতে এইকেইটা দিশত নজৰ নিদিলে অমঙ্গল হয়…

editor by editor
January 21, 2023
in বিবিধ, ভাৰত
0
সৰস্বতী পূজাৰ প্ৰতিমা স্থাপন কৰোতে এইকেইটা দিশত নজৰ নিদিলে অমঙ্গল হয়…
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাস্তুশাস্ত্ৰমতে দেৱী সৰস্বতীৰ বিশেষ এক প্ৰতিমাকহে শুভ বুলি ধৰা হয়৷ বাস্তুশাস্ত্ৰত কোনদিশে দেৱীৰ প্ৰতিমা থ’লে ভাল সেই কথাও উল্লেখ আছে৷ দিশৰ ওপৰতেই ভাগ্য ভাল হ’বনে বেয়া হ’ব সেয়া নিৰ্ভৰ কৰে৷

বাস্তুশাস্ত্ৰত থকা অনুযায়ী দেৱী সৰস্বতীৰ পদ্মাশোভিত মূৰ্তি শুভ৷ পূৰ্বদিশত ৰাখি সৰস্বতীৰ পূজা অৰ্চনা কৰিব লাগে বুলিও শাস্ত্ৰত উল্লেখ আছে৷ মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত সৰস্বতী পূজা পতা হয়৷ এই পূজাত ফুল, ফলকে ধৰি কেইবাবিধো দ্ৰব্য খুবেই জৰুৰী৷

২০২৩ চনত সৰস্বতী পূজা অনুষ্ঠিত হ’ব ২৬ জানুৱাৰীত৷ এইবাৰ সৰস্বতী পূজাৰ তিথিৰ সময় আছে ৫ঘণ্টা৷ এই ৫ ঘণ্টাৰ মাজতেই দিয়া হ’ব অঞ্জলী৷ সৰস্বতীৰ মূৰ্তিত ময়ূৰৰ পাখি ৰখাটোও শুভ৷ এইদৰে ময়ূৰৰ পাখি থ’লে ঘৰত সুখ শান্তিয়ে বিৰাজ কৰে বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে৷ বসন্ত পঞ্চমীৰ দিনা ঘৰৰ উত্তৰ দিশত ঝাও গছ ৰখাটোও শুভ৷ এইদৰে ঝাও গছ থ’লে গৃহত সদায় আনন্দৰ পৰিবেশে বিৰাজ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা
জীৱনশৈলী

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

September 4, 2026
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই
প্ৰযুক্তি

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক
জীৱনশৈলী

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

September 4, 2026
Next Post
জীৱনৰ কি যে ৰং! দুই পত্নীয়ে ভগালে স্বামীক তাৰপিছত?

জীৱনৰ কি যে ৰং! দুই পত্নীয়ে ভগালে স্বামীক তাৰপিছত?

বলীউডত টিকি থাকিবলৈকে কংগনাই বন্ধকত থলে সকলো সম্পত্তি

বলীউডত টিকি থাকিবলৈকে কংগনাই বন্ধকত থলে সকলো সম্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.