• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

2 months ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

9 minutes ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

53 minutes ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

1 hour ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

2 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

3 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

4 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

4 hours ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

4 hours ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

4 hours ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

20 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

20 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

editor by editor
January 22, 2026
in জীৱনশৈলী
0
সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত পালিত হয় সৰস্বতী পূজা৷ এই দিনটো বসন্ত পঞ্চমী বা শ্ৰী পঞ্চমী নামেৰেও পৰিচিত৷ ২৩ জানুৱাৰীত সৰস্বতী পূজাৰ দিনা থাকিব পাঁচ ৰাজযোগৰ অত্যন্ত শুভ প্ৰভাৱ৷ এই সময়ত চাৰিটা গ্ৰহই একেলগে মকৰ ৰাশিত গোচৰ কৰিছে৷ বুধ, শুক্ৰ, ৰবি আৰু মঙ্গল এই চাৰি গ্ৰহ মিলি গঠন কৰিছে পাঁচটাকৈ ৰাজযোগ৷ বুধ আৰু সূৰ্যৰ যুঁটিত গঠিত হৈছে বুধাদিত্য ৰাজযোগ৷ শুক্ৰ আৰু বুধে গঠন কৰিছে লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ মকৰ ৰাশিত মঙ্গলৰ অৱস্থানৰ ফলত গঠিত হৈছে ৰুচক ৰাজযোগ৷ শুক্ৰ আৰু সূৰ্য মিলি গঠন কৰিছে শুক্ৰাদিত্য ৰাজযোগ৷ আৰু চন্দ্ৰ আৰু বৃহস্পতি মিলি গঠন কৰিছে গজকেশৰী ৰাজযোগ৷ আৰু এই একেই দিনাই থাকিব শিৱ যোগ আৰু ৰবি যোগৰ প্ৰভাৱ৷ জানি থওক এইসমূহ শুভ যোগৰ প্ৰভাৱত বসন্ত পঞ্চমীতেই ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ৷ কৰ্কট ৰাশিৰ নৱম ঘৰত গঠিত হ’ব গজকেশৰী ৰাজযোগ৷ ইয়াৰ ফলত আপুনি সৌভাগ্যৰ আশীৰ্বাদ পাব৷ জ্ঞান আৰু বুদ্ধি বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ৷ কৰ্কট ৰাশিৰ ছাত্ৰছাত্ৰীসকলৰ বাবে আপোনাৰ এই সময় অত্যন্ত শুভ৷ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ সম্পত্তি লাভ কৰিব পাৰে৷ নিজৰ পৃথক পৰিচয় গঢ়ি তুলিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ৷ কন্যা ৰাশিৰ পঞ্চম ঘৰত থাকিব বুধাদিত্য ৰাজযোগ৷ এই সময়ত আপোনাৰ মনত শান্তি থাকিব৷ মনৰ ওপৰত থকা চাপ কমিব৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ পাব পাৰে৷ সৃজনশীল কামৰ সৈতে যুক্তসকলে বিশেষ সাফল্য পাব৷ পূৰ্বে কৰা পৰিশ্ৰমৰ সুফল পাব৷

ধনু ৰাশি

ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি৷ ধনু ৰাশিৰ দ্বিতীয় ঘৰত থাকিব বুধাদিত্য, লক্ষ্মী নাৰায়ণ আৰু ৰুচক ৰাজযোগৰ প্ৰভাৱ৷ ইয়াৰ ফলত নানান দিশৰ পৰা উন্নতি কৰাৰ সুযোগ পাব এই ৰাশিৰ জাতকে৷ চকুত লগাৰ দৰে অৰ্থনৈতিক উন্নতি কৰিব পাৰিব৷ আপুনি নিজৰ ব্যক্তিত্বৰে অন্যৰ মন জয় কৰিব পাৰিব৷

মকৰ ৰাশি

মকৰ ৰাশিতেই গঠিত হৈছে লক্ষ্মী নাৰায়ণ ৰাজযোগ, বুধাদিত্য ৰাজযোগ আৰু ৰুচক ৰাজযোগ৷ এই সময়ত আপোনাৰ জ্ঞান বাঢ়িব আৰু প্ৰচুৰ সম্পদ লাভ কৰিব৷ যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকে সাফল্য পাব পাৰে৷ যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব খোজে তেওঁলোকৰ বাবেও এই সময় লাভজনক৷

মীন ৰাশি

মীন ৰাশিত বৃহস্পতিৰ সৈতে একে ঘৰত থাকি চন্দ্ৰই গঠন কৰিব গজকেশৰী ৰাজযোগ৷ ইয়াৰ ফলত সকলো দিশৰ পৰাই লাভৱান হব মীন ৰাশিৰ জাতক৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সহজেই সম্পূৰ্ণ কৰিব পাৰে৷ সম্পদ, সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷ নিজৰ যোগ্যতাক সঠিকভাৱে কামত লগালে সাফল্য পাবই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?
জীৱনশৈলী

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

April 1, 2026
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?
জীৱনশৈলী

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

April 1, 2026
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?
জীৱনশৈলী

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

April 1, 2026
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক
জীৱনশৈলী

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

April 1, 2026
Next Post
কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.