• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

7 months ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

9 minutes ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

1 hour ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

1 hour ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

3 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

4 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

5 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

5 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

13 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

14 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

14 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

15 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

editor by editor
January 22, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত গ্ৰহৰাজ সূৰ্যদেৱৰ গোচৰক এক অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা হিচাপে ধৰা হয়৷ সূৰ্যই যেতিয়া এটা ৰাশিৰ পৰা অন্য ৰাশিত বা এক নক্ষত্ৰৰ পৰা অন্য নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া তাৰ প্ৰভাৱ পৰে মানৱজীৱন আৰু সমগ্ৰ জগতৰ ওপৰত৷ জ্যোতিষৰ গণনা অনুসৰি ৬ ফেব্ৰুৱাৰীত সূৰ্যদেৱে ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ সূৰ্যৰ এই নক্ষত্ৰ পৰিবৰ্তনে খুলিব ৫ৰাশিৰ ভাগ্য৷ সন্মান লাভৰ ওপৰিও অৰ্থও আহিব হাতলৈ৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ এই নক্ষত্ৰ গোচৰ অত্যন্ত লাভজনক প্ৰমাণিত হব৷ কাৰণ এই নক্ষত্ৰৰ অধিপতি মঙ্গল৷ যি মেষ ৰাশিৰো স্বামী৷ ফলত এই সময়ত আপোনাৰ আত্মবিশ্বাস অভূতপূৰ্ব বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব দিয়াৰ দক্ষতাই প্ৰশংসা পাব৷ যিসকলে চৰকাৰী ক্ষেত্ৰৰ সৈতে যুক্ত তেওঁলোকৰ পদোন্নতি হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰোপৰি দীৰ্ঘদিন ৰৈ থকা অৰ্থ উভতাই পোৱাৰো যোগ তৈয়াৰ হৈছে৷

সিংহ ৰাশি

সূৰ্য সিংহ ৰাশিৰ অধিপতি হোৱাৰ ফলত সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনৰ সকলোতকৈ ইতিবাচক প্ৰভাৱ পৰিব এই ৰাশিৰ জাতকৰ ওপৰত৷ ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ অৱস্থানে আপোনাক শত্ৰুৰ বিৰুদ্ধে বিজয় আনি দিব৷ এই সময়ত ব্যৱসায়ত কোনো ডাঙৰ চুক্তি চূড়ান্ত হ’ব পাৰে৷ যাৰ ফলত বেংক বেলেন্স বৃদ্ধি পাব৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় বিবাদ দূৰ হব পাৰে৷ সমাজত আপোনাৰ প্ৰভাৱ আৰু সন্মান বৃদ্ধি পাব৷

বৃশ্চিক ৰাশি

মঙ্গলৰ দ্বিতীয় ৰাশি বৃশ্চিকৰ জাতকৰ বাবেও এই সময় একেবাৰে স্বৰ্ণযুগৰ দৰে৷ সূৰ্যদেৱৰ কৃপাত দীৰ্ঘদিন ধৰি ৰৈ থকা কামে গতি পাব৷ বিনিয়োগৰ বাবেও এই সময় অত্যন্ত অনুকূল৷ নতুন ঘৰ বা যানবাহন ক্ৰয়ৰ পৰিকল্পনা থাকিলে সফল হব পাৰে৷ চাকৰিয়ালে কাঙ্ক্ষিত সলনি বা পদোন্নতি পাব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ জীৱনত সূৰ্যৰ এই গোচৰে আৰ্থিক স্থিতিশীলতা আনি দিব৷ আপোনাৰ বাকশক্তি আৰু কথাবাৰ্তাৰ প্ৰভাৱ বাঢ়িব৷ যাৰ ফলত জটিল কামো সহজে সম্পন্ন হব৷ বিদেশযাত্ৰাৰ যোগো তৈয়াৰ হৈছে৷ যিসকলে উচ্চশিক্ষাৰ বাবে চেষ্টা কৰিছে তেওঁলোকে সুখবৰ পাব পাৰে৷ ইয়াৰোপৰি হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷

কুম্ভ ৰাশি

ধনিষ্ঠা নক্ষত্ৰৰ বিস্তাৰ মকৰ আৰু কুম্ভ ৰাশিত হব৷ ৬ ফেব্ৰুৱাৰীৰ পাছত কুম্ভ ৰাশিৰ জাতক জীৱনত একাধিক ইতিবাচক পৰিবৰ্তন আহিব৷ দীৰ্ঘদিনীয়া মানসিক উদ্বেগ আৰু দুশ্চিন্তা দূৰ হব৷ আয়ৰ নতুন উৎস মুকলি হব৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নত হব৷ ডাঙৰ কোনো সাফল্য আপুনি অৰ্জন কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

August 6, 2026
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া
ভাৰত

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

August 6, 2026
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক
জীৱনশৈলী

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

August 6, 2026
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?
বিনোদন

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

August 6, 2026
Next Post
নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.