• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

5 months ago
সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

56 minutes ago
হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

1 hour ago
বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

2 hours ago
আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

4 hours ago
ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

4 hours ago
শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

12 hours ago
“তুমি বডিছুট খুলিব লাগিব!” ঋষিৰ সৈতে বাথৰুমট কি ঘটিছিল অভিনেত্ৰীৰ?

“তুমি বডিছুট খুলিব লাগিব!” ঋষিৰ সৈতে বাথৰুমট কি ঘটিছিল অভিনেত্ৰীৰ?

12 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

13 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

বলীউডকো প্ৰত্যাহ্বান জনাইছে অসমীয়া ছবি ‘চুপা চুপি’য়ে! গঢ়িছে নতুন ৰেকৰ্ড

13 hours ago
শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

14 hours ago
আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

14 hours ago
হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

editor by editor
January 22, 2026
in জীৱনশৈলী
0
নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো
0
SHARES
612
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাম খুবেই ভাল৷ ভাল কাম কৰাৰ বাবেই ব্লকৰ ভিতৰত ভাল বিএলঅ’ হিচাপে তেওঁ পুৰস্কাৰো পাইছিল৷ আৰু তেওঁৰ হাতলৈকে আহিল লজিকেল ডিছক্ৰেপন্সিৰ বাবে শুনানিৰ নটিছ৷ কেৱল নিজৰ নামেই নহয় মাতৃৰ নামতো সেই বিএলঅ’ক শুনানিৰ নটিছ পঠিওৱা হৈছে৷ আগন্তুক ২৯ জানুৱাৰীত মাতৃ আৰু বিএলঅ দুয়োৱে কাটোৱাৰ বিডিঅ’ অফিচত হাজিৰা দিব লাগিব৷ সেই নিৰ্দেশো দিয়া হৈছে৷ SIRত নিজৰ পৰিয়ালৰেই দুজনৰ লজিকেল ডিছক্ৰেপেন্সি কেনেকৈ দেখা গৈছে সেয়া এতিয়াও বুজিব পৰা নাই BLO আতিয়াৰ ৰহমানে৷

কাটোৱাৰ হৰিপুৰ গাওঁৰ বাসিন্দা আতিয়াৰ ৰহমান৷ কাটোৱাৰ সুদপুৰ উচ্চ বিদ্যালয়ৰ অংকৰ শিক্ষক তেওঁ৷ পশ্চিমবংগত চলা SIR সংক্ৰান্তিয় কামত BLO হিচাপে দায়িত্ব পাইছিল৷ হৰিপুৰ গাওঁৰ ১০ নম্বৰ বুথৰ BLOৰ দায়িত্বত আছে আতিয়াৰ ৰহমান৷ সেই বুথতেই মুঠ ভোটাৰৰ সংখ্য ১২৭৩ জন৷ হ

এতিয়া হিচাপৰ অন্তত ওলাইছে মুঠ ১১৬০ জন ভোটাৰ৷ জনা গৈছে সেই বুথত ১৯জনৰ নো মেপিং ধৰা পৰিছে৷ ইয়াৰপাছতেই ২৮২ জনক প্ৰথম দফাৰ শুনানিত মতা হয়৷ তেওঁলোকক শুনানিৰ পাছত তথ্য আপলোড কৰাৰ কামত BLO হিচাপে আতিয়াৰ ৰহমানে সহায়ো কৰিছিল৷ তাৰপিছতেই আকৌ ২৫ জনৰ নামত নটিচ আহে৷ আৰু সেই নটিছ হাতত লৈ অবাক হৈ পৰে বি এল অ আতিয়াৰ৷ কাৰণ এই শুনানিলৈ মতা হৈছে আতিয়াৰ ৰহমান আৰু তেওঁৰ ৬৫ বছৰ বয়সীয়া মাতৃ মুছকুৰা বিবি শ্বেখ৷ আগন্তুক ২৯ জানুৱাৰীত দুয়োৱে শুনানিত হাজিৰ হ’ব লাগিব বুলিও নটিছত উল্লেখ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব
জীৱনশৈলী

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

July 4, 2026
হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips
নিয়োগ

হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

July 4, 2026
আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?
জীৱনশৈলী

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

July 4, 2026
ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

July 4, 2026
Next Post
ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.