• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেইটামান দিনৰ পাছতেই বাসন্তী পূজা, এইবাৰ কি বাহনেৰে মৰ্ত্যলৈ আহিছে দেৱী দুৰ্গা? বিৰল যোগত কোন কোন ৰাশিৰ উন্নতি হ’ব?

1 year ago
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

4 minutes ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

1 hour ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

2 hours ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

3 hours ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

4 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

5 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

6 hours ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

21 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেইটামান দিনৰ পাছতেই বাসন্তী পূজা, এইবাৰ কি বাহনেৰে মৰ্ত্যলৈ আহিছে দেৱী দুৰ্গা? বিৰল যোগত কোন কোন ৰাশিৰ উন্নতি হ’ব?

কেইটামান দিনৰ পাছতেই বাসন্তী পূজা, এইবাৰ কি বাহনেৰে মৰ্ত্যলৈ আহিছে দেৱী দুৰ্গা? বিৰল যোগত কোন কোন ৰাশিৰ উন্নতি হ’ব?

editor by editor
March 20, 2025
in জীৱনশৈলী
0
কেইটামান দিনৰ পাছতেই বাসন্তী পূজা, এইবাৰ কি বাহনেৰে মৰ্ত্যলৈ আহিছে দেৱী দুৰ্গা? বিৰল যোগত কোন কোন ৰাশিৰ উন্নতি হ’ব?
0
SHARES
979
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাৰদীয় নৱৰাত্ৰিৰ দৰে চ’ত নৱৰাত্ৰিতো দেৱী দুৰ্গাৰ আৰাধনা কৰা হয়৷ শাৰদীয় নৱৰাত্ৰিত যেনেকৈ সকলোৱে দুৰ্গাপূজা কৰে তেনেকৈয়ে চ’ত নৱৰাত্ৰিত হয় বাসন্তী পূজা৷ বসন্তকালত এই দুৰ্গা পূজা হয় বাবে ইয়াক বাসন্তী পূজা বুলিও কোৱা হয়৷ বাসন্তী পুজাকেই বহুতে প্ৰকৃত দুৰ্গা পূজা বুলিও কয়৷

চ’ত নৱৰাত্ৰি ২০২৫ কেতিয়া?

চ’ত অমাবস্যাৰ পাছৰ দিনা অৰ্থাৎ চৈত্ৰ শুক্লা প্ৰতিপদৰ পৰা আৰম্ভ হয় চ’ত নৱৰাত্ৰি৷ এই বছৰ নৱৰাত্ৰি আৰম্ভ হব আগন্তুক ৩০ মাৰ্চৰ পৰা৷ সেই দিনাই স্থাপন কৰা হব ঘট৷ বাসন্তী পূজাৰ ষষ্ঠী পৰিছে আগন্তুক ৪এপ্ৰিলত৷ সপ্তমীৰ পৰা নৱমী পৰিছে ক্ৰমে ৫,৬ আৰু ৭এপ্ৰিলত৷ চ’ত নৱৰাত্ৰীৰ নৱমীতেই পালিত হয় ৰাম নৱমী৷ ধাৰণা কৰা হয় এই দিনটোত জন্ম হৈছিল ৰামচন্দ্ৰৰ৷

মা দুৰ্গাৰ বাহন

শাস্ত্ৰ অনুসৰি হাতী, ঘোড়া, নৌকা আৰু পাল্কিৰ দৰে পৃথক পৃথক বাহনেৰে প্ৰতিবাৰ মৰ্ত্যলৈ আহে দুৰ্গা৷ এই বছৰ চ’ত নৱৰাত্ৰিত দেৱী অহা যোৱা দুয়োটাই হাতীত৷ দেৱীৰ গজ বাহন শাস্ত্ৰমতে অত্যন্ত শুভ৷ ইয়াৰ ফলত সাধাৰণ মানুহৰ হাতলৈ অৰ্থ আহে, দেশৰ অৰ্থনীতিয়ে ভাল দিশত যাত্ৰা কৰিবলৈ আৰম্ভ কৰে৷

চ’ত নৱৰাত্ৰিত বিৰল যোগ

জ্যোতিষ গণনা অনুসৰি এই বছৰ চ’ত নৱৰাত্ৰিত আছে বিৰল শুভ যোগ৷ সৰ্বাৰ্থ সিদ্ধি যোগ আৰু ৰবি যোগৰ মিলিত প্ৰভাৱ এই সময়ত লক্ষ্য কৰা যাব৷ চ’ত নৱৰাত্ৰিত চাৰি দিন ধৰি থাকিব ৰবি যোগ আৰু তিনি দিন ধৰি থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ৷ এই দুই শুভ যোগৰ প্ৰভাৱত পজিটিভ প্ৰভাৱ পৰিব তিনি ৰাশিৰ জাতকৰ ওপৰত৷ জানি থওক চ’ত নৱৰাত্ৰিত মা দুৰ্গাৰ আশীৰ্বাদ কোনে কোনে পাব?

মিথুন ৰাশি

চ’ত নৱৰাত্ৰিৰ পৰা ভাল দিন আহিছে মিথুন ৰাশিৰ জাতকৰ জীৱনত৷ বহু দিন ধৰি ৰৈ থকা কাম সম্পন্ন হব৷ সকলো কামতে সাফল্য পাব৷ দেৱীৰ আশীৰ্বাদত আৰ্থিকভাৱে উন্নতি কৰিব পাৰিব৷ চাকৰিত পদোন্নতিৰ যোগ আছে৷

তুলা ৰাশি

চ’ত নৱৰাত্ৰিত দুৰ্গাৰ কৃপা লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জীৱনত কিছু শুভ ঘটনা ঘটিব৷ অতিৰিক্ত ধন আহিব৷ স্বাস্থ্যৰ উন্নতি হব৷ বাধা কাটি সকলো কামতে উন্নতি কৰিব পাৰিব৷ বিদেশ যাত্ৰাৰ যোগ আছে৷

মকৰ ৰাশি

চ’ত নৱৰাত্ৰিৰ পৰা মকৰ ৰাশিৰ জাতকৰ জীৱনত সুখৰ দিন আহিব৷ আৰ্থিক সংকট দূৰ হব৷ অৰ্থ সম্পদ লাভ কৰিব পাৰিব৷ প্ৰেম আৰু সাংসৰিক জীৱনত মাধুৰ্যতা বাঢ়িব৷ এই সময়ত আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত
জীৱনশৈলী

April 1, 2026
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?
জীৱনশৈলী

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

April 1, 2026
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?
জীৱনশৈলী

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

April 1, 2026
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?
জীৱনশৈলী

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

April 1, 2026
Next Post
২৪ মাৰ্চৰ পৰা চন্দ্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত ৩ৰাশিৰ খুলিব কঁপাল

মাত্ৰ ১৫ বছৰত ২ কোটি ৰিটাৰ্ণ, ক’ত বিনিয়োগ কৰিলে কোটিপতি হোৱাত সুবিধা হ’ব আপোনাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন