বিবাহৰ সময়ত আছমাৰ বয়স আছিল ২৫ বছৰ৷ তেওঁ জে পি মৰ্গানত কাম কৰিছে৷ বিবাহৰ পাছত দুজনেই ছিৰিয়াত স্থায়ীভাৱে থাকিবলৈ লয়৷ বাছাৰ পিতৃৰ পাছতেই ক্ষমতা লাভ কৰে বাছাৰে৷ তেওঁ সৰ্বেসৰ্বা হৈ উঠে ছিৰিয়াৰ৷ তুৰস্ক আৰু আৰৱৰ একাধিক সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি আছামাই ৰাছিয়াৰ আদালতত বিবাহবিচ্ছেদৰ আবেদন কৰিছে৷
বিবাহবিচ্ছেদৰ আবেদন কৰাই নহয় মস্কো এৰাৰো অনুমতি বিচাৰিছে তেওঁ৷ অৱশ্যে বৰ্তমানলৈকে তেওঁ অনুমোদন লাভ কৰা নাই৷ আবেদন বিবেচনা কৰি চাইহে সিদ্ধান্ত দিব ৰাছিয়াৰ কৰ্তৃপক্ষই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ