• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেম্পিয়নছ ট্ৰফীত ভাৰতীয় খেলুৱৈলৈ সুখবৰ BCCIৰ, চৰ্ত সাপেক্ষে পাব বিশেষ সুবিধা

চেম্পিয়নছ ট্ৰফীত ভাৰতীয় খেলুৱৈলৈ সুখবৰ BCCIৰ, চৰ্ত সাপেক্ষে পাব বিশেষ সুবিধা

1 year ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

9 minutes ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

28 minutes ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

45 minutes ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

1 hour ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

1 hour ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

2 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

3 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

5 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

5 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

6 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

6 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

চেম্পিয়নছ ট্ৰফীত ভাৰতীয় খেলুৱৈলৈ সুখবৰ BCCIৰ, চৰ্ত সাপেক্ষে পাব বিশেষ সুবিধা

editor by editor
February 18, 2025
in Uncategorized
0
চেম্পিয়নছ ট্ৰফীত ভাৰতীয় খেলুৱৈলৈ সুখবৰ BCCIৰ, চৰ্ত সাপেক্ষে পাব বিশেষ সুবিধা
0
SHARES
545
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চেম্পিয়নছ ট্ৰফীত ভাৰতীয় খেলুৱৈলৈ সুখবৰ BCCIৰ, চৰ্ত সাপেক্ষে পাব বিশেষ সুবিধা

চেম্পিয়নছ ট্ৰফীৰ সময়ত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক বৃহৎ পৰিৱৰ্তন সাধন কৰিছে। যোৱা মাহত জাৰি কৰা কঠোৰ নিয়ম শিথিল কৰি বিচিচিআইয়ে খেলুৱৈসকলক পৰিয়ালৰ সৈতে ডুবাইত থাকিবলৈ অনুমতি দিছে।

কিন্তু এই অনুমতি কিছুমান চৰ্ত সাপেক্ষেহে দিয়া হৈছে, যাতে খেলুৱৈসকলে পৰিয়ালৰ সৈতে সময় কটোৱাৰ কিছু নিৰ্দিষ্ট সুযোগ পায়, লগতে যাতে খেলুৱৈৰ পেছাদাৰী কামত কোনো ধৰণৰ ব্যাঘাত নজন্মে।

বিচিচিআইয়ে পূৰ্বে ঘোষণা কৰিছিল যে গোটেই ভ্ৰমণৰ সময়ছোৱাত পৰিয়ালৰ সদস্যসকল খেলুৱৈসকলৰ সৈতে থাকিব নোৱাৰিব। ৪৫ দিনতকৈ অধিক সময়ৰ ছিৰিজৰ সময়ত পৰিয়ালৰ এজন সদস্যকহে দুসপ্তাহৰ বাবে খেলুৱৈৰ সৈতে থাকিবলৈ দিয়া হ’ব।

কিন্তু এতিয়া বিচিচিআইয়ে সিদ্ধান্ত লৈছে যে চেম্পিয়নছ ট্ৰফীৰ সময়ত খেলুৱৈসকলে নিজৰ পৰিয়ালৰ কোনো সদস্যক এখন মেচৰ বাবে ডুবাইলৈ মাতিব পাৰিব।

দল পৰিচালনাৰ এজন জ্যেষ্ঠ সদস্যৰ মতে, এতিয়া খেলুৱৈসকলে নিজেই সিদ্ধান্ত লোৱাৰ অধিকাৰ লাভ কৰিব যে কোনখন মেচৰ সময়ত তেওঁলোকে নিজৰ পৰিয়ালৰ সদস্যক লগত মাতিব বিচাৰে।

ইয়াৰ বাবে খেলুৱৈসকলে দল পৰিচালনাৰ ওচৰত এখন তালিকা দাখিল কৰিব লাগিব, য’ত কোনজন খেলুৱৈয়ে নিজৰ পৰিয়ালৰ সদস্যক কোনখন মেচৰ বাবে লগত নিব বিচাৰে সেই বিষয়ে উল্লেখ কৰা হ’ব।

এই নিয়মত সকাহ দিয়াৰ সময়তে বিচিচিআইয়ে স্পষ্ট কৰি দিছে যে এই সুবিধা কেৱল এখন মেচৰ বাবেহে উপলব্ধ হ’ব। এই সিদ্ধান্তৰ আঁৰৰ কাৰণ হ’ল ব্যস্ততাৰ মাজতো খেলুৱৈসকলে পৰিয়ালৰ সৈতে কিছু সময় কটোৱাৰ সুযোগ পাব লাগে যাতে মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব পাৰে।

এই সিদ্ধান্তই নিশ্চিতভাৱে খেলুৱৈসকলক কিছু সকাহ দিব যদিও প্ৰতিযোগিতাৰ সময়ত তেওঁলোকৰ মনোযোগ সম্পূৰ্ণৰূপে খেলৰ ওপৰত থকাটোও নিশ্চিত কৰিছে বিচিচিআইয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
Next Post
বুধ বৃহস্পতিৰ শুভ যোগত ৩ ৰাশিৰ খোল খাব ভাগ্যৰ দ্বাৰ, লাভ কৰিব মনে বিচৰা ফল

বুধ বৃহস্পতিৰ শুভ যোগত ৩ ৰাশিৰ খোল খাব ভাগ্যৰ দ্বাৰ, লাভ কৰিব মনে বিচৰা ফল

ধন লাভৰ লগতে আঁতৰ হব সকলো সমস্যা, শনিয়ে কৰিব কৃপা

ধন লাভৰ লগতে আঁতৰ হব সকলো সমস্যা, শনিয়ে কৰিব কৃপা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.