• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

2 months ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

7 minutes ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

37 minutes ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

2 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

2 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

3 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

4 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

5 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

6 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

6 hours ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

7 hours ago
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

আয়াৰলেণ্ড-ইংলেণ্ডত শোচনীয় প্ৰদৰ্শন! 

editor by editor
July 28, 2026
in ক্ৰীড়া, বিনোদন, ভাৰত
0
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টীম ইণ্ডিয়াৰ সহকাৰী প্ৰশিক্ষকৰ পদ এৰিলে ৰায়ন টেন ড’শ্বেটে। ৰায়ন টীম ইণ্ডিয়াৰ সহকাৰী প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ইংলেণ্ড ভ্ৰমণৰ সময়ত ড’শ্বেটে BCCIক জনাইছিল যে তেওঁ নিজৰ কাৰ্যকাল বৃদ্ধি নকৰে। ইতিমধ্যে ৰায়নৰ চুক্তিৰ ম্যাদ শেষ হৈছিল।

টীম ইণ্ডিয়াৰ শিবিৰ এৰাৰ পিছতে ৰায়নে পৰৱৰ্তী ছিজনৰ পৰা IPLৰ দল কলকাতা নাইট ৰাইডাৰ্ছত সহকাৰী প্ৰশিক্ষকৰ দায়িত্বত থাকিব বুলি সদৰী কৰিছে। ইয়াৰ পূৰ্বেও তেওঁ KKRৰ সহকাৰী প্ৰশিক্ষক হিচাপে কাম কৰিছিল। KKRৰ মুখ্য প্ৰশিক্ষক অভিষেক নায়াৰৰ সৈতে পুনৰ একত্ৰিত হ’ব টেন ড’শ্বেটে। ইয়াৰ পূৰ্বেও দুয়োজনে একেলগে কিছুদিন ভাৰতীয় দলৰ সহকাৰী প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

টেন ড’শ্বেটৰ KKRৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। খেলুৱৈ হিচাপেও KKRৰ সৈতে দুটা IPL খিতাপ জয় কৰিছিল ৰায়নে। ইয়াৰ উপৰিও ২০২২ চনত ফিল্ডিং প্ৰশিক্ষক হিচাপে KKRত জড়িত আছিল ৰায়ন। ২০২৪ চনলৈকে ৰায়ন KKRৰ প্ৰশিক্ষক দলৰ অংশ হৈ আছিল। ইয়াৰ পিছতে ৰায়নে গম্ভীৰৰ নিৰ্দেশতে টীম ইণ্ডিয়াত সহকাৰী প্ৰশিক্ষক হিচাপে যোগদান কৰিছিল।

অৱশ্যে টীম ইণ্ডিয়াৰ সহকাৰী প্ৰশিক্ষক হিচাপে টেন ড’শ্বেটৰ প্ৰদৰ্শন মিশ্ৰিত আছিল। ৰায়নৰ সহকাৰী প্ৰশিক্ষণৰ কাৰ্যকালত ভাৰতে ২০২৫ চনৰ এছিয়া কাপ আৰু ২০২৬ চনৰ T20 বিশ্বকাপত জয়লাভ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে টেষ্ট ক্ৰিকেটত খুবেই হতাশাজনক প্ৰদৰ্শনৰ সন্মুখীন হৈছিল টিম ইণ্ডিয়া। অষ্ট্ৰেলিয়াত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পৰাস্ত হোৱা দলটোৱে ঘৰৰ মাটিতে নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ হাতত শৃংখলা হেৰুৱাইছিল। সম্প্ৰতি ৰায়নৰ গমনৰ পিছত টীম ইণ্ডিয়াত খালী হোৱা সহকাৰী প্ৰশিক্ষকৰ পদটোত কোনে স্থান লাভ কৰিব তাকে লৈ চৰ্চা আৰম্ভ হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24bcciteam india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?
ভাৰত

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

October 9, 2026
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…
বিনোদন

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

October 9, 2026
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী
বিনোদন

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

October 9, 2026
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ
অপৰাধ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

October 9, 2026
Next Post
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.