• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানৰ দৰে ভাৰত কেতিয়াও দায়িত্বজ্ঞানহীন নহয়! IPL এসপ্তাহৰ বাবে বাতিলৰ লগে লগেই বিদেশী প্লেয়াৰক ঘৰলৈ পঠিওৱাৰ কাম আৰম্ভ কৰিছে BCCIয়ে

পাকিস্তানৰ দৰে ভাৰত কেতিয়াও দায়িত্বজ্ঞানহীন নহয়! IPL এসপ্তাহৰ বাবে বাতিলৰ লগে লগেই বিদেশী প্লেয়াৰক ঘৰলৈ পঠিওৱাৰ কাম আৰম্ভ কৰিছে BCCIয়ে

1 year ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

28 minutes ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

1 hour ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

2 hours ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

16 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

16 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

17 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

18 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

18 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

18 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

19 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পাকিস্তানৰ দৰে ভাৰত কেতিয়াও দায়িত্বজ্ঞানহীন নহয়! IPL এসপ্তাহৰ বাবে বাতিলৰ লগে লগেই বিদেশী প্লেয়াৰক ঘৰলৈ পঠিওৱাৰ কাম আৰম্ভ কৰিছে BCCIয়ে

পাকিস্তানৰ দৰে ভাৰত কেতিয়াও দায়িত্বজ্ঞানহীন নহয়! IPL এসপ্তাহৰ বাবে বাতিলৰ লগে লগেই বিদেশী প্লেয়াৰক ঘৰলৈ পঠিওৱাৰ কাম আৰম্ভ কৰিছে BCCIয়ে

editor by editor
May 9, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
পাকিস্তানৰ দৰে ভাৰত কেতিয়াও দায়িত্বজ্ঞানহীন নহয়! IPL এসপ্তাহৰ বাবে বাতিলৰ লগে লগেই বিদেশী প্লেয়াৰক ঘৰলৈ পঠিওৱাৰ কাম আৰম্ভ কৰিছে BCCIয়ে
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্লেয়াৰ আৰু IPLৰ সৈতে যুক্তসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ এসপ্তাহৰ বাবে IPL স্থগিতৰ সিদ্ধান্ত লৈছে BCCIয়ে৷ এক সপ্তাহৰ পাছত IPL আকৌ আৰম্ভ হ’বনে সেয়া নিশ্চয়তা দিয়া হোৱা নাই৷ এয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিছে ভাৰত আৰু পাকিস্তান দুই দেশৰ মাজৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত৷ চৰকাৰ পক্ষৰ পৰা অনুমতি নাহিলে IPL আৰম্ভ কৰিব নোৱাৰিব BCCIয়ে৷ এই অনিশ্চয়তাৰ মাজতে প্লেয়াৰসকলক ঘৰলৈ পঠিওৱাৰ সিদ্ধান্ত লৈছে বৰ্ডে৷

এই অশান্ত পৰিস্থিতিত আই পিএল খেলিবলৈ অহা অষ্ট্ৰেলিয়াৰ প্লেয়াৰসকলে ভাৰত এৰাৰ ইচ্ছাপ্ৰকাশ কৰিছিল৷ অষ্ট্ৰেলিয়াক বাদ দি একাধিক দেশৰ প্লেয়াৰে IPL খেলিবলৈ ভাৰতলৈ আহিছিল৷ অন্যহাতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্লেয়াৰে খেলিছে IPLত৷ সকলোকে ভাৰতত ৰখা মানে তেওঁলোকক বিশেষ নিৰাপত্তা দিয়া৷ এই পৰিস্থিতিত প্লেয়াৰসকলক পঠিয়াই দিয়াই শ্ৰেয় ভাৱিছে বৰ্ডে৷

বিদেশী প্লেয়াৰক পূৰ্বে পঠিওৱা হৈছে

একাধিক ৰিপৰ্টত প্ৰকাশ পাইছে যে অষ্ট্ৰেলিয়া, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকা ক্ৰিকেট বৰ্ডে তেওঁলোকৰ প্লেয়াৰৰ নিৰাপত্তা আৰু এই পৰিস্থিতিত ভাৰতত থকাক লৈ আশংকা প্ৰকাশ কৰিছিল৷ BCCIৰ ওচৰতো বিশেষ আৰ্জি জনাইছিল৷ এই সন্দৰ্ভত টাইমছ অফ ইণ্ডিয়াক এগৰাকী IPL কৰ্মকৰ্তাই কয়, ‘প্লেয়াৰসকলক তেওঁলোকৰ ঘৰলৈ পঠিয়াই দিয়া হব৷ আমি প্ৰত্যেক প্লেয়াৰ, ছাপৰ্ট ষ্টাফসকলক সহায় কৰিম৷ তেওঁলোকক দেশলৈ পঠিয়াই দিয়াত সহায় কৰিম৷ ভৱিষ্যতে যি সিদ্ধান্ত লোৱা হ’ব সেয়া প্লেয়াৰসকলক জনাই দিয়া হব৷ এতিয়া তেওঁলোক দেশলৈ পঠিয়াই দিয়াটোৱেই সঠিক হব৷’

বৰ্তমান ৭১জন বিদেশী ক্ৰিকেটাৰে আইপিএল খেলিছে৷ নান্দ্ৰে বাৰ্গাৰ, লুহাম ড্ৰে প্ৰিটোৰিয়াছৰ কথাও কোৱা হৈছে৷ নিয়ম অনুসৰি প্ৰতিটো দলৰ সৈতে ৬জনকৈ বিদেশি প্লেয়াৰ, ছাপৰ্ট ষ্টাফ, কোচ, ফিজিঅ’, এনালাইচিষ্ট, ট্ৰেনাৰো আছে৷ কেৱল প্লেয়াৰ নহয়, ধাৰাভাষ্যকাৰ, ব্ৰডকাষ্টাৰ আৰু বাকীসকলকো উভতাই পঠিওৱা হব৷ এই বিষয়ত অফিচিয়েল ব্ৰডকাষ্টাৰ জিঅ’ হটষ্টাৰৰ পক্ষৰ পৰা কোৱা হৈছে, ‘আমি BCCIৰ সৈতে যোগাযোগ ৰাখিছো৷ সঠিক সময়ত টুৰ্নামেণ্টৰ আয়োজন হব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

social media
জীৱনশৈলী

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

September 13, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

September 13, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

September 13, 2026
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
Next Post
HAROP ৰেই পাকিস্তানক শিক্ষা দিছে ভাৰতে! কিয় পাকিস্তানে ভয় কৰিছে এই ইজৰাইলী ড্ৰোণক?

HAROP ৰেই পাকিস্তানক শিক্ষা দিছে ভাৰতে! কিয় পাকিস্তানে ভয় কৰিছে এই ইজৰাইলী ড্ৰোণক?

আকৌ আক্ৰমণ পাকিস্তানৰ! জম্মু, ছাম্বা আৰু পাঠানকোটত পুনৰ আক্ৰমণ

আকৌ আক্ৰমণ পাকিস্তানৰ! জম্মু, ছাম্বা আৰু পাঠানকোটত পুনৰ আক্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.