• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
HAROP ৰেই পাকিস্তানক শিক্ষা দিছে ভাৰতে! কিয় পাকিস্তানে ভয় কৰিছে এই ইজৰাইলী ড্ৰোণক?

12 months ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

1 minute ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

36 minutes ago
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

58 minutes ago
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

2 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

3 hours ago
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

4 hours ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

5 hours ago
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

HAROP ৰেই পাকিস্তানক শিক্ষা দিছে ভাৰতে! কিয় পাকিস্তানে ভয় কৰিছে এই ইজৰাইলী ড্ৰোণক?

HAROP ৰেই পাকিস্তানক শিক্ষা দিছে ভাৰতে! কিয় পাকিস্তানে ভয় কৰিছে এই ইজৰাইলী ড্ৰোণক?

editor by editor
May 9, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
HAROP ৰেই পাকিস্তানক শিক্ষা দিছে ভাৰতে! কিয় পাকিস্তানে ভয় কৰিছে এই ইজৰাইলী ড্ৰোণক?
0
SHARES
335
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইজৰাইল ভাৰতৰ সকলো সময়ৰ বন্ধু৷ অপাৰেছন সিন্দূৰে ইজৰাইলী ড্ৰোণ Harop ব্যৱহাৰ কৰিছে ভাৰতে, এনে দাবী কৰিছে শ্বেহবাজ ছৰিফ চৰকাৰে৷ ভাৰতে অৱশ্যে এই বিষয়ক লৈ মুখ খোলা নাই৷ সামৰিক বিশেষজ্ঞসকলৰ একাংশই পাকিস্তানৰ দাবীতেই চিলমোহৰো দিছে৷ তেওঁলোকৰ দাবী ধ্বংসলীলা দেখি ধাৰণা কৰা হৈছে যে এই কাম Haropৰেই৷ ইয়াৰ পাছতেই আৰম্ভ হৈছে চৰ্চা৷ কি এই Harop ড্ৰোণ?

Haropক ইজৰাইলীসকলে কয় ছুইচাইড ড্ৰোণ৷ দুইধৰণে কাম কৰিব পাৰে Haropয়ে৷ একেলগে দুটা কামো কৰিব পাৰে৷ প্ৰথমে নজৰদাৰী কৰা আৰু দ্বিতীয়তে লক্ষ্য বিচাৰি ওলিয়াই আক্ৰমণ কৰা৷ Harop সেয়ে বহু যুদ্ধৰ নায়ক৷ বিশেষকৈ শত্ৰুপক্ষৰ এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰাত সৰ্বশ্ৰেষ্ট এই ইজৰাইলী ড্ৰোণ৷

দীৰ্ঘ সময় আৰু দূৰত্ব চাই অপাৰেছন চলোৱাত দক্ষ

একেবাৰতেই ৯ঘণ্টা উৰিব পাৰে৷ যাব পাৰে প্ৰায় ১০০০ কিঃমিঃ পৰ্যন্ত৷ ফলত ষ্টেণ্ড অফ অপাৰেছনৰ সুযোগ পায় বাহিনীয়ে৷

স্বয়ংক্ৰিয় আৰু মেনুৱেলিও কাম কৰে

সম্পূৰ্ণ স্বয়ংক্ৰিয় এই ড্ৰোণ৷ নিজেই টাৰ্গেট চিহ্নিত কৰিব পাৰে৷ আকৌ মেনুৱেলিও অৰ্থাৎ অপাৰেটো কৰিব পাৰি৷

উন্নত টাৰ্গেটিং চিষ্টেম

ইয়াত EO, IR, FLIR চেঞ্চৰ, ৰঙীন CCD  কেমেৰা আৰু এণ্টি ৰেডাৰ হোমিং প্ৰযুক্তি আছে৷ দ্ৰুত টাৰ্গেট চিহ্নিত কৰিব পাৰে৷

বহুমূখী ব্যৱহাৰ

চহৰৰ পৰা গাওঁ, সৰ্বত্ৰ ব্যৱহাৰ কৰিব পাৰি৷ যুদ্ধ ক্ষেত্ৰৰ ওপৰিও ইয়াক সন্ত্ৰাস দমনতো কামত লগাব পাৰি৷

প্ৰচুৰ পৰিমাণে বিস্ফোৰক কঢ়িয়াব পাৰে

একেলগে ২৩ কিঃগ্ৰাঃ পৰ্যন্ত বিস্ফোৰক বহন কৰিব পাৰে Haropয়ে৷ চকুৰ সন্মুখতে ধ্বংস কৰি দিব পাৰে শত্ৰুৰ থকা ঠাই৷

কেনিষ্টাৰ পৰা উৎক্ষেপণ

চিল কেনিষ্টাৰৰ পৰা উৎক্ষেপণ কৰা হয় Harop। ফলত যিকোনো স্থানত খুব সহজেই মোতায়েন কৰিব পাৰি৷ নজৰদাৰী চলাব পাৰে আৰু একেসময়তে আক্ৰমণো কৰিব পাৰে৷

উন্নত টাৰ্গেটিং চিষ্টেম

EO, IR, FLIR চেঞ্চৰ, ৰঙীন CCD  কেমেৰা আৰু এণ্টি ৰেডাৰ হোমিং প্ৰযুক্তি আছে৷ দ্ৰুত টাৰ্গেট চিহ্নিত কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

May 6, 2026
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?
জীৱনশৈলী

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

May 6, 2026
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?
জীৱনশৈলী

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

May 6, 2026
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি
জীৱনশৈলী

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

May 6, 2026
Next Post
আকৌ আক্ৰমণ পাকিস্তানৰ! জম্মু, ছাম্বা আৰু পাঠানকোটত পুনৰ আক্ৰমণ

২৪ বিমানবন্দৰ বন্ধৰ সময়সীমা আকৌ বঢ়ালে কেন্দ্ৰই, খুলি খোৱা বিমান বন্দৰত যাত্ৰা কৰিব লগা যাত্ৰীসকললৈ আছে কেইবাটাও নিৰ্দেশনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন