• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ বিমানবন্দৰ বন্ধৰ সময়সীমা আকৌ বঢ়ালে কেন্দ্ৰই, খুলি খোৱা বিমান বন্দৰত যাত্ৰা কৰিব লগা যাত্ৰীসকললৈ আছে কেইবাটাও নিৰ্দেশনা

1 week ago
অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

14 hours ago
পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

15 hours ago
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন

18 hours ago
নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

১৮ বছৰীয়া যুৱকেই টাৰ্গেট! সংগমৰ মাজেৰে সমাজসেৱা কৰিবলৈ আগবাঢ়িছে এইগৰাকী মডেল

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

20 hours ago
ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?

দেশজুৰি চাঞ্চল্য, দাঁতৰ ডাক্তৰে কৰিলে ৫০ শতাংশ ৰেহাইত ‘হেয়াৰ ট্ৰান্সপ্লাণ্ট’, দুগৰাকী নিহত

21 hours ago
জুনত ৩ ৰাশিৰ লোকৰ ভাগ্যোদয়, জীৱনলৈ আহিব অপাৰ ধন

22 hours ago
পুনৰ কোভিড-১৯, এছিয়াৰ বহু দেশত বিয়পিল, কেৱল হংকঙতেই ৩১ নিহত

বৰষুণে বিধি পথালি দিলে কি হ’ব ফাইনেল খেল, কোনে নিব পদক

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৪ বিমানবন্দৰ বন্ধৰ সময়সীমা আকৌ বঢ়ালে কেন্দ্ৰই, খুলি খোৱা বিমান বন্দৰত যাত্ৰা কৰিব লগা যাত্ৰীসকললৈ আছে কেইবাটাও নিৰ্দেশনা

২৪ বিমানবন্দৰ বন্ধৰ সময়সীমা আকৌ বঢ়ালে কেন্দ্ৰই, খুলি খোৱা বিমান বন্দৰত যাত্ৰা কৰিব লগা যাত্ৰীসকললৈ আছে কেইবাটাও নিৰ্দেশনা

editor by editor
May 9, 2025
in জীৱনশৈলী, বিবিধ
0
২৪ বিমানবন্দৰ বন্ধৰ সময়সীমা আকৌ বঢ়ালে কেন্দ্ৰই, খুলি খোৱা বিমান বন্দৰত যাত্ৰা কৰিব লগা যাত্ৰীসকললৈ আছে কেইবাটাও নিৰ্দেশনা
0
SHARES
675
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ ২৪ টা বিমানবন্দৰ বন্ধ ৰখাৰ সময়সীমা বৃদ্ধি কৰিলে কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰণালয়ে৷ আগন্তুক ১৫ মে’ৰ বিয়লি ৫ বাজি ২৯ মিনিট পৰ্যন্ত বন্ধ থাকিব বিমান বন্দৰসমূহৰ পৰিসেৱা৷ বৃহস্পতিবাৰে ভাৰতৰ সীমান্ত সংলগ্ন এলেকাক লক্ষ্য কৰি ড্ৰোণ আক্ৰমণৰ চেষ্টা কৰিছে পাকিস্তানে৷ সেই আক্ৰমণ ব্যৰ্থ কৰিছে ভাৰতে৷ ইয়াৰ মাজতেই ভাৰতৰ ২৪ টা বিমানবন্দৰ ১০ মে পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰে৷ কিন্তু আজি পুনৰ আক্ৰমণ কৰিছে পাকিস্তানে যাৰ বাবে এই সময়সীমা বৃদ্ধি কৰিলে ভাৰতৰ কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্রণালয়ে৷

ভাৰত-পাকিস্তান সংঘাতৰ বাবে বন্ধ ৰখা ২৪ টা বিমান বন্দৰৰ মাজত আছে অমৃতসৰ, চণ্ডীগড়, শ্ৰীনগৰ, লুধিয়ানা, ভুণ্টাৰ, কিষেণগড়, পটিয়ালা, ছিমলা, কাংড়া-গগ্গল, ভাটিণ্ডা, জয়ছলমেৰ, জোধপুৰ, বিকানেৰ, হলোৱাৰা, পাঠানকোট, জম্মু, লেহ, মুন্দ্ৰা, জামেনগৰ, হিৰাচৰ, পোৰবন্দৰ, কেশোৰ, কান্দলা, ভূজ৷

এয়াৰ ইণ্ডিয়া জম্মু, শ্ৰীনগৰ, লেহ, জোধপুৰ, অমৃতসৰ, চণ্ডীগড়, ভূজ, ৰামনগৰ, ৰাজকোট যাতায়াতকাৰী সমস্ত বিমান বাতিল কৰিছে৷ যাত্ৰীসকলক ভাড়া ঘূৰাই দিয়াৰ কথাও ঘোষণা কৰিছে সংস্থাই৷ বিমান সংস্থা ইণ্ডিগোৱেও বেছ কিছু বিমান বাতিল কৰিছে৷
যিসমূহ বিমানবন্দৰ বন্ধ কৰা হোৱা নাই সেইসমূহ নিৰ্দেশিকা জাৰি কৰিছে এয়াৰ ইণ্ডিয়াই৷ বিমান এৰাৰ অন্তত তিনি ঘণ্টা পূৰ্বে সেই বিমানৰ যাত্ৰীসকল বিমানবন্দৰত উপস্থিত হব লাগিব৷ বিমান এৰাৰ এক ঘণ্টা ১৫ মিনিটৰ পূৰ্বে সংশ্লিষ্ট যাত্ৰীসকলৰ বাবে বন্ধ কৰি দিয়া হব বিমানবন্দৰৰ দুৱাৰ৷ দেশৰ অসামৰিক পৰিবহণ মন্ত্ৰণালয়ৰ নিৰ্দেশৰ ভিত্তিতেই এই সিদ্ধান্ত গৃহীত হৈছে বুলি জনাইছে সংস্থাই৷ বিমানত উঠাৰ পূৰ্বে যাত্ৰীসকলক আৰু এক দফা চেকিং কৰাৰো নিৰ্দেশ দিছে মন্ত্ৰণালয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই
স্বাস্থ্য

অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

May 16, 2025
পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?
জীৱনশৈলী

পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

May 16, 2025
যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?
জীৱনশৈলী

যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

May 16, 2025
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন
বিবিধ

Next Post
J-10C যুদ্ধবিমান, PL-9 ক্ষেপণাস্ত্ৰ, SQ-16 আকাশ প্ৰতিৰক্ষা ব্যৱস্থা, কি কি চীনা অস্ত্ৰ ব্যৱহাৰ কৰিছে পাক সেনাই?

নতুন সপ্তাহত ৰাজযোগৰ কামাল, ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন