• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
J-10C যুদ্ধবিমান, PL-9 ক্ষেপণাস্ত্ৰ, SQ-16 আকাশ প্ৰতিৰক্ষা ব্যৱস্থা, কি কি চীনা অস্ত্ৰ ব্যৱহাৰ কৰিছে পাক সেনাই?

J-10C যুদ্ধবিমান, PL-9 ক্ষেপণাস্ত্ৰ, SQ-16 আকাশ প্ৰতিৰক্ষা ব্যৱস্থা, কি কি চীনা অস্ত্ৰ ব্যৱহাৰ কৰিছে পাক সেনাই?

1 year ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

29 minutes ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

1 hour ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

3 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

3 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

4 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

4 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

4 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

5 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

6 hours ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

6 hours ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

J-10C যুদ্ধবিমান, PL-9 ক্ষেপণাস্ত্ৰ, SQ-16 আকাশ প্ৰতিৰক্ষা ব্যৱস্থা, কি কি চীনা অস্ত্ৰ ব্যৱহাৰ কৰিছে পাক সেনাই?

J-10C যুদ্ধবিমান, PL-9 ক্ষেপণাস্ত্ৰ, SQ-16 আকাশ প্ৰতিৰক্ষা ব্যৱস্থা, কি কি চীনা অস্ত্ৰ ব্যৱহাৰ কৰিছে পাক সেনাই?

editor by editor
May 9, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
J-10C যুদ্ধবিমান, PL-9 ক্ষেপণাস্ত্ৰ, SQ-16 আকাশ প্ৰতিৰক্ষা ব্যৱস্থা, কি কি চীনা অস্ত্ৰ ব্যৱহাৰ কৰিছে পাক সেনাই?
0
SHARES
297
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ সৈতে সংঘাতৰ সময়তেই আকৌ এবাৰ পোহৰলৈ আহিছে পাক সেনাৰ চীন নিৰ্ভৰতাৰ কথা৷ অপাৰেছন সিন্দূৰৰ প্ৰতিশোধ ল’বলৈ ভাৰতীয় ভূখণ্ড আক্ৰমণৰ ওপৰিও প্ৰতি আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ চীনৰ যুদ্ধবিমান, ড্ৰোণ, ক্ষেপণাস্ত্ৰ আৰু আকাশ প্ৰতিৰক্ষা ব্যৱস্থাৰ ওপৰতেই নিৰ্ভৰ কৰিছে জেনেৰেল আছিম মুনিৰৰ বাহিনীয়ে৷

পহেলগাম হত্যাকাণ্ডৰ ১৫ দিনৰ অন্তত বিগত ৬ মে’ৰ নিশা পাক অধিকৃত কাশ্মীৰ আৰু পাক পঞ্জাৱ প্ৰদেশৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ভাৰতীয় সেনাই ধ্বংস কৰিছে৷ মাৰ্কিন এফ-১৬, চীনা যুদ্ধবিমান জে এফ-১৭ থাণ্ডাৰ আৰু জে-১০ ছি ভিগোৰাছ ড্ৰেগন ব্যৱহাৰ কৰিছে পাকিস্তানে৷ চীনৰ চেংদু এয়াৰক্ৰাফ্টছ ইণ্ডাষ্ট্ৰিজ গ্ৰুপৰ সৈতে যৌথ উদ্যোগত নিৰ্মিত চতুৰ্থ প্ৰজন্মৰ মাল্টিৰোল কমবেট এয়াৰক্ৰাফ্ট জে এফ-১৭ৰ আধুনিকতম সংস্কৰণ ব্লক-৩ ভাৰতত আক্ৰমণ  চলাওতে পাক বায়ুসেনাই ব্যৱহাৰ কৰিছে বুলি বিভিন্ন আন্তৰ্জাতিক সংবাদমাধ্যমৰ ৰিপৰ্টে প্ৰকাশ কৰিছে৷

ইয়াৰোপৰি আকাশৰ যুদ্ধত ভাৰতৰ ৰাফেলৰ মোকাবিলাৰ বাবে পাক বাহিনীৰ আধুনিকতম যুদ্ধবিমান জে-১০ চি আৰু চামিল হৈছিল বুলি কেইবাটাও ৰিপৰ্টে দাবী কৰিছে৷ একদলীয় চীনৰ চৰকাৰী সংবাদমাধ্যমেও এই দাবী কৰিছে৷ ভাৰতীয় বায়ুসেনাৰ ৰাফেলৰ মোকাবিলাৰ উদ্দেশ্যে ২০২২ চনত চীনৰ পৰা সেই যুদ্ধবিমান কিনিছিল পাক বায়ুসেনাই৷ অস্ত্ৰ বহন আৰু দূৰৈৰ পৰা উৰি অহা ৰাফেলৰ তুলনাত পিছুৱাই থাকিলেও গতিবেগত আগুৱাই আছে জে-১০ চি৷ ৰাফেলে প্ৰতি ঘণ্টাত সৰ্বোচ্চ ১৯১২ কিঃমিঃ বেগত উৰিব পাৰে৷ জে-১০য়ে ঘণ্টাত সৰ্বোচ্চ ২৪৯৫ কিঃমিঃ গতিত উৰিব পাৰে৷

পাক জে-১০ চি যুদ্ধবিমানসমূহ মঙলবাৰে নিশা আৰু বুধবাৰে পুৱা আক্ৰমণ চলাওতে চীনত তৈয়াৰ কৰা পি এল-১৫ আকাশ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছিল বুলি জনাইছে ভাৰতীয় সেনাই৷ ভাৰতৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থাই সেইসমূহ ধ্বংস কৰিছে৷ বৃহস্পতিবাৰে ভাৰতৰ ১৫ টা সেনাশিৱিৰত ড্ৰোণ আক্ৰমণ চলাবলৈ চেষ্টা কৰিছিল পাক সেনাই৷ সেই আক্ৰমণ তুৰস্কত তৈয়াৰ কৰা বখতিয়াৰ টিবি-২ , টি এ আই অনকাৰ ওপৰিও চীনত তৈয়াৰ কৰা চি এ এছ চি চিএইছ-৪ ৰেনবো, চি এ আই জি উইং লুং-২ৰ দৰে ড্ৰোণ ব্যৱহাৰ কৰা বুলি সেনা সূত্ৰই প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!
বিনোদন

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

July 6, 2026
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

July 6, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

July 6, 2026
Next Post
নতুন সপ্তাহত ৰাজযোগৰ কামাল, ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত ৰাজযোগৰ কামাল, ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

ডাল লেকত উৰি আহিছে ক্ষেপণাস্ত্ৰৰ দৰে সামগ্ৰী! বিস্ফোৰণৰ শব্দত কঁপি উঠিছে শ্ৰীনগৰ

ডাল লেকত উৰি আহিছে ক্ষেপণাস্ত্ৰৰ দৰে সামগ্ৰী! বিস্ফোৰণৰ শব্দত কঁপি উঠিছে শ্ৰীনগৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.