• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতি সহজতে পোৱা মাত্ৰ তিনিবিধ সামগ্ৰীৰে ঘৰতে লাভ কৰক জাপানীসকলৰ দৰে সৌন্দৰ্য

অতি সহজতে পোৱা মাত্ৰ তিনিবিধ সামগ্ৰীৰে ঘৰতে লাভ কৰক জাপানীসকলৰ দৰে সৌন্দৰ্য

2 years ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

36 minutes ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

58 minutes ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

1 hour ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

2 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

3 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

3 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

4 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

5 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

5 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

7 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

23 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অতি সহজতে পোৱা মাত্ৰ তিনিবিধ সামগ্ৰীৰে ঘৰতে লাভ কৰক জাপানীসকলৰ দৰে সৌন্দৰ্য

editor by editor
August 12, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
অতি সহজতে পোৱা মাত্ৰ তিনিবিধ সামগ্ৰীৰে ঘৰতে লাভ কৰক জাপানীসকলৰ দৰে সৌন্দৰ্য
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতি সহজতে পোৱা মাত্ৰ তিনিবিধ সামগ্ৰীৰে ঘৰতে লাভ কৰক জাপানীসকলৰ দৰে সৌন্দৰ্য

পৰিষ্কাৰ, সুন্দৰ আৰু গ্ল’য়িং ছাল কোনে নিবিচাৰে? সকলোৱে সদায় হাঁহিমুখীয়া আৰু ডেকা দেখাব বিচাৰে আৰু ইয়াৰ বাবে তেওঁলোকে বিভিন্ন পদ্ধতি গ্ৰহণ কৰে। কোনোৱে ফেচিয়েল কৰিবলৈ পাৰ্লাৰলৈ যায় আনহাতে কোনোৱে ঘৰুৱা উপায় গ্ৰহণ কৰে।

এই সকলোবোৰ পদ্ধতি গ্ৰহণ কৰাৰ পিছতো বহু সময়ত হতাশ হয়। এনে পৰিস্থিতিত আজি আমি আপোনালোকক এনে এটা পদ্ধতি ক’ম যিয়ে আপোনাৰ মুখত জিলিকনি আনিব।

ঘৰতে পোৱা তিনিবিধ সামগ্ৰীৰে ফেচ পেক বনাবলৈ পাৰিব। এই ফেচ পেকটো আজিকালি বহুত ভাইৰেলো হৈ পৰিছে। ইয়াৰ উপকাৰ ইমানেই বেছি, যে ছালত লগালে মুখখন এনেদৰে জিলিকি উঠে যে ইয়াৰ তুলনাত পাৰ্লাৰৰ ফেচিয়েলো বিফল হয়। কিদৰে ঘৰতে প্ৰস্তুত কৰিব এই পেক-

এই পেকটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰী-
গাখীৰ
মৌ
ভাত

এইMilky Face Pack কেনেকৈ বনাব পাৰি-
এই ফেচ পেকটো বনাবলৈ প্ৰথমে ভাতখিনি তিয়াই লওক।
ইয়াৰ পিছত ভাতখিনি পিহি পেষ্ট এটা প্ৰস্তুত কৰি লওক।
এতিয়া পেষ্টত মৌ আৰু গাখীৰ দি মিহলাই লওক।
এতিয়া মুখত লগাওক।

ফেচ পেকৰ উপকাৰিতাৰ
এই ফেচ পেকত থকা তিনিটা উপাদান – ভাত, মৌ আৰু গাখীৰ – মুখৰ বাবে উপকাৰী। ভাতে টেনিং কমোৱাত সহায় কৰে আৰু ইয়াৰ এন্টি এজিং গুণ আছে যিয়ে মুখৰ পৰা বলিৰেখা আঁতৰোৱাত সহায় কৰে।
মৌৰ কথা ক’বলৈ গ’লে ই ছালখন মইশ্ব’ৰাইজ কৰি ছালখন কোমল কৰি তোলে। গাখীৰে মুখৰ পৰা মৃত কোষবোৰ আঁতৰাই ছালখন চিকচিকিয়া আৰু যৌৱনময় কৰি তোলে। এই ফেচ পেকটো সপ্তাহত দুবাৰ লগালে ক’লা দাগ কমি যায় আৰু মুখত কোনো পিম্পল নাথাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Beautiful SkinBeauty Hackbeauty tipsskin careskin care tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ
বিনোদন

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
Next Post
১৬ আগষ্টৰ পৰা মুকুতাৰ দৰে জিলিকি উঠিব ৩ ৰাশিৰ লোকৰ ভাগ্য, সূৰ্যদেৱে সুখেৰে ভৰাই তুলিব ভাগ্য

১৬ আগষ্টৰ পৰা মুকুতাৰ দৰে জিলিকি উঠিব ৩ ৰাশিৰ লোকৰ ভাগ্য, সূৰ্যদেৱে সুখেৰে ভৰাই তুলিব ভাগ্য

দুবাৰকৈ মৃত্যু হৈছিল বিশ্ববিখ্যাত গায়কৰ, নিজেই সদৰি কৰি ক’লে জীয়াই তুলিবৰ বাবে বৰফৰ মাজত ৰাখিছিল চিকিৎসকে

দুবাৰকৈ মৃত্যু হৈছিল বিশ্ববিখ্যাত গায়কৰ, নিজেই সদৰি কৰি ক'লে জীয়াই তুলিবৰ বাবে বৰফৰ মাজত ৰাখিছিল চিকিৎসকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.