• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুবাৰকৈ মৃত্যু হৈছিল বিশ্ববিখ্যাত গায়কৰ, নিজেই সদৰি কৰি ক’লে জীয়াই তুলিবৰ বাবে বৰফৰ মাজত ৰাখিছিল চিকিৎসকে

দুবাৰকৈ মৃত্যু হৈছিল বিশ্ববিখ্যাত গায়কৰ, নিজেই সদৰি কৰি ক’লে জীয়াই তুলিবৰ বাবে বৰফৰ মাজত ৰাখিছিল চিকিৎসকে

2 years ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

9 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

9 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

10 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

10 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

11 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

11 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

12 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

13 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

13 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

14 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

14 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দুবাৰকৈ মৃত্যু হৈছিল বিশ্ববিখ্যাত গায়কৰ, নিজেই সদৰি কৰি ক’লে জীয়াই তুলিবৰ বাবে বৰফৰ মাজত ৰাখিছিল চিকিৎসকে

editor by editor
August 12, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
দুবাৰকৈ মৃত্যু হৈছিল বিশ্ববিখ্যাত গায়কৰ, নিজেই সদৰি কৰি ক’লে জীয়াই তুলিবৰ বাবে বৰফৰ মাজত ৰাখিছিল চিকিৎসকে
0
SHARES
274
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুবাৰকৈ মৃত্যু হৈছিল বিশ্ববিখ্যাত গায়কৰ, নিজেই সদৰি কৰি ক’লে জীয়াই তুলিবৰ বাবে বৰফৰ মাজত ৰাখিছিল চিকিৎসকে

নিজৰ জীৱনৰ ওপৰত এক চাঞ্চল্যকৰ কথা প্ৰকাশ কৰিছে এজন বিখ্যাত গায়কে। এই গায়কজনে প্ৰকাশ কৰিছে যে তেওঁৰ দুবাৰকৈ ইতিপূৰ্বে মৃত্যু হৈছে। অৰ্থাৎ মৃত্যুৰ পিছত বাৰে বাৰে জী উঠিছে লোকগৰাকী। ৩০ মিনিটৰ বাবে মৃত্যুৰ ঘৰৰ পৰা উভতি আহিছে লোকগৰাকী।

গায়কগৰাকীয়ে নিজৰ অভিজ্ঞতাৰ বিষয়ে শ্বেয়াৰ কৰিছে, যিটো শুনি সকলো লোক স্তম্ভিত হৈ পৰিছে। কোনোবাই মৃত্যুৰ পিছত কেনেকৈ জীয়াই থাকিব পাৰে?

আমেৰিকাৰ কাউন্ট্ৰী মিউজিক আৰ্টিষ্ট ফিল ৱাছাৰ (Phil Vassar)এই হৈছে সেইজন বিশেষ ব্যক্তি যাৰ লগত এই কাণ্ড সংঘটিত হৈছে। এতিয়া তেওঁ প্ৰকাশ কৰিছে যে তেওঁৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোক হৈছিল যাৰ বাবে তেওঁৰ দুবাৰ মৃত্যু হৈছিল। কিন্তু অভিজ্ঞতা আছিল একেবাৰে ভিন্ন।

ফিল ৱাছাৰে প্ৰকাশ কৰি কয় তেওঁ স্বাস্থ্যসন্মত জীৱনশৈলী কটায়, তেওঁ কেতিয়াও ভজা খাদ্য নাখায় আৰু লগতে মাজে মাজে ব্যায়াম কৰে। কিন্তু তেওঁ বংশগতভাৱে উত্তৰাধিকাৰী সূত্ৰে হৃদৰোগ লাভ কৰিছে। গায়কগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁৰ জেনেটিক হাৰ্ট ডিজিজ আছে।

গায়ক ফিল ৱাছাৰে জনোৱা মতে, ঘৰত থকাৰ সময়তে তেওঁ হাৰ্ট এটেকত আক্ৰান্ত হৈছিল, তাৰ পিছত তাৎক্ষণিক জৰুৰীকালীন সঁহাৰিৰ বাবে তেওঁক ৰক্ষা কৰা হৈছিল। ৩০ মিনিটৰ বাবে তেঁওৰ পালছ বন্ধ হৈ গৈছিল। তেওঁক সুস্থ কৰিবলৈ চিকিৎসকে তেওঁক কেইবাটাও শ্বক দিব লগা হৈছিল।

হাৰ্ট এটেকৰ ৩ দিনৰ পিছতে তেওঁৰ ষ্ট্ৰোক হয়। চিংগাৰে কয় যে তেওঁৰ লাহে লাহে সংজ্ঞা ঘুৰি আহিবলৈ ধৰাত ঠাণ্ডা লাগিবলৈ আৰম্ভ কৰিছিল আৰু পিছত গম পাইছিল যে তেওঁক বৰফৰ ওপৰত ৰখা হৈছে। আচলতে তেওঁৰ উশাহ বন্ধ হৈ সেইবাৰো পালছ ৩০ মিনিটমান বন্ধ হৈ গৈছিল। কিন্তু চিকিৎসকৰ অশেষ প্ৰচেষ্টাৰ অন্তত দুয়োবাৰেই প্ৰাণ ৰক্ষা পৰিছিল ফিল ৱাছাৰৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: deathFamous SingersingerWorld Famous Singer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
Next Post
শাওনৰ প্ৰতি সোমবাৰে এই কাম কৰিবই, এই ৫কাম কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব আপুনিও

শাওনৰ প্ৰতি সোমবাৰে এই কাম কৰিবই, এই ৫কাম কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব আপুনিও

১২৮ বছৰৰ মূৰকত অলিম্পিকত সংযুক্ত হ’ব ক্ৰিকেট আৰু ফুটবল, বক্সিং বাদ পৰাৰ সম্ভাৱনা

১২৮ বছৰৰ মূৰকত অলিম্পিকত সংযুক্ত হ'ব ক্ৰিকেট আৰু ফুটবল, বক্সিং বাদ পৰাৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.